সদস্য বাৰ্তা:Boranitul
নমস্কাৰ, Boranitul
অসমীয়া ৱিকিপিডিয়ালৈ আপোনাক আদৰণি জনাইছোঁ! আপোনাৰ আগ্ৰহৰ বাবে ধন্যবাদ। আশা কৰোঁ আপুনি সদায় আমাৰ লগত জড়িত হৈ থাকিব। নৱাগত সকলৰ বাবে তলত দিয়া পৃষ্ঠাকেইখন অতি উপযোগী, অনুগ্ৰহ কৰি পৃষ্ঠাকেইখন এবাৰ চকু ফুৰাই চাই যেন। ৱিকিপিডিয়াত সম্পাদনাৰ সহায়
আশা কৰোঁ ৱিকিপিডিয়াত সম্পাদনা কৰি আৰু এজন ৱিকিপিডিয়ান হোৱাটো উপভোগ কৰিব। |
![]() |
বিষ্ণু শইকীয়াবাৰ্তা 19:17, 17 এপ্ৰিল 2012 (UTC)
কঁহুৱা বনৰ চিত্ৰখনিৰ বিষয়েসম্পাদনা কৰক
আপুনি আপলড কৰা কঁহুৱা (Saccharum_spontaneum) বনৰ চিত্ৰখনি আছলতে কঁহুৱা নহৈ উলু(Imperata cylindrica) খেৰৰহে। অনুগ্ৰহ কৰি নামটো সুধৰাই দিয়ে যেন। লিংকটো তলত দিলো... https://as.wikipedia.org/wiki/%E0%A6%9A%E0%A6%BF%E0%A6%A4%E0%A7%8D%E0%A7%B0:%E0%A6%95%E0%A6%81%E0%A6%B9%E0%A7%81%E0%A7%B1%E0%A6%BE_%E0%A6%AC%E0%A6%A8.jpeg
প্ৰবন্ধসম্পাদনা কৰক
আপুনি প্ৰতিযোগিতাৰ বাবে লিখা "পৰশুৰাম কুণ্ড" প্ৰবন্ধটো বহু উন্নত কৰাৰ থল আছে। অনুগ্ৰহ কৰি প্ৰতিযোগিতাৰ নিয়মাৱলীৰ লগত সংলগ্ন আৰ্হি প্ৰবন্ধ চাওক। — গীতাৰ্থ বৰদলৈ (talk) 12:56, 7 মে' 2012 (UTC)
প্ৰতিযোগিতাসম্পাদনা কৰক
বৰা ডাঙৰীয়া, আপুনি প্ৰতিযোগিতাৰ বাবে দুটা প্ৰবন্ধ লিখা চকুত পৰিছিল। সেইকেইটা অলপ উন্নত কৰক! প্ৰতিযোগিতাৰ নিয়মাৱলীৰ লগত দিয়া আৰ্হি প্ৰবন্ধ চাওক। — গীতাৰ্থ বৰদলৈ (talk)
অসমীয় নাৰীৰ ব্যস্ততাসম্পাদনা কৰক
আপুনি প্ৰতিযোগিতাৰ বাবে আৰম্ভ কৰা উপৰোক্ত প্ৰবন্ধটো বিশ্বকোষীয় হোৱা নাই। এই বিষয়ে ৰেফাৰেন্স আছেনে? নাই যদি এনে মৌলিক প্ৰবন্ধ ৱিকিপিডিয়াত লিখিব নোৱাৰি। — গীতাৰ্থ বৰদলৈ (talk) 06:55, 19 মে' 2012 (UTC)
প্ৰৱেশসম্পাদনা কৰক
আপুনি প্ৰৱেশ নকৰা হেতুকে ৰঙা দেখুৱাই আছিল| এতিয়া ঠিকেই আছে| বিষ্ণু শইকীয়া বাৰ্তা 17:54, 11 জুন 2012 (UTC)
A barnstar for you!সম্পাদনা কৰক
The Photographer's Barnstar | |
For the winner of the Assamese Photography Competition ... Keep contributing to Wikimedia Commons :-) Naveenpf (talk) 15:12, 18 June 2012 (UTC) |
পুৰস্কাৰসম্পাদনা কৰক
অক্লান্ত কৰ্মী পদক | ||
