বিনোৱা ভাৱে: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
37 নং শাৰী:
 
==কৰ্মজীৱন==
বিনোৱা ভাবেই মহাত্মা গান্ধীৰ আদৰ্শৰ প্ৰতি গভীৰ ভাবে আকৃষ্ট হয় । লগে লগে তেওঁ ভাৰতৰ স্বাধীনতা সংগ্ৰামৰো এগৰাকী নিষ্ঠাবান সৈনিক হিচাপে কাম কৰা প্ৰতিজ্ঞাবদ্ধ হয়। ১৯১৬ চনৰ ৭ জুনত মহাত্মা গান্ধীক '''কচাৰাব আশ্ৰম'''ত দেখা কৰে আৰু আশ্ৰমৰ বিষয়ে ভালেখিনি কথা আলচ কৰাৰ সুবিধা পায়। তেতিয়াৰে পৰা তেওঁ আশ্ৰমৰ এগৰাকী সভ্য হয় আৰু আশ্ৰমৰ সেৱাত একান্তভাবে নিবিড় হয়। ১৯২১ চনৰ ৪ জানুৱাৰীত '''চেঠ যমুনালাল বাজাজ'''ৰ পৰামৰ্শত স্থাপন কৰা ওৱাৰ্দ্ধাৰ সত্যাগ্ৰহ আশ্ৰমৰে তেওঁ অন্যতম কৰ্মী হৈ পৰে। তেওঁ ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ বিশিষ্ট মুক্তি যোদ্ধা আছিল আৰু কেইবাবাৰো কাৰাবৰণ খাটিছিল।তেওঁৰ জীৱনৰ অন্যতম স্বাক্ষৰ হ'ল '''সৰ্বোদয় সমাজ'''। এই সৰ্বোদয় সমাজৰ জৰিয়তে তেওঁ ভাৰতত প্ৰেম, শান্তি, ভাতৃত্ব, সত্য আৰু অহিংসাৰ বাণী সিঁচিছিল। তেওঁ ভাৰতৰ বিভিন্ন প্ৰান্তে প্ৰান্তে ঘূৰি জমিদাৰ সকলৰ পৰা মাটি দান লৈ- সেই মাটি জনসেৱাত লগাইছিল। এনে মাটি তেওঁ ১৯৫২ চনৰ ভিতৰত প্ৰায় ৪,৪৩,১৯৪ একৰ আৰু ১৯৫৪ চনৰ জানুৱাৰীলৈ প্ৰায় ২৪,০৭,০২৩ একৰ সংগ্ৰহ কৰিছিলকৰিছিল।<ref name="আচাৰ্য বিনোৱা ভাবে"/>
 
 
==পুৰস্কাৰ প্ৰাপ্ত বঁটা==