অক্লান্ত কৰ্মী পদক
প্ৰিয় সতীৰ্থ বন্ধু,

অসমীয়া আৰু ইংৰাজী ৱিকিপিডিয়াত আপোনাৰ লগত কামকৰাৰ অভিজ্ঞতাৰ সূযোগ আৰু আপোনাৰ অমূল্য আৰু অবিৰত অৱদানৰ স্বীকৃতি হিচাবে আমাৰ এই সমান্য সন্মান অৰ্ঘ্য প্ৰদান কৰিলোঁ। আপোনাৰ লগত ভৱিষ্যতেও এনেদৰে কাম কৰি থাকিবলৈ পাম বুলি আশা কৰিলোঁ।

অনুগ্ৰহ কৰি আপুনিও আপোনাৰ সতীৰ্থ-সহযোগী সকলক উচিত ক্ষেত্ৰত এনেধৰণৰ "পদকে"ৰে সন্মানিত কৰে যেন।

প্ৰভাকৰ শৰ্মা নেওগ 11:55, 14 অক্টোবৰ 2011 (UTC)


স্বাগতম!Chaipau

ৱিকিপিডিয়ালৈ আদৰিছো। আপোনাৰ অৰিহনাৰ বাবে ধন্যবাদ। আশাকৰো আপুনি আমাৰ সংগ উপভোগ কৰিছে আৰু আমাৰ লগত সদায় সংযুক্ত হৈ থাকিব। একেবাৰে নতুনকৈ অহা সকলৰ বাবে তলত দিয়া পৃষ্ঠা-সংযোগ কেইটা অতি উপযোগী:

মই আশাকৰো সম্পাদনাৰ কামটো আৰু এজন ৱিকিপিডিয়ান হোৱাটো উপভোগ কৰিব। অনুগ্ৰহ কৰি কথা-বতৰা পৃষ্ঠাত নিজৰ স্বাক্ষৰ কৰিবলৈ চাৰিটা টাইল্ড (~~~~) ব্যৱহাৰ কৰক; ই নিজে নিজে আপোনাৰ নাম আৰু তাৰিখ সংলগ্ন কৰি দিব। যিকোনো সহায়ৰ বাবে চাওঁক ৱিকিপিডিয়া: প্ৰশ্ন ক'ত সুধিম, মোক সুধিবলৈ মোৰ কথা-বতৰা পৃষ্ঠালৈ যাওঁক, বা আপোনাৰ কথা-বতৰা পৃষ্ঠাত {{helpme}} সুমুৱাই দিওঁক আৰু কোনোবা অতি সোনকালেই আপোনাৰ প্ৰশ্নৰ উত্তৰ দিবলৈ আগবাঢ়ি আহিব। আকৌ এবাৰ, ৱিকিপিডিয়ালৈ আদৰিছোঁ। --Jose77 ০৫:১১, ৩ জুন ২০০৯ (UTC)


Hi, you are now sysop here.

- Looxix

how do you enter the assamese characters? সম্পাদনা কৰক

Hi Chaipau,

I'm not a user of this wikipedia but I'm attrated by your wikipedia characters and how you make the input. You see, I've been working on Buginese wikipedia, however, I can't type in the buginese characters in the edit box. Whenever I type in, all I got is roman. I just wonder how you make that possible. If you don't mind, can you explain it to me? step by step. btw, my OS is Microsoft XP SP 2 hoem edition and I'm using mozilla. Thank you. Zaid 13.53 October 26 2005 (UTC)


Hello! I`ve got one request for you. I collect words in various languages. Now I`m looking for word "sugar" in other languages, but I can`t find an Assamese dictionary. I`ve got counterparts of word "sugar" in Japanese, Ahmaric, Thai, Georgian and Chinese, so can you write me what is "sugar" in Assamese language? I`ve got this word in 313 languages and dialects of many regions and countries in the world so it is very important for me! Thank you very much! Szoltys <talk>

আপুনি Visit কৰিলে ধন্যবাদ কৰিব সম্পাদনা কৰক

বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষাত ৱিকিপেদিয়া খোলা হইছে, আপুনি Visit কৰিলে ধন্যবাদ কৰিব। বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষা আপনাৰ অসমৰ, মণিপুৰৰ, ত্ৰিপুৰাৰ আৰু বাংলাদেশৰ এক OBC ভাষা। I am interested to exchange ideas. I like to help অসমীয়া because this language is closed to my language, and we called it our ভগ্নী ভাষা (sister language). Please email me or include any line here, and I will check.
ধন্যবাদ
উত্তম সিংহ ১৭:৫৬, ১৩ November ২০০৬ (UTC)

Request to become an Administrator সম্পাদনা কৰক

Hi,

I have been changing the pages of the Oxomiya wikipedia for last few months. Could you please allow me to be an administrator for this page?

Thanks Samuzzal ১৫:৩৩, ২৯ November ২০০৬ (UTC)

I think 1 spamer trying to post something সম্পাদনা কৰক

Dear Admin, please look recent changes and you will see some pages changed like: MediaWiki_talk:Apr for no reson, and those need your action.

Regards

--উত্তম সিংহ ১৮:৫৩, ২৯ November ২০০৬ (UTC)

প্ৰসাশনবৃন্দ নে প্ৰসাশকবৃন্দ? সম্পাদনা কৰক

আপুনি সৃষ্টি কৰা ৱিকিপেডিয়া:প্ৰসাশনবৃন্দ পৃষঠাটো আচলতে "ৱিকিপেডিয়া:প্ৰসাশকবৃন্দ" হব লাগিছিলনেকি বাৰু? মই ইতিমধ্যে কেইটামান পৃ্ষ্ঠাত লিখিছো্, অলপ চকু ফুৰাবচোন|

Psneog ১০:৫৭, ২৪ January ২০০৭ (UTC)

Hello Chaipau,

I am from Malayalam Wikipedia.

