ইন্দিৰা গান্ধী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
39 নং শাৰী:
=='''জন্ম আৰু পৰিয়াল'''==
 
ইন্দিৰা গান্ধীৰ জন্ম হয় ১৯১৭ চনৰ ১৯ নবেম্বৰত [[উত্তৰ প্ৰদেশৰপ্ৰদেশ]]ৰ এলাহাবাদৰ[[এলাহাবাদ]]ৰ '''আনন্দ ভৱনত।ভৱন'''ত। তেওঁৰ পিতৃ বিশ্ব বৰেণ্য নেতা, ভাৰতৰ প্ৰথম প্ৰধান মন্ত্ৰী [[জৱাহৰলাল নেহেৰু]] আৰু মাতৃ [[কমলা নেহেৰু।নেহেৰু]]। তেওঁৰ মাক সৰুকালতেই ঢুকোৱাত, পিতাকৰ মৰম-স্নেহতে ডাঙৰ দীঘল হয়। কবিগুৰু [[ৰবীন্দ্ৰ নাথ ঠাকুৰেইঠাকুৰে]]ই সৰুতে ইন্দিৰাক নাম দিছিল প্ৰিয়দৰ্শিনী।'''প্ৰিয়দৰ্শিনী'''। তেওঁৰ ককাকৰ নাম আছিল [[মতিলাল নেহেৰু।নেহেৰু]]। সৰুৰে পৰা তেওঁ নানা শিক্ষাৰে শিক্ষিত হৈছিল। ঘৰুৱা পৰিবেশৰ পৰাই তেওঁ সৰুতেই ৰাজনৈতিক শিক্ষা আয়ত্ত কৰিছিল। সেইসময়ত আনন্দ ভৱন কংগ্ৰেছৰ প্ৰধান কাৰ্য্যালয় আছিল। ১৯৪২ চনত ইন্দিৰা গান্ধীয়ে অসম অইল কোম্পানীৰ মূৰব্বী বিষয়া '''ফিৰোজ গান্ধীৰগান্ধী'''ৰ লগত বিবাহ পাশত আবদ্ধ হয় আৰু তেতিয়াৰে পৰাই তেওঁ গান্ধী উপাধি গ্ৰহণ কৰিছিল। তেওঁলোকৰ যুগ্ম জীৱনৰ সাক্ষী আছিল দুই সন্তান ক্ৰমে--[[সঞ্জয় গান্ধী]] আৰু [[ৰাজীৱ গান্ধী।গান্ধী]]।<ref name="ইন্দিৰা গান্ধী"/>
 
=='''শিক্ষা জীৱন'''==
 
ইন্দিৰা গান্ধীয়ে স্কুলীয়া শিক্ষা একাধিকক্ৰমে লাভ কৰিব পৰা নাছিল। পোনতে পুনাৰ[[পুনা]]ৰ গুজৰাটী বিদ্যালয় এখনত শিক্ষা আৰম্ভ কৰি পাছত শান্তিনিকেতনলৈ[[শান্তিনিকেতন]]লৈ যায়। ১৯৩৪ চনত মোম্বাই[[মোম্বা]]ই বিশ্ববিদ্যালয়ৰ পৰা মেট্ৰিকুলেচন পাছ কৰে আৰু বিশ্বভাৰতীত ভৰ্তি হয় ১৯৩৪ চনৰ জুলাই মাহত। শান্তিনিকেতনত কবিগুৰু ৰবীন্দ্ৰী নাথ ঠাকুৰৰ তত্বাবদানত সংগীত-নৃত্যকলা সাধনাৰ শিক্ষা লাভ কৰে। তেওঁ ১৯৩৫ চনত অধ্যয়নৰ বাবে চুইজাৰলেণ্ডলৈ[[চুইজাৰলেণ্ড]]লৈ যায়। তাৰ পিছত তেওঁ ১৯৩৬ চনত [[অক্সফোৰ্ড]] বিশ্ববিদ্যালয়লৈ যাত্ৰা কৰে। নানা অসুবিধাত তেওঁ ডিগ্ৰী সম্পূৰ্ণ কৰিব নোৱাৰিলে কিন্তু জেলৰ পাৰ পিতাকে বিশ্বসাহিত্য-সভ্যাত-কৃষ্টি-ৰাজনীতি বিষয়ৰ যিবোৰ চিঠি প্ৰেৰণ কৰিছিল সেই চিঠিৰ সাৰমৰ্ম পাঠ্য-পুথিৰ শিক্ষাতকৈ কোনোগুণে হীন নাছিল আৰু সেই শিক্ষাকে কণ্ঠস্থ কৰিছিল ইন্দিৰা গান্ধীয়ে। তদুপৰি স্বাধীনতা আন্দোলনত অংশ গ্ৰহণ, বিদেশ ভ্ৰমণৰ অভিজ্ঞতা, বিশ্বভাৰতীৰ শিক্ষা, বৃটিছ শ্ৰমিক পাৰ্টি আৰু ছাত্ৰ আন্দোলনৰ লগত স্থাপন হোৱা সম্পৰ্কৰ অভিজ্ঞতাও ভবিষ্যত্ জীৱনৰ সমাজবাদী আদৰ্শৰ ভেটি স্বৰূপ আছিল।<ref name="ইন্দিৰা গান্ধী"/>
 
