জৱাহৰলাল নেহৰু: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
45 নং শাৰী:
|death_place = নতুন দিল্লী, ভাৰত
|party = [[ভাৰতীয় জাতীয় কংগ্ৰছ]]
|spouse = [[কমলা নেহৰু|কমলা কাউলকৌল]]
|children = [[ইন্দিৰা গান্ধী]]
|alma_mater = [[ট্ৰিনিটি কলেজ, কোম্ব্ৰিজ]]<br>[[Inns of Court School of Law|Inns of Court]]
52 নং শাৰী:
| religion = হিন্দু
}}
'''জৱাহৰলাল নেহৰু'''(''{{lang-en|Jawaharlal Nehru}}'') (১৮৮৯-১৯৬৪)স্বাধীন ভাৰতৰ '''প্ৰথম প্ৰধানমন্ত্ৰী''' আছিল। তেওঁ প্ৰধানমন্ত্ৰী পদত একেৰাহে ১৭ বছৰলৈ কাৰ্যনিৰ্বাহ কৰিছিল। এগৰাকী প্ৰখ্যাত লেখক, ৰাজনীতিবিদ আছিল তেওঁ। ১৯৫৫ চনত ভাৰত চৰকাৰে তেওঁলৈ দেশৰ সৰ্ব্বোচ্চ সন্মা [[ভাৰত-ৰত্ন]] বঁটাৰে সন্মানিত কৰে। তেওঁৰ জন্মৰ দিনটো [[শিশুদিৱস]] হিচাপে পাল কৰি আহিছে। তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সাধাৰণ সম্পাদক আছিল। তাৰোপৰি কেইবাবাৰো কংগ্ৰেছৰ সভাপতিৰ আসনো অলঙ্কিত কৰিছিল। এগৰাকী সক্ৰিয় স্বাধীনতা যুঁজাৰু আছিল।<ref name="জৱাহৰলাল নেহৰু">{{cite book | title=ভাৰত-ৰত্ন | publisher=অজয় কুমাৰ দত্ত, ষ্টুডেণ্টচ্ ষ্ট'ৰচ্| author=সমীন কলিতা | pages=২৫,২৬,২৭,২৮,২৯}}</ref>
 
==জন্ম আৰু পৰিয়াল==
জৱাহৰলাল নেহৰুৰ জন্ম হয় ১৮৮৯ চনৰ ১৪ নবেম্বৰ তাৰিখে, [[উত্তৰ প্ৰদেশৰপ্ৰদেশ]]ৰ এলাহাবাদত।[[এলাহাবাদ]]ত। তেওঁৰ পিতৃ [[মতিলাল নেহৰু]] আৰু মাতৃ '''স্বৰূপ ৰাণী।ৰাণী'''। মতিলাল নেহৰু এজন আঢ্যৱন্ত লোক আছিল আৰু তেওঁৰ জিবিকা আছিল ওকালতি। তেওঁ আছিল ভাৰতৰ স্বাধীনতা আন্দোলনৰ এগৰাকী আগশাৰীৰ দুৰ্ধৰ্ষ যুঁজাৰু আৰু মাতৃ স্বৰূপ ৰাণী ধৰ্মপৰায়ণা। তেওঁলোকৰ একমাত্ৰ পুত্ৰ আছিল জৱাহৰলাল নেহৰু। নেহৰু পৰিয়ালৰ পূৰ্বপুৰুষ আছিল কাশ্মীৰৰ[[কাশ্মীৰ]]ৰ ব্ৰাহ্মণ সম্প্ৰদায়ৰ। ১৭১৬ খৃঃত উপৰিপুৰুষ ৰাজকাউল কাশ্মীৰৰ পৰা দিল্লীলৈ[[দিল্লী]]লৈ আহিছিল আৰু পিছত দিল্লীৰ পৰা তেওঁলোক এলাহাবাদলৈ স্থায়ী বসতিৰ কাৰণে থিতাপি লৈছিল। ফাৰুক ছায়াৰ নামৰ এজন মোগল সম্ৰাটে ৰাজ কাউলক এটা গড়খাৱৈৰ পাৰত থাকিবলৈ দিছিল। উৰ্দু ভাষাত গড়খাৱৈক '''নাহাৰ''' বুলিছিল। এই নাহাৰৰ পাৰত বসতি কৰাৰ কাৰণেই কালক্ৰমত তেওঁলোকৰ উপাধি হল নেহৰু। কিছুদিনলৈ তেওঁলোক কাউল নেহৰু আৰু পিছলৈ নেহৰু নামে খ্যাত হল। ১৯১৬ চনত জৱাহৰলালে '''কমলা কৌলককৌল'''ক বিয়া কৰায় আৰু ১৯১৭ চনৰ ১৯ নবেম্বৰত [[ইন্দিৰা গান্ধীৰগান্ধী]]ৰ জন্ম হয়।
<ref name="জৱাহৰলাল নেহৰু"/>