I found that you are translating Media Wiki messages in Assamese Wikipedia. But that is not recommended. We are supposed to translate the Media Wiki messages in Translate Wiki. The URL is http://translatewiki.net/wiki/Main_Page. If we translate the messages there, the translation is available across all the WikiMedia wikies.

See this page for the languages that are maintanined there now. http://translatewiki.net/wiki/Translating:Languages

If Assamese is not there in the list place a request to include Assamese in the Media Wiki tranlation efforts, get the proper rights, and start doing the translation.

If you have any douby either mail me or reply on my Malayalam Wiki talk page.--Shijualex ০৮:৩১, ১২ মাৰ্চ ২০০৮ (UTC)

মোৰ নতুন প্ৰবন্ধ সম্পাদনা কৰক

মই কম্পিউটাৰ বিজ্ঞান আৰু তাৰ লগত জড়িত কেইটামান বিষয় যেনে ডেইটা ষ্ট্ৰাকচাৰ আদি দুটামান প্ৰবন্ধ লিখিছো, অলপ চাই মতামত জনাবচোন।

‌‌Psneog ০৬:৪৬, ৫ জুন ২০০৮ (UTC)

It seems your namespace is translated to Hindi. This is going to have a larger impact than the translation of mediawiki messages. The namepace change might have done through bugzilla (https://bugzilla.wikimedia.org/), not through translate wiki (http://translatewiki.net/wiki/Main_Page). You need to contact some mediawiki developers to see what had really happened.

Infact the maintener of translate wiki is also a mediawikideveloper. His user page is http://translatewiki.net/wiki/User:Siebrand. You can ask his help aslo.

Also you contact your own user, User:Psneog regarding the mediawiki messages translation. He had contacted me once for help regarding translation.

I hope you have an active community in assamese wikipedia. If not build it immediately, and make sure outsiders are not trying to control the activities of your wikies.--Shijualex ১৫:০৬, ২০ জুলাই ২০০৮ (UTC)

Hallo, my name is Anastasiya Lvova, I'm "duty" in Connectivity project. The essence of the "Connectivity" project is to study and enhance the coherence of Wikipedia, or, in other words, to improve hypertext navigation between articles. The project deals with deadends, isolated articles, non-categorized articles, transitivity of the category tree, etc.

We want to work with your language version, but we need configured MediaWiki:Disambiguationspage for it (with direct links to template namespace pages, for example, ru:MediaWiki:Disambiguationspage/de:MediaWiki:Disambiguationspage/fr:MediaWiki:Disambiguationspage). Is it possible to set it up for our usage?

thanks in advance, Lvova ১৮:৪৫, ১৩ জুন ২০১০ (UTC)

Hello! can you please create this article Selena on this wiki? please and thank you! (en:Selena, the English version). AJona1992 ০১:৪৮, ১৯ জুলাই ২০১০ (UTC)

অসমৰ সুপ্ৰসিদ্ধ মনুহ সম্পাদনা কৰক

প্ৰথম পৃষ্ঠাত থকা অসমৰ সুপ্ৰসিদ্ধ মনুহ-ক বাতিল কৰি তাৰ ঠাইত অসমৰ সুপ্ৰসিদ্ধ মানুহ কৰিব নোৱাৰিনে?

Anjal Borah


মই প্ৰথম পৃষ্ঠাত এতিয়াও শুদ্ধৰূপত দেখা নাই৷ ছবিখন চাওক৷ Anjal Borah ০৮:৩০, ২৩ ডিচেম্বৰ ২০১০ (UTC)

চিত্ৰ:Error.wikipedia.jpg

ফটো আপলোড সম্পাদনা কৰক

ফটো আপলোড কৰিলে পৃষ্ঠাৰ লগত কিয় সংলগ্ন হৈ নাযায়? আজি মেজি লেখাটোলৈ এখন ফটো আপলোড কৰিছিলোঁ নহ'ল৷ ইয়াৰ আগতেও হোৱা নাই৷ কাৰণটো ধৰিব পৰা নাই৷

চিত্ৰ:Wikipediya error.jpg

Anjal Borah ০৭:২৪, ১১ জানুৱাৰী ২০১১ (UTC)

অসমীয় প্লেটফৰ্ম সম্পাদনা কৰক

মই আৰম্ভ কৰা অসমীয় প্লেটফৰ্মৰ কাম যথেষ্ট আগবঢ়িল ৷ কিন্তু উপযুক্ত সময় আৰু পথ প্ৰদৰ্শকৰ অবিহনে বেছি আগবঢ়িব পৰা নাই ৷ মই সৰু কৈ এটা প্লেটফৰ্ম বনালো ৷ আপুনি আপোনাৰ ই-মেইল এড্ৰেচ টো দিলে মই মোৰ সৰু প্ৰচেষ্টা টো আপোনাৰ সুবিধাৰ্থে পথাব পৰো ৷মোৰ ই-মেইল এড্ৰেচ vkborah83@gmail.com


Vkborah ১৫:৪৯, ২৪ জানুৱাৰী ২০১১ (UTC)

Please you could translate en:Podolsk in Assamese? Naturally if you have available time! সম্পাদনা কৰক

Good day to you! please, could you translate in Assamese the article about this city in Russia? If you need any support in Russian Wikipedia (e.g. translation of the article in Russian), please, address me here ^_^ --Переход Артур ১৪:১৬, ১৭ ফেব্ৰুৱাৰী ২০১১ (UTC)