=='''ৰাজনৈতিক জীৱন'''==
১৯১৬ চনত [[জব্বলপুৰ]]ত হিন্দু-মুছলিম বিৰোধ সাম কটাৰ পিছত ১৯৩৭ চনত ইন্দিৰা গান্ধী নিৰ্বাচনৰ কামত ওতঃপ্ৰোত ভাবে জড়িত হৈ পৰে। ১৯৩৮ চনত তেওঁক কংগ্ৰেছৰ এগৰাকী সদস্যা হিচাপে অন্তৰ্ভুক্ত কৰি লোৱা হৈছিল। তাৰ পিছত কংগ্ৰেছ মহিলা শাখাৰ চেয়াৰমেন নিৰ্বাচিত হয়। কেন্দ্ৰীয় নিৰ্বাচন আয়োগ, কেন্দ্ৰীয় সংসদী পৰিষদ আৰু সৰ্বভাৰতীয় কংগ্ৰেছৰো তেওঁ সভানেত্ৰী আচিল। বাল সহযোগ, কমলা নেহেৰু বিদ্যালয়, বাল ভৱন, ভাৰতীয় শিশু কল্যাণ সন্থাৰ সভানেত্ৰীৰ উপৰিও আন্তৰ্জাতিক শিশু কল্যাণ সন্থাৰো তেওঁ উপ-সবানেত্ৰী আছিল। তদুপৰি তেওঁ কেন্দ্ৰেীয় সমাজ উন্নয়ন সমিতি, সৰ্বভাৰতীয় হস্তশিল্প সমিতি, ৰাষ্ট্ৰীয় ঐক্যসাধন সমিতি, কেন্দ্ৰীয় শিক্ষা বিভাগ আৰু সাংস্কৃতিক উন্নয়ন অনুষ্ঠান-প্ৰতিষ্ঠান সমূহৰ লগতো তেওঁ ঘনিষ্ঠভাৱে জড়িত আছিল। ১৯৬৪ চনত লালবাহাদুৰ শাস্ত্ৰীৰ মন্ত্ৰীসভাৰ তথ্য আৰু অনাতাঁৰ মন্ত্ৰী নিযুক্ত হয়। ১৯৬৬ চনত লালবাহাদুৰ শাস্ত্ৰীৰ অকাল মৃত্য হয় আৰু আকৌ [[গলজাৰিলাল নন্দ]] ভাৰতৰ প্ৰধান মন্ত্ৰী হয়। গলজাৰিলালৰ পিছত প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হয় ইন্দিৰা গান্ধী। ১৯৬৭ চনৰ ১২ মাৰ্চত চতুৰ্থ সাধাৰণ নিৰ্বাচনত বিজয়ী হৈ ইন্দিৰা গান্ধী দ্বিতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী নিৰ্বাচিত হয়। ১৯৬৯ চনত ভাৰতৰ ৰাষ্ট্ৰপতি [[ড০ জাকিৰ হুছেইন]]ৰ মৃত্যু হোৱাত সেই পদ পূৰণৰ বাবে সমস্যাৰ সৃষ্টি হয়। উপৰাষ্ট্ৰপতি [[ভি ভি গিৰি]]য়ে কাৰ্যবাহী ৰাষ্ট্ৰপতি হিচাপে দায়িত্বভাৰ লয়। ১৯৬৯ চনৰে বাঙ্গালোৰ অধিবেশনে ৰাষ্ট্ৰপতি ৰূপে পাবলৈ বিচাৰিলে [[নীলম সঞ্জীৱ ৰেড্ডী]]ক। ইন্দিৰা গান্ধীয়ে মনোনয়নত স্বাক্ষৰ দানো কৰিলে। ইয়াৰ প্ৰতিবাদ ভি ভি গিৰিয়েও ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দিতাত নামিল। ইন্দিৰা গান্ধীয়েও গিৰিৰ হৈ সমৰ্থন আগবঢ়ালে। গিৰি নিৰ্বাচিত হল ৰাষ্ট্ৰপতি হিচাপে। ইন্দিৰা গান্ধীৰ এই কাৰ্য্যত কংগ্ৰেছৰ '''ৰাইট অৱ চেণ্টাৰ'''ৰ সৈতেও তেওঁৰ বিৰোধ হৈ পৰিল। কংগ্ৰেছত বিভাজন হল আৰু কংগ্ৰেছ দুটা শিবিৰলৈ ৰূপান্তৰ হল, পুৰণি আৰু নতুন কংগ্ৰেছ নামেৰে। পুৰণি কংগ্ৰেছৰ সভাপতি হল [[নিজলিঙ্গপ্পা]] আৰু নতুন কংগ্ৰেছৰ সভাপতি হল [[জগজীৱন ৰাম]]। ২৮২ জনীয়া কংগ্ৰেছ সংসদী দলৰ ২২০ জনে ইন্দিৰাৰ সপক্ষে আৰু ৬০ জনে ডাক্তৰ ৰাম সুভাগ সিঙকে নেতা নিৰ্বাচন কৰি বিপক্ষ গ্ৰহণ কৰিলে।<ref name="ইন্দিৰা গান্ধী"/>
 