অসমীয়া ৱিকিপিডিয়াত আপোনাৰ মূল্যবান অৱদানৰ বাবে মই ৱিকিপিডিয়া সম্প্ৰদায়ৰ হৈ আপোনাক কৃতজ্ঞতা জনালোঁ। আশাকৰোঁ আপুনি আগলৈকো এনেদৰেই ৱিকিপিডিয়াৰ লগত জড়িত হৈ থাকি ইয়াৰ উন্নতি সাধন কৰিব।
বিষ্ণু শইকীয়া বাৰ্তা 10:01, 8 জুলাই 2012 (UTC)) |
ফটোসম্পাদনা কৰক
নিতুল দা, অসমীয়া ৱিকিত ছবি আপল'ড নকৰাৰ সিদ্ধান্ত লোৱা হৈছিল, কেৱল ৱিকিকমন্সত কৰাৰ কথা কোৱা হৈছিল। তাৰোপৰি আপুনি আপল'ড কৰা অস্কাৰ আৰু নোবেল বঁটাৰ ছবি ৱিকিকমন্সত আছেই। লগতে আপল'ড কৰা ফটো দুখনৰ স্বত্বাধিকাৰী তথ্যত দিয়াৰ দৰে আপুনি নহয়! মই মচিবলৈ টেগ্ কৰি দিছোঁ দেই। — গীতাৰ্থ বৰদলৈ (talk) 11:57, 15 জুলাই 2012 (UTC)
বেণুধৰ শৰ্মাসম্পাদনা কৰক
শুদ্ধ নামটো "বেণুধৰ শৰ্মা"। পৃষ্ঠাখন আছেই। আপুনি "বেনুধৰ শৰ্মা"ৰ পৰা দৰকাৰী কথাখিনি নি সিখনত সুমুৱাই দিয়ক। তাৰপিছত এইখন ডিলিট টেগাই দিব। — গীতাৰ্থ বৰদলৈ (talk) 18:29, 27 জুলাই 2012 (UTC)
কৃষ্ণকান্ত সন্দিকৈসম্পাদনা কৰক
কৃষ্ণকান্ত সন্দিকৈ পৃষ্ঠাখন বিলোপ কৰা হল বুলি জাননী লগোৱা আছে, নতুনকৈ পৃষ্ঠাখন পুনৰ সৃষ্টি কৰা হৈছে নেকি বাৰু, যদি নতুনকৈ পৃষ্ঠাখন সৃষ্টি কৰা হোৱা নাই মই এই কামটো কৰিম বুলি ভাবিছো যিহেতু মোৰ হাতত কৃষ্ণকান্ত সন্দিকৈৰ বিষয়ে বিতংকৈ তথ্য মজুত আছে। গতিকে প্ৰশাসক মহোদয় বৃন্দই অনুমতি দিলে কামটো সৰ্ম্পূন কৰিব পাৰো। আশাৰে বাট চাই ৰলো।— নিতুল বৰা (talk) 02:30, 29 জুলাই 2012 (UTC)
- ক'তনো বিলোপ কৰা হ'ল? আপুনি দিয়া লিংকটোত দেখোন পৃষ্ঠাখন আছেই। বহলাবলৈ অনুমতিৰ প্ৰয়োজন নাই। — গীতাৰ্থ বৰদলৈ (talk) 16:39, 29 জুলাই 2012 (UTC)
- সেইটোতো মইও দেখিছো, কিন্তু কৃষ্ণকান্ত সন্দিকৈৰ প্ৰবন্ধটিৰ তথ্য এটিৰ বিষয়ে আলোচনা কৰিবলৈ গৈ প্ৰথমে আলোচনা পৃষ্ঠা খোলোতেই জাননীখন চকুত পৰিল---সাৱধান আগতে বিলোপ কৰা পৃষ্ঠা এখন আপুনি পুনঃনিৰ্মান কৰিবলৈ গৈ আছে --- এই বাৰ্তাটো দেখিহে সুধিব লগিয়াত পৰিলো। ঠিক আছে এতিয়া গম পালো যেতিয়া কোনো কথা নাই, সেইখন মই এতিয়া কৰিম।— নিতুল বৰা (talk) 23:20, 29 জুলাই 2012 (UTC)
আলোচনাসম্পাদনা কৰক
ৱিকিপিডিয়া:ৰাইজৰ চ'ৰা (প্ৰস্তাৱসমূহ) চাওক| ইয়াত প্ৰতিলিপি সম্পৰ্কীয় এক আলোচনা উত্থাপন কৰা হৈছে| আপুনি সেই পৃষ্ঠাত নিজৰ মতামত দিবৰ বাবে অনুৰোধ জনালো| বিষ্ণু শইকীয়া⇒✉ 15:20, 17 নৱেম্বৰ 2012 (UTC)