নতুন সদস্য সম্পাদনা কৰক

নমস্কাৰ৷ ফে'চবুকৰ মাজত গঢ়ি উঠা "অসমীয়া কথা বতৰা" গ্ৰুপটোত বৰ্তমান অসমীয়া ৱিকিপিডিয়াত কাম কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰা সদস্যৰ সংখ্যা বৃদ্ধি পাইছে৷ আপুনি প্ৰশাসক হিচাপে সদস্যসকলক উত্সাহিত কৰিব পৰা কিবা এটা কৰিব পাৰেনেকি? সকলো নতুন সদস্যৰ আলোচনা পৃষ্ঠাত আপুনি তেওঁলোকক অনুপ্ৰাণিত কৰিব পাৰে৷ আমি লাহে লাহে অধিক কাম কৰিও যাব পাৰিম বুলি আশা ৰাখিছোঁ৷ নতুন সদস্যসকলৰ যিকোনো ভুল আপুনি আঙুলিয়াই দিলে ভাল পাম৷ মই যি পাৰোঁ সহায় কৰিম৷

আপুনি এবাৰ ৰবীন্দ্ৰনাথ ঠাকুৰ পৃষ্ঠাটো চাবচোন | ম‍ই template যোগ কৰিছিলোঁ, কিন্তু backgroung color আৰু right alignment হোৱা নাই |কৰি দিব | --যামিনী অনুৰাগ ০৮:০৩, ৩ মাৰ্চ ২০১১ (UTC)

সহাঁৰি জনোৱাৰ বাবে অশেষ ধন্যবাদ | template টো এতিয়াহে ভাল দেখা গৈছে | --যামিনী অনুৰাগ ১৫:০৩, ৪ মাৰ্চ ২০১১ (UTC)

সহায়:অসমীয়া গণবিশ্বকোষত কেনেকৈ লিখিব সম্পাদনা কৰক

সহায়:অসমীয়া গণবিশ্বকোষত কেনেকৈ লিখিবপৃষ্ঠাটোৰ ’কেৱল উইণ্ড'জ এক্স.পি কম্পিউটাৰৰ বাবে’ অংশটো সম্পূৰ্ণ নহয়, অনুগ্ৰহ কৰি সম্পূৰ্ণ কৰিব পাৰিব নেকি ? QUOTE.. ক) আপোনাৰ কম্পিউটাৰৰ START মেনুখনলৈ যাওঁক

খ) CONTROL PANELখন খোলক

গ)DATE,TIME,LANGUAGE AND REGIONAL OPTIONS ত ক্লিক কৰক

ঘ) ADD OTHER LANGUAGES ত ক্লিক্ কৰক।

ঙ) REGIONAL AND LANGUAGE OPTIONS মেনুখনত ..UNQUOTE --যামিনী অনুৰাগ ১৫:৪৪, ৬ মাৰ্চ ২০১১ (UTC)

পোৰৃনোগ্ৰফ্য্ এই পৃষ্ঠাটো কোনোবাই অৰ্থহীন ভাৱে সৃষ্টি কৰিছে | অনুগ্ৰহ কৰি delete কৰি দিব |

অনুগ্ৰহ কৰি নেপোলিয়ন পৃষ্ঠাত থকা সাঁচ টো সম্পাদনা কৰি দিবচোন | --যামিনী অনুৰাগ ১৭:৫৫, ৮ মাৰ্চ ২০১১ (UTC)

সম্পাদনাৰ বাবে ধন্যবাদ |--যামিনী অনুৰাগ ০৪:২৮, ৯ মাৰ্চ ২০১১ (UTC)

Hi. I am Vaibhav Jain. I have contact you to inform you that we have open a new Sanskrit Wikipedia Embassy and need users who can help new users in languages other than Sanskrit. It will not take much of your time. Please inform me on my English userpage if you are interested. Vibhijain ১১:৩০, ২৫ এপ্ৰিল ২০১১ (UTC)

yes. I use Baraha & there's no way I can use the actual "Dari". Gitartha.bordoloi ১৯:২০, ১৮ আগষ্ট ২০১১ (UTC)

I'm not aware of any such discussion. It's difficult to change typing tool abruply. but I'm trying out Assamese Indic input 2. Will take some days to master it. Gitartha.bordoloi ২০:৩৪, ১৯ আগষ্ট ২০১১ (UTC)

অসমীয়া আৰু বাংলা সম্পাদনা কৰক

সম্প্ৰতি দুজন সদস্যই বহুলভাৱে বাংলা "ৰ" আৰু লিপ্যন্তৰেৰে প্ৰৱন্ধ যোগ কৰি থকা দেখা গৈছে। যেনে- সমীৰ ৰায়চৌধুৰী, গ্ৰেগোৰি কোৰসো, জ্যাক কেৰুয়াক আদি। দুইজনকে এইবিষয়ে বাৰ্তা দিয়া হৈছে । প্ৰশাসকে এবাৰ সকিয়নি দিলে ভাল হয়। Gitartha.bordoloi ১৩:১৬, ১৪ চেপ্তেম্বৰ ২০১১ (UTC)