১৯৭১ চনত পঞ্চম অন্তৰ্ৱৰ্তীকালীন সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হয়। এই নিৰ্বাচনত ইন্দিৰাই বিপুল সংখ্যাগৰিষ্ঠাতাৰে জয়লাভ কৰে। ৫১৮ খন আসনৰ বাবে কংগ্ৰেছে ৪৪২ জন প্ৰাৰ্থী দি ৩৫১ খন আসন লাভ কৰিলে। সাংগঠনিক কংগ্ৰেছে ১৬ খন আসনহে লাভ কৰিবলৈ সমৰ্থ হয়। এই নিৰ্বাচনত ইন্দিৰা গান্ধীয়ে প্ৰতিদ্বন্দিতা কৰিছিল উত্তৰ প্ৰদেশৰ ৰায়বেৰেলিয়ৰ পৰা আৰু মুঠ ভোট পাইছিল--১,৮৩,৩০৯ টা। ১৯৭১ চনৰ মাৰ্চত কংগ্ৰেছ সংসদী দলৰ সভাত ইন্দিৰা গান্ধী বিনা প্ৰতিদ্বন্দিতাৰে নেতা নিৰ্বাচিত হয়। জগজীৱন ৰামে তেওঁৰ নাম প্ৰস্তাৱ কৰে আৰু সমৰ্থন কৰে [[ফকৰুদ্দিন আলি আহমেদ]] আৰু [[ওৱাই, বি , চবনে]]।<ref name="ইন্দিৰা গান্ধী"/>
 
ইন্দিৰা গন্ধীৰ প্ৰধানমন্ত্ৰীত্বৰ কালছোৱাত অনেক সাফল্যতা পৰিলক্ষিত হয়। বিশেষকৈ ১৯৬৯ চনৰ ১৯ জুলাইত ভাৰতীয় মালিকৰ পৰিচালনাত থকা ১৪ টা বাণিজ্যিক বেঙ্ক ৰাষ্ট্ৰীয়কৰণ হয়। ১৯৬৯ চনৰ জুলৈকে বেঙ্কৰ জমাৰ পৰিমান ৫০ কোটি টকা বা ততোধিক হোৱা বাণিজ্যিক বেংককহে ৰাষ্ট্ৰীয়কৰণ কৰা হয়। ১৯৭১ চনৰ ৯ আগষ্ট তাৰিখে [[নতুন দিল্লী]]ত ভাৰত-[[ছোভিয়েট]] শান্তি-মৈত্ৰী আৰু সহযোগিতাৰ চুক্তি ইন্দিৰাৰ আন এটা মহান স্বাক্ষৰ। ২০ বছৰীয়া ম্যাদৰ চুক্তিখনত অৰ্থনৈতিক, বৈজ্ঞানিক, কাৰিকৰী, শিল্পকলা, ক্ৰীড়া, ভ্ৰমণ, [[চিনেমা]], জনস্বাস্থ্য, [[বাতৰি-কাকত]], শিক্ষা আদিত গুৰুত্ব আৰোপ কৰা হয়। এইখন চুক্তিৰ উপৰিও ১৯৭২ চনৰ ২০ নবেম্বৰত স্বাক্ষৰিত হয় ভাৰত-ছোভিয়েটৰ আন এখন অৰ্থনৈতিক চুক্তি। এই চুক্তিত [[বোকাৰো]] আৰু [[ভিলাই তীখা কাৰখনা]]ৰ উত্পাদন ক্ষমতা বৃদ্ধিত অগ্ৰাধিকাৰ দিয়া হয়।<ref name="ইন্দিৰা গান্ধী"/>