উত্তৰ: লাল বাহাদুৰ শাস্ত্ৰীসম্পাদনা কৰক
দাইটি, নামটোত লালৰ পাছত স্পেছ দিয়া হৈছিল বাবে সংয়োগ পোৱা নাছিল|এতিয়া মই পুনৰ্নিৰ্দেশ দি থলো| গতিকে লালবাহাদুৰ শাস্ত্ৰী আৰু লাল বাহাদুৰ শাস্ত্ৰী দুয়োটা ধৰনেই লিখিলে প্ৰবন্ধটো পাব| মোৰ খবৰ ভালেই দিয়ক| ৱিকিত প্ৰায়ে লাগি আছো| কাইলৈ ফোন কৰিম দিয়ক আপোনাক| বিষ্ণু শইকীয়া⇒✉ 17:28, 30 ডিচেম্বৰ 2012 (UTC)
দাইটী আজি আকৌ দ্বন্দ অকণ কৰিলো দেই| বেয়া নাপাব| সঠিক তথ্যপেৰাটো ভৰাই থ’লো| সেইটোৱেই অনুবাদ কৰিব| লগতে ইংৰাজী ৱিকিৰ থকা প্ৰবন্ধটো এবাৰ ইয়াতে ক্লিক কৰি চাবচোন| বিষ্ণু শইকীয়া⇒✉ 18:35, 30 ডিচেম্বৰ 2012 (UTC)
- বঢ়িয়া| লেবেলটোত থকাবোৰ অসমীয়াত লিখি নিশ্চয় পাৰি| সমান (=) চিনৰ পাছত থকা [[....]] বোৰহে অনুবাদ কৰিব| বিষ্ণু শইকীয়া⇒✉
- হয়| আপোনাৰ হাতত থকাখিনিয়েই লিখক| বাকী ৰাইজে পাছত চাব আৰু| অনুবাদ মানে মই তথ্যপেৰাটোত থকা [[....]] বোৰৰহে কথা কৈছিলো দেই| :) বিষ্ণু শইকীয়া⇒✉ 18:46, 30 ডিচেম্বৰ 2012 (UTC)
বিনোদ ভাৱেসম্পাদনা কৰক
দাইটি, বিনোদ ভাৱে পৃষ্ঠাত থকা গোলমাল দূৰ হ’ল| আপুনি তাত জন্ম, মৃত্যুৰ চন অনুবাদ কৰিছিল| আগলৈ {{ ... }} বোৰৰ ভিতৰত থকা শব্দবোৰ অনুবাদ কৰোতে অলপ চাব দেই| আৰু বাৰ্তা:বিনোদ ভাৱে পৄষ্ঠাখনো চাওকচোন| তাতত নামাকৰণ সম্পৰ্কে অলপ লিখিছো| বিষ্ণু শইকীয়া⇒✉ 22:26, 2 জানুৱাৰী 2013 (UTC)
ভালবাৰু দাইটি, সেই পৃষ্ঠাটো পাছলৈ থলো, বেলেগত লাগি আছো, এইকেইটা শেষ কৰি সেইটোত ধৰিম বাৰু..............নিতুল বৰা (নগাঁও)
উত্তৰসম্পাদনা কৰক
ভাল বাৰু দাইটি| মই সেইবোৰতেই লাগি আছিলো এতিয়া| মোবাইলত দিয়া মেছেজটোৱো পাইছো| শুভৰাত্ৰি| বিষ্ণু শইকীয়া⇒✉ 19:33, 5 জানুৱাৰী 2013 (UTC)
আলোচনাসম্পাদনা কৰক
সেইদিনা দেওবাৰে চাটৰুম খুলি বহিছিলোঁ, কোনো নাহিল। বেয়া পাইছোঁ সকলোকে।
প্রভাকৰ শৰ্মা নেওগ (talk) 11:30, 16 নৱেম্বৰ 2013 (UTC)
শলাগনিসম্পাদনা কৰক
বিশেষ বঁটা | ||
ৱিকিউৎসত আপোনাৰ বিশিষ্ট অৱদানৰ বাবে শলাগৰ চিনস্বৰূপে এই সামান্য বঁটা আগবঢ়ালোঁ। আশাকৰোঁ আগলৈও আপোনাৰ অৱদানেৰে ৱিকিউৎস সম্বৃদ্ধ কৰি যাব। প্রভাকৰ শৰ্মা নেওগ (talk) 04:05, 13 মাৰ্চ 2014 (UTC) |
পদকসম্পাদনা কৰক
ৱিকিউৎস: সাংস্কৃতিক পদক | ||