গীতাৰ্থ বৰদলৈ, কোনো কোনো অসমীয়া লিখন সঁজুলিৰ ক্ষেত্ৰত ৰ-কাৰ ব্যবহাৰ কৰোঁতে ৰ ব্যবহাৰ হয়। যেনে অভ্ৰত মই প্ৰভাকৰ লিখোঁতে প + ্ + ৰ = প্ৰ (p h |) লিখিব লাগে। কিন্তু যিহেতু বৰ্ণনা কীব'ৰ্ডত (p P) লিখিলেই প্ৰ ওলায়, মই তাকে ব্যবহাৰ কৰোঁ। তুমি মোৰ যিবোৰ ৰ চাইপাওৰ ৰবটটোৱে শুদ্ধ কৰা দেখিছাঁ, সেইবোৰ আছলতে p P ব্যবহাৰ কৰি লিখা প্ৰ, শ্ৰেণী, চিত্ৰ আদিবোৰৰ ৰ বোৰ হে। কিন্তু ভালদৰে লক্ষ্য কৰিলে দেখিবাঁ যে মই লিংকবোৰত সাৱধানেৰে p h | = প্ৰ ব্যবহাৰ কৰোঁ।
মই আগতে এবাৰ শ্ৰেণী ৰ স্থানত তাতকৈ সুন্দৰ শব্দ বৰ্গ ব্যবহাৰৰ পৰামৰ্শ দিছিলোঁ। বাকী ৰাইজে অনুমতি নিদিলে অৱশ্যে, আৰু মইও দেখিলোঁ যে বৰ্গ ও ৰ + ্ + গ লিখিলেহে ৰ্গ ওলায়, অভ্ৰৰ g F ব্যবহাৰ কৰিলে ৰ হে ব্যবহাৰ হয়। নতুন শিকাৰুসকলে সেই কথা বুজি নাপায় তেনেকৈয়ে লিখিব আৰু একে ভুলৰ চিকাৰ হ'ব। প্ৰকৃততে তাত ইংৰাজী Category ব্যবহাৰ কৰা হ'লেই ভাল হ'লহেঁতেন, কিন্তু অসমীয়াপ্ৰেমী ৰাইজে বেয়া পাব বুলিয়েই মই প্ৰস্তাব নকৰিলোঁ। তেনেকৈয়ে ইংৰাজী Template শব্দটোও তেনেকৈৰে ৰখাহ'লে template বোৰ copy কৰা সুবিধা হ'লহেঁতেন, এতিয়াৰ দৰে তাৰ স্থানত সাঁচ নিলিখি (যি সেই কাম কৰি পাইছে সি নিশ্চয় বুজি পাইছে।), তদুপৰি Template শব্দটো সাধাৰণ ব্যবহাৰকৰ্তাৰ সন্মুখলৈও নাহে। কিন্তু অনেকে বেয়া পাব বুলি আমি সেইটো সাঁচেই হৈ থাকক বুলি থিৰাং কৰিলোঁ। এতিয়া তোমালোকে কি কৰাঁ কৰাঁ প্ৰভাকৰ শৰ্মা নেওগ 06:34, 27 ডিচেম্বৰ 2011 (UTC)

আলৌকিক সেৱা পদক সম্পাদনা কৰক

  আলৌকিক অবদান পদক
আপোনাৰ অৱদান সঁচাকৈয়ে অতুলনীয়। অসমীয়া ৱিকিপিডিয়াৰ সদস্যসকলৰ লগত অতি সোনকালেই আপোনাক চিনাকি কৰি দিয়াৰ আশা ৰাখিলোঁ। সামান্য সন্মানেৰে, প্ৰভাকৰ শৰ্মা নেওগ 06:03, 27 ডিচেম্বৰ 2011 (UTC)

Discussion at বাৰ্তা:ৱিকিস্পিচিজ সম্পাদনা কৰক

  আপোনাক এই পৃষ্ঠাটোলৈ আলোচনাৰ বাবে নিমন্ত্ৰন জনোৱা হৈছে| অনুগ্ৰহ কৰি যোগদান কৰক|বাৰ্তা:ৱিকিস্পিচিজ. (Bishnu Saikia) বিষ্ণু শ‍ইকীয়া 13:16, 13 জানুৱাৰী 2012 (UTC)

আলোচনা সাঁচ:Pa icon সম্পাদনা কৰক

  আপোনাক সাঁচ:Pa iconপৃষ্ঠাটোলৈ আলোচনাৰ বাবে নিমন্ত্ৰন জনোৱা হৈছে| অনুগ্ৰহ কৰি যোগদান কৰক|. (Bishnu Saikia) বিষ্ণু শ‍ইকীয়া 15:50, 14 জানুৱাৰী 2012 (UTC) অনুগ্ৰহ কৰি সাঁচটো কাৰ্যক্ষম কৰি দিয়ে যেন| ম‍ই সম্পাদনা কৰাত অলপ অসুবিধা পাইছো|

ঠিক আছে বাৰু| ম‍ই আকৌ এবাৰ যুজি চাম| প্ৰভাকৰদাৰো কম্পিউটাৰ বেয়া হৈ আছে বৰ্তমান|

Fixed. The sub sub-templates were not copied. Gitartha.bordoloi 14:49, 15 জানুৱাৰী 2012 (UTC)
ISO 639 name pa‎, ISO 639 name conversion template doc‎, and Str index/getchar‎. Gitartha.bordoloi 18:40, 15 জানুৱাৰী 2012 (UTC)

"ৱিকিপিডিয়া:Glossary"ক "ৱিকিপিডিয়া:গ্ল'চাৰী" কৰি দিয়াৰ পিছত দেখোন পৃষ্ঠাখন ওলট-পালট হৈ গ'ল। মই ধৰিব পৰা নাই! Gitartha.bordoloi 18:19, 18 জানুৱাৰী 2012 (UTC)

আগতে ধুনীয়াকৈ ভাগে ভাগে ভূগোল, কম্পিউটাৰ বিজ্ঞান আৰু কিবাকিবি শব্দ দিয়া আছিল। এতিয়া দেখোন ৰঙা সাঁচবোৰহে আহি আছে। Gitartha.bordoloi 18:53, 18 জানুৱাৰী 2012 (UTC)
ডিজাইনটো ইয়াৰ নিচিনাহে আছিল। Gitartha.bordoloi 17:26, 23 জানুৱাৰী 2012 (UTC)

