ক্ৰিকেট: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

Content deleted Content added
নতুন পৃষ্ঠা: ক্ৰিকেট এবিধ আউটডৰ খেলা। এই খেল ইংলেণ্ডত আৱিস্কাৰ কৰা হৈছিল।...
(কোনো পাৰ্থক্য নাই)

19:33, 15 January 2013ৰ সংস্কৰণ

ক্ৰিকেট এবিধ আউটডৰ খেলা। এই খেল ইংলেণ্ডত আৱিস্কাৰ কৰা হৈছিল। বৰ্তমান এই খেল পৃথিৱীৰ জনপ্ৰিয় খেলসমূহৰ মাজত অন্যতম। বৰ্তমানৰ ক্ৰিকেট খেলসমূহ তিনি প্ৰকাৰৰ যেনে:- টেষ্ট, ৱান-ডে আৰু টুৱেন্টি টুৱেণ্টি। ইয়াৰে মাজত ৱান দে খেলসমূহ অতিকে জনপ্ৰিয়।

ক্ৰিকেটত প্ৰত্যক দলত ১১ জনকৈ আৰু তিনিজন অতিৰিক্ত খেলুৱৈ থাকে।