ৱিকিউৎসত ৰাম নৱমী গ্ৰন্থখন যোগ কৰি দিয়া অৱদানৰ বাবে আপোনালৈ এই সামান্য সন্মান আগবঢ়োৱা হ'ল। প্রভাকৰ শৰ্মা নেওগ (talk) 13:16, 7 নৱেম্বৰ 2014 (UTC) |
ধন্যবাদ ৱিকিপিডিয়া প্ৰশাসক বৃন্দ। মোক এই পদকৰে উত্সাহিত কৰা বাবে অনুপ্ৰাণিত হৈছো।--Boranitul (talk) 19:11, 8 নৱেম্বৰ 2014 (UTC)
২০২১ চনৰ ৱিকিমিডিয়া ফাউণ্ডেচন নিৰ্বাচনৰ বাবে মনোনয়ন আহ্বানসম্পাদনা কৰক
প্ৰিয় Boranitul,
২০২১ চনৰ বোৰ্ড অফ ট্ৰাষ্টীজৰ নিৰ্বাচন ৪ আগষ্টৰ পৰা ১৭ আগষ্টলৈ অনুষ্ঠিত হ'ব। খালি হোৱা আসনসমূহ পূৰণ কৰিবলৈ ৱিকি-সম্প্ৰদায়ৰ পৰা প্ৰাৰ্থীৰ প্ৰয়োজন।
ৱিকিমিডিয়া ফাউণ্ডেচন ব'ৰ্ড অৱ ট্ৰাষ্টীয়ে ৱিকিমিডিয়া ফাউণ্ডেচনৰ কাৰ্যকলাপৰ তত্ত্বাৱধান কৰে। ভোটৰ মাধ্যমেৰে ৱিকি-সম্প্ৰদায়ৰ পৰা নিৰ্বাচিত ট্ৰাষ্টী আৰু নিযুক্ত ট্ৰাষ্টীসকলক লৈ ট্ৰাষ্টী বোৰ্ড গঠন কৰা হয়। ট্ৰাষ্টীসকলৰ কাৰ্যকাল তিনি বছৰ। বিভিন্ন ৱিকি-সম্প্ৰদায়ে কমিউনিটি ট্ৰাষ্টীসকলক ভোট দিয়াৰ সুযোগ লাভ কৰিব। ইতিমধ্যে ৯ জুন ২০২১ তাৰিখৰ পৰা প্ৰাৰ্থীসকলৰ মনোনয়ন-পত্ৰ গ্ৰহণ কৰা হৈছে আৰু ই ২৯ জুন ২০২১ তাৰিখে সমাপ্ত হ’ব।
প্ৰাৰ্থীসকলৰ যোগ্যতা সম্পৰ্কে জানিবলৈ এই পৃষ্ঠাটো চাওক। সকলো প্ৰকল্প আৰু ৱিকি-সম্প্ৰদায়ৰ যোগ্য প্ৰাৰ্থীসকলক স্বাগতম জনোৱা হৈছে। যদি আপুনি এজন ভাল ট্ৰাষ্টী হ'ব পৰা কাৰোবাক জানে, তেওঁলোকক নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ উৎসাহিত কৰক। মনোনয়ন দাখিল কৰাৰ লিংক ইয়াতে পাব।
নিৰ্বাচন কমিটিৰ হৈ,
বাবুল বৈশ্য 08:29, 12 June 2021 (ইউ.টি.চি.)

বাবুল বৈশ্য 08:30, 12 June 2021 (ইউ.টি.চি.)
2021 Wikimedia Foundation Board elections: Eligibility requirements for votersসম্পাদনা কৰক
Greetings,
The eligibility requirements for voters to participate in the 2021 Board of Trustees elections have been published. You can check the requirements on this page.
You can also verify your eligibility using the AccountEligiblity tool.
MediaWiki message delivery (বাৰ্তা) 16:27, 30 June 2021 (ইউ.টি.চি.)
Note: You are receiving this message as part of outreach efforts to create awareness among the voters.