বেটুপাতৰ ভুল সম্পাদনা কৰক

  • বেটুপাতত এতিয়াও "উত্‌স চাওঁক" হৈ আছে কিয়? ট্ৰান্সলেটৱিকিত দেখোন কেতিয়াবাই "উৎস চাওক" বুলি শুদ্ধ কৰা আছে। তেনেদৰে Saveটোৰ "সাঁচি থওক" বুলি কৰা অনুবাদটোও সম্পাদনা বক্সত নেদেখুৱাই কিয়? আৰু আছে তেনেকুৱা কিছুমান। (আপুনি আকৌ গৈ চাওক, যাওক, খাওক চবতে চন্দ্ৰবিন্দু লগাই নিদিবগৈ। বিচাৰি বিচাৰি শুদ্ধ কৰিছোঁ।)
    • অলপ চান লাগিব যেন লাগিছে। "উত্‌স চাওঁক" translatewiki.net-ত নাই, Special:AllMessages-তো নাই।
    • আন আৰু ক'ত দেখিছা, কবা।
    • মই জনাত "চাওঁক" ভুল নহয়। "দেখোৱাওঁক", "যাওঁক" -- এই বিলাকৰ "ও"-ত ঁ লাগে। consistently ব্যৱহাৰ কৰিলেই হ'ল।
    • চাইপাও 17:23, 20 জানুৱাৰী 2012 (UTC)
  • "ইয়াত বৰ্তমান ....টা প্ৰৱন্ধ আছে" শাৰীটোত "প্ৰবন্ধ" কৰি দিয়ক। ইন্‌পুট্‌ বক্সৰ তলত "কেবল দিয়া শব্দহে বিচাৰিব" শাৰীটোত "কেৱল" কৰি দিয়ক।
  • "If you are not able to view Assamese properly, please click here" টিপিলে "সহায়:Contents" পৃষ্ঠাখনহে ওলায়। তাৰ ঠাইত "সহায়:Assamese script display and Input help" পৃষ্ঠাখনহে ওলাব লাগে। Gitartha.bordoloi 18:12, 19 জানুৱাৰী 2012 (UTC)

আকৌ ভুল ! সম্পাদনা কৰক

এহ্‌ মই আপোনাক "ইয়াত বৰ্তমান ....টা প্ৰৱন্ধ আছে" শাৰীটোত "প্ৰৱন্ধ" শব্দটোহে "প্ৰবন্ধ" কৰিবলৈ কৈছিলোঁ, আপুনি ভালকৈ পঢ়ি নাচালেই! কিবাখন কৰি পেলালে। এতিয়া ধৰিব পাৰিছেনে? শুদ্ধ শাৰীটো হ'ব "ইয়াত বৰ্তমান [[Special:Statistics|{{NUMBEROFARTICLES}}]] টা প্ৰবন্ধ আছে"। কপী-পেষ্ট কৰি দিয়ক! বাকীকেইটা কথা মন কৰিছেনে? Gitartha.bordoloi 17:16, 20 জানুৱাৰী 2012 (UTC)

এতিয়া?
এটা কামহে হ'ল। ওপৰৰ বাকী পইণ্টকেইটাও চাওক। 'চাওঁক' ক'তো নাই পোৱা দেখোন। আপুনি নিয়মটো ক'ত পাইছে? Gitartha.bordoloi 17:27, 20 জানুৱাৰী 2012 (UTC)
ব্যাকৰণত চন্দ্ৰবিন্দুৰ নিয়মত চাওক, খাওক, যাওকৰ উল্লেখ নাই। "খাওঁ" শুদ্ধ, সেইদৰে "খাওঁতে" আৰু "খাওঁতা", কিন্তু কিতাপে-পত্ৰই "খাওক" বুলিয়েই পাই আহিছোঁ।
বাকী এটা কাম আছেগৈ।
তুমি বাৰু গোগ'লত "খাওঁক" search কৰি চোৱাচোন। (খাওঁক, যাওঁক)
চাইপাও 20:30, 20 জানুৱাৰী 2012 (UTC)
হেঃ হেঃ গোগলত 'খাওক', 'যাওক' search কৰিলেও ফলাফল পাব। ব্যাকৰণৰ কিতাপ লাগিব! Gitartha.bordoloi 07:15, 21 জানুৱাৰী 2012 (UTC)
কথাটো গুণদীপ দাইও কৈছিল: http://www.facebook.com/groups/assamwikigroup/permalink/259794287392466/
Yes, both forms are used. It seemed to me that the ones with chandrabindu follow a rule whereas the ones without have become more popular. That was my initial reading. Some of the links that used the chandrabindu form are "official" websites. Nevertheless, we could use either of the spellings in Wikipedia, but consistently. Since you already removed the chandrabindus, let us keep them that way. চাইপাও 10:02, 21 জানুৱাৰী 2012 (UTC)

কাৰ্যসূচী সম্পাদনা কৰক

ৱিকিপিডিয়া:Meetup/GAU1#প্ৰস্তাৱিত কাৰ্যসূচী চাওক। Gitartha.bordoloi 11:30, 21 জানুৱাৰী 2012 (UTC)

আলোচনা ৱিকিপিডিয়া:Meetup/TEZ1 সম্পাদনা কৰক

  আপোনাক ৱিকিপিডিয়া:Meetup/TEZ1পৃষ্ঠাটোলৈ আলোচনাৰ বাবে নিমন্ত্ৰন জনোৱা হৈছে| অনুগ্ৰহ কৰি যোগদান কৰক|. Bishnu Saikia (বিষ্ণু শ‍ইকীয়া) 19:49, 22 জানুৱাৰী 2012 (UTC)

অনুগ্ৰহ কৰি বাৰ্তা:তৰুণ গগৈ#পৃষ্ঠাৰ সুৰক্ষা চাওক। Gitartha.bordoloi 09:22, 5 ফেব্ৰুৱাৰী 2012 (UTC)

Why users don't take some logical user names (regarding user:221.20) !! প্ৰভাকৰ শৰ্মা নেওগ 16:59, 8 ফেব্ৰুৱাৰী 2012 (UTC)

No idea. And nothing to worry about. চাইপাও 17:50, 8 ফেব্ৰুৱাৰী 2012 (UTC)

