সমৰ কলা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
1 নং শাৰী:
 
==সমৰ কলা==
[[File:কাৰাটে.JPG|thumb|এগৰাকী কাৰাটেকা]]
'''সমৰ কলা''' ([[ইংৰাজী]]:Martial Arts) শব্দটো বৰ্তমান বিশ্বৰ ক্ৰীড়া জগতত বিস্তৃতি লাভ কৰিছে।সমৰ কলা বা যুদ্ধ কলা বুলিলে প্ৰদৰ্শনীমূলক বা প্ৰতিযোগিতামূলক যুদ্ধ কলা বা সমৰ কৌশলক বুজায়। কলা সন্মত ভাবে বিভিন্ন ভঙ্গীমাৰে মনোৰঞ্জনৰ অৰ্থে কৌশল সমুহৰ প্ৰদৰ্শন হয় বাবেই ই প্ৰকৃত পক্ষে যুদ্ধ বা সমৰ কৌশল যদিও ইয়াক কলা বোলা হয়।আনহাতেদি আত্মৰক্ষাৰ বাবে উপযুগী এক বিজ্ঞানসন্মত পদ্ধতি বাবে ইয়াক আত্মৰক্ষা বিজ্ঞানো (Science of self-defense) বোলা হয়। ইংৰাজীMartialইংৰাজী Martial Arts শব্দটো মূল লেটিন শব্দ মাৰ্চৰ পৰা আহিছে।লেটিন শব্দ মাৰ্চৰ অৰ্থ হ'ল ৰোমান সকলৰ যুদ্ধৰ দেৱতা<ref name="Martial Arts">{{cite web | url=http://en.wikipedia.org/wiki/Martial_arts#cite_note-1 | title=Martial Arts | accessdate=December 17, 2012}}</ref>
 
==সমৰ কলাৰ বিভিন্ন বিভাগ==
"https://as.wikipedia.org/wiki/সমৰ_কলা"ৰ পৰা অনা হৈছে