ৱিকিপেদিয়া:কৰিব পৰা কাম সম্পাদনা কৰক

এইটো আপুনি ৰাখিব বিচাৰিছে যদি প্ৰকল্প পৃষ্ঠালৈ নিব লাগিব| বৰ্তমান ই এটা প্ৰবন্ধ হিচাপে আছে| যিটো আচলতে অনুচিত, আৰু ই ইমান অসম্পূৰ্ণ অৱস্থাত আছে যে, লিংকবোৰ বিচাৰি পাবলৈকে টান হৈছে| ৱিকিপিডিয়া: ৱিকিপ্ৰকল্প ইয়াৰ সমাৰ্থক হ’ব হয়টো| গতিকে পৃষ্ঠাটো বিলোপ কৰি দিয়াই ভাল হ’ব নেকি? বিষ্ণু শ‍ইকীয়া বাৰ্তা 16:47, 9 ফেব্ৰুৱাৰী 2012 (UTC)

This is my unified account (username: Simbu123) --অম্লান বসুমতাৰী     12:38, 11 ফেব্ৰুৱাৰী 2012 (UTC)

সম্বৰ্থনা সম্পাদনা কৰক

  The Teamwork Barnstar
প্ৰিয় সতীৰ্থ, অসমীয়া ৱিকিপিডিয়াৰ লগত আমি একেলগে বহুদূৰ আহিলোঁ, যাবলৈও আছে আৰু বহুদুৰ। যাত্ৰাপথৰ এই মোৰত আপোনাক ইয়াকে দি সামান্য সম্বৰ্থনা জনালোঁ। প্ৰভাকৰ শৰ্মা নেওগ 02:33, 14 ফেব্ৰুৱাৰী 2012 (UTC)
  The Working Wikipedian's Barnstar
বন্ধুবৰ, আপোনাৰ অৱদানৰ বাবে আমি কৃতজ্ঞ। এই সামান্য উপহাৰ গ্ৰহণ কৰক। Jyoti Prakash Nath 15:32, 20 ফেব্ৰুৱাৰী 2012 (UTC)

মোৰ আলোচনা পৃষ্ঠাৰ শ্ৰীমান বিষ্ণুৱে লিখা উক্ত বিষয়টো পঢ়ি মতামত দিয়কচোন। ময়ো ভাবোঁ, বিষয়টোত আলোচনাৰ প্ৰয়োজন। প্ৰভাকৰ শৰ্মা নেওগ (talk) 01:50, 1 মাৰ্চ 2012 (UTC)

ৰবীন্দ্ৰনাথ ঠাকুৰ প্ৰবন্ধত আপোনাৰ বটটো এবাৰ ব্যৱহাৰ কৰি চাব নেকি? প্ৰায়বোৰ কথা বাংলা ভাষাত আছে|বিষ্ণু শ‍ইকীয়া বাৰ্তা 06:57, 9 মাৰ্চ 2012 (UTC)

Where are you? R u busy somewhere? বিষ্ণু শ‍ইকীয়া বাৰ্তা 19:22, 30 মাৰ্চ 2012 (UTC)

Thanks for the reply. I really missed you. I want to run the ucodebot in absence of you. What shall I do? I also want to develop a ucode related bot (if I can) with some more features. Pls guide me.  বিষ্ণু শ‍ইকীয়াবাৰ্তা 13:09, 7 এপ্ৰিল 2012 (UTC)

We had some problem in updating the FAQ booklet because neither of us use open office except you. At last converted the ODT file to msword and updated it. There are some minor problems with formatting though. I've emailed both the standard pdf and the print ready version to you. Please suggest if it needs further changes. — গীতাৰ্থ বৰদলৈ (talk) 11:27, 21 এপ্ৰিল 2012 (UTC)

no! I just felt like jumping from 1.3.6 to 1.4 :) . Should I rename it 1.3.7 ?

অনুগ্ৰহ কৰি আপোনালৈ পঠিওৱা ৱিকিচ'ৰ্ছ বিষয়ক ইমেইল পঢ়ক আৰু উত্তৰ দিয়ক। — গীতাৰ্থ বৰদলৈ (talk) 08:06, 27 জুলাই 2012 (UTC)

পুৰণি নিষ্ক্ৰিয় প্ৰশাসক দুজনক বিদায় দিয়াৰ কথা ৰাইজৰ চ'ৰাত আলোচনা হৈছিল। প্ৰক্ৰিয়াটো আপুনি আগবঢ়াই নিব পাৰিবনে? — গীতাৰ্থ বৰদলৈ (talk) 14:53, 31 জুলাই 2012 (UTC)

ক'তনো থাকে মানুহটো? ফে'চবুকৰ আলোচনা থ্ৰে'ডলৈ আহক। — গীতাৰ্থ বৰদলৈ (talk) 09:04, 5 আগষ্ট 2012 (UTC)

হাৰমাইনি গ্ৰিঞ্জাৰ সম্পাদনা কৰক

বাৰ্তা:হাৰমাইনি গ্ৰিঞ্জাৰ চাব চোন। প্ৰভাকৰ শৰ্মা নেওগ (talk) 11:22, 16 অক্টোবৰ 2012 (UTC)

"ৱিকিউত্‍স" আলোচনালৈ নিমন্ত্ৰণ সম্পাদনা কৰক

অসমীয়া ৱিকিউত্‍সৰ অনুমোদন পোৱা হ’ল| আগন্তুক কামসমূহ সূচাৰূভাৱে সম্পন্ন কৰিবৰ বাবে এই আলোচনাত যোগদান কৰিবলৈ আপোনাক অনুৰোধ জনাইছো| বিষ্ণু শইকীয়া 13:01, 15 ডিচেম্বৰ 2012 (UTC)

"ৱিকিচ'ৰা:শেহতীয়া ঘটনাৱলী"ত "ৱিকিপিডিয়া:প্ৰচাৰপত্ৰিকা/অক্টোবৰ" সাঁচটোৰ সলনি "ৱিকিপিডিয়া:প্ৰচাৰপত্ৰিকা/ডিচেম্বৰ" কৰি দিব। — গীতাৰ্থ বৰদলৈ (talk) 19:23, 14 জানুৱাৰী 2013 (UTC)

  কৰা হ'ল চাইপাও 00:45, 15 জানুৱাৰী 2013 (UTC)

ফাইল আপল'ড কৰক, File upload wizard? সম্পাদনা কৰক

 

Hello! Sorry for writing in English. As you're an administrator here, please check the message I left on MediaWiki talk:Licenses and the village pump. Thanks, Nemo 19:22, 18 ছেপ্টেম্বৰ 2014 (UTC)

I'm glad that you are alive! :D — গীতাৰ্থ বৰদলৈ (talk) 19:57, 7 april 2016 (ইউ.টি.চি.)

Your administrator status on as.wikipedia সম্পাদনা কৰক

Hello. A policy regarding the removal of "advanced rights" (administrator, bureaucrat, etc.) was adopted by community consensus in 2013. According to this policy, the stewards are reviewing activity on wikis with no inactivity policy.

You meet the inactivity criteria (no edits and no log actions for 2 years) on the wiki listed above. Since that wiki does not have its own rights review process, the global one applies.

If you want to keep your rights, you should inform the community of the wiki about the fact that the stewards have sent you this information about your inactivity. If the community has a discussion about it and then wants you to keep your rights, please contact the stewards at m:Stewards' noticeboard, and link to the discussion of the local community, where they express their wish to continue to maintain the rights.

If you wish to resign your rights, you can reply here or request removal of your rights on Meta.

If there is no response at all after approximately one month, stewards will proceed to remove your administrator and/or bureaucrat rights. In ambiguous cases, stewards will evaluate the responses and will refer a decision back to the local community for their comment and review. If you have any questions, please contact the stewards. --MarcoAurelio (talk) 09:04, 18 মে' 2016 (ইউ.টি.চি.)

Hello, per your response on the village pump I have removed your sysop rights. Thanks for the work you have done! If you ever want them back, please file a request on SRP (or contact me directly). Regards, Ajraddatz (talk) 23:44, 23 মে' 2016 (ইউ.টি.চি.)

ক'ত লুকাই থাকেনো সম্পাদনা কৰক

বাংলা র আঁতৰোৱা ব'টটো বহুদিন চলোৱা নাই। এবাৰ চলাব লাগিছিল। — গীতাৰ্থ বৰদলৈ (talk) 17:37, 30 april 2017 (ইউ.টি.চি.)

Bot সম্পাদনা কৰক

We need the "সদস্য:Ucodebot" in Assamese wikisource with some necessary additions. Can you please come out of your hibernation? — গীতাৰ্থ বৰদলৈ (talk) 14:16, 2 January 2019 (ইউ.টি.চি.)উত্তৰ দিয়ক

Gitartha.bordoloi I will have to recreate it. Give me a little time. চাইপাও 19:58, 1 October 2020 (ইউ.টি.চি.)উত্তৰ দিয়ক
@Chaipau: No need. User:SlowPhoton is maintaining another bot. Thanks anyways. — গীতাৰ্থ বৰদলৈ (talk) 16:58, 2 October 2020 (ইউ.টি.চি.)উত্তৰ দিয়ক
@Gitartha.bordoloi: No problem! SlowPhoton Awesome! চাইপাও 17:10, 2 October 2020 (ইউ.টি.চি.)উত্তৰ দিয়ক
@Gitartha.bordoloi, SlowPhoton: how is the bot working? চাইপাও 09:55, 24 October 2020 (ইউ.টি.চি.)উত্তৰ দিয়ক

২০২১ চনৰ ৱিকিমিডিয়া ফাউণ্ডেচন নিৰ্বাচনৰ বাবে মনোনয়ন আহ্বান সম্পাদনা কৰক

প্ৰিয় Chaipau,

২০২১ চনৰ বোৰ্ড অফ ট্ৰাষ্টীজৰ নিৰ্বাচন ৪ আগষ্টৰ পৰা ১৭ আগষ্টলৈ অনুষ্ঠিত হ'ব। খালি হোৱা আসনসমূহ পূৰণ কৰিবলৈ ৱিকি-সম্প্ৰদায়ৰ পৰা প্ৰাৰ্থীৰ প্ৰয়োজন।

ৱিকিমিডিয়া ফাউণ্ডেচন ব'ৰ্ড অৱ ট্ৰাষ্টীয়ে ৱিকিমিডিয়া ফাউণ্ডেচনৰ কাৰ্যকলাপৰ তত্ত্বাৱধান কৰে। ভোটৰ মাধ্যমেৰে ৱিকি-সম্প্ৰদায়ৰ পৰা নিৰ্বাচিত ট্ৰাষ্টী আৰু নিযুক্ত ট্ৰাষ্টীসকলক লৈ ট্ৰাষ্টী বোৰ্ড গঠন কৰা হয়। ট্ৰাষ্টীসকলৰ কাৰ্যকাল তিনি বছৰ। বিভিন্ন ৱিকি-সম্প্ৰদায়ে কমিউনিটি ট্ৰাষ্টীসকলক ভোট দিয়াৰ সুযোগ লাভ কৰিব। ইতিমধ্যে ৯ জুন ২০২১ তাৰিখৰ পৰা প্ৰাৰ্থীসকলৰ মনোনয়ন-পত্ৰ গ্ৰহণ কৰা হৈছে আৰু ই ২৯ জুন ২০২১ তাৰিখে সমাপ্ত হ’ব।

প্ৰাৰ্থীসকলৰ যোগ্যতা সম্পৰ্কে জানিবলৈ এই পৃষ্ঠাটো চাওক। সকলো প্ৰকল্প আৰু ৱিকি-সম্প্ৰদায়ৰ যোগ্য প্ৰাৰ্থীসকলক স্বাগতম জনোৱা হৈছে। যদি আপুনি এজন ভাল ট্ৰাষ্টী হ'ব পৰা কাৰোবাক জানে, তেওঁলোকক নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ উৎসাহিত কৰক। মনোনয়ন দাখিল কৰাৰ লিংক ইয়াতে পাব।

নিৰ্বাচন কমিটিৰ হৈ,
বাবুল বৈশ্য 08:29, 12 June 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক

2021 Wikimedia Foundation Board elections: Eligibility requirements for voters সম্পাদনা কৰক

Greetings,

The eligibility requirements for voters to participate in the 2021 Board of Trustees elections have been published. You can check the requirements on this page.

You can also verify your eligibility using the AccountEligiblity tool.

MediaWiki message delivery (বাৰ্তা) 16:27, 30 June 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক

Note: You are receiving this message as part of outreach efforts to create awareness among the voters.

দক্ষিণ এছীয় সম্প্ৰদায়ৰ সৈতে প্ৰাৰ্থীসকলৰ মুখামুখী অনুষ্ঠান সম্পাদনা কৰক

প্ৰিয় সতীৰ্থ,
আপুনি নিশ্চয় জ্ঞাত যে ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ প্ৰশাসন পৰিচালনা কৰা বোৰ্ড অফ ট্ৰাষ্ট্ৰীজৰ ৪খন আসনৰ বাবে নিৰ্বাচন প্ৰক্ৰিয়া চলি আছে। অহা ৪ আগষ্টৰ পৰা ১৭ আগষ্টলৈ উক্ত আসন কেইখনৰ বাবে ভোটদান অনুষ্ঠিত হ’ব। বিশ্বৰ বিভিন্ন দেশৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হোৱা মুঠ ২০জন প্ৰাৰ্থীয়ে ৩১ জুলাই ২০২১ তাৰিখ, শনিবাৰে ভাৰতীয় সময় আবেলি ৪.০০ বজাৰ পৰা ৬.৩০ বজালৈ (আন্তঃৰাষ্ট্ৰীয় মান সময় ১০.৩০ বজাৰ পৰা ১৩.০০ বজালৈ) দক্ষিণ এছীয় আৰু ই.এচ.ই.এ.পি. সম্প্ৰদায়ৰ সৈতে মুখামুখী হ’ব। এই অনুষ্ঠানত আপুনিও অংশগ্ৰহণ কৰিব পাৰে আৰু প্ৰাৰ্থীসকলৰ প্ৰতি কিবা প্ৰশ্ন থাকিলে সুধিব পাৰে।

মুখামুখী অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ অনুগ্ৰহ কৰি এই প্ৰপত্ৰখন পূৰাওক।বিশদ বিবৰণৰ বাবে মেটাৰ এই পৃষ্ঠাটো চাওক।


নিৰ্বাচন কমিটিৰ হৈ,
বাবুল বৈশ্য 16:40, 29 July 2021 (UTC)
টোকা: ভোটাৰসকলৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ কৰা প্ৰচেষ্টাৰ অংশ হিচাপে আপুনি এই বাৰ্তাটো লাভ কৰিছে।

ৱিকিমিডিয়া ফাউণ্ডেচন নিৰ্বাচনৰ ভোটদান আৰম্ভ হৈছে সম্পাদনা কৰক

প্ৰিয় Chaipau,
আপোনাক জনাবলৈ পাই সুখী হৈছো যে ২০২১ চনৰ ৱিকিমিডিয়া ফাউণ্ডেচন বোৰ্ড অফ ট্ৰাষ্টীজ নিৰ্বাচনত ভোটদান কৰিবলৈ আপুনি যোগ্যতা অৰ্জন কৰিছে। ইতিমধ্যে ১৮ আগষ্টৰ ০০:০০ বজাৰ (আন্তঃৰাষ্ট্ৰীয় মান সময়) পৰা নিৰ্বাচন আৰম্ভ হৈছে আৰু ই ৩১ আগষ্টৰ ২৩:৫৯ বজালৈ (আন্তঃৰাষ্ট্ৰীয় মান সময়) চলিব। ৱিকি-সম্প্ৰদায়ৰ ভোটেৰে এই বছৰ চাৰিখন আসনৰ বাচনি হ'ব। আশা কৰো, আপোনাৰ ভোটাধিকাৰ সাবস্ত্য কৰিব আৰু অধিক বিবিধতা আৰু দক্ষতাসম্পন্ন এখন ট্ৰাষ্টী বোৰ্ড গঠন কৰাত বিশেষ ভূমিকা লব।

ভোটদানৰ তথ্য আৰু নিৰ্দেশনা ভোটদান তথ্য পৃষ্ঠাত আছে। ভোটদানৰ পূৰ্বে অনুগ্ৰহ কৰি বৰ্তমানৰ বোৰ্ডে কৰা প্ৰাৰ্থী উপস্থাপন আৰু দক্ষতা মূল্যায়নৰ বিষয়ে পঢ়ক। যোগ্য ভোটাৰসকলে মেটা-ৱিকিৰ চিকিওৰ পোললৈ গৈ ভোটদান কৰিব পাৰিব। ভোটদান সম্পৰ্কীয় নিৰ্দেশনাসমূহৰ বিষয়ৰ জানিবলৈ বিষয়ে জানিবলৈ "ৱিকিমিডিয়া ফাউণ্ডেচন নিৰ্বাচন ২০২১" শীৰ্ষক পৃষ্ঠাটোও চাব পাৰে।
নিৰ্বাচন কমিটিৰ হৈ,
বাবুল বৈশ্য 02:25, 18 August 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক
টোকা: ভোটাৰসকলৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ কৰা প্ৰয়াসৰ অংশ হিচাপে আপুনি এই বাৰ্তাটো লাভ কৰিছে।