বিছমিল্লাহ খান: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
12 নং শাৰী:
|death_date = {{death date and age|2006|8|21|1916|3|21|mf=y}}
|origin = [[ভাৰত]]
|instrument = [[চেহ্নাইচেহনাই]]
|genre = [[Hindustani classical music|ভাৰতীয় শাস্ত্ৰীয় সঙ্গীত]]
|occupation = [[সঙ্গীতজ্ঞ]]
22 নং শাৰী:
|past_members =
}}
'''বিছমিল্লা খান''' (''{{lang-en |Bishmilla Khan}}'') (১৯১৬-২০০৬)বিখ্যাত চেহনাই বাদক বিছমিল্লা খানে চেহনাইৰ অপূৰ্ব মূৰ্ছনাৰে ভাৰতীয় উচ্চাংগ সংগীতক নতুন মাত্ৰা প্ৰদান কৰিছিল। এইজনা শিল্পীক ভাৰত চৰকাৰে ২০০১ চনত দেশৰ সৰ্ব্বোচ্চ সন্মান ভাৰত-ৰত্ন উপাধিৰে বিভুষিত কৰিছিল। কিংবদন্তি শিল্পীগৰাকীয়ে বিশ্বৰ হাজাৰ শ্ৰোতাক মুগ্ধ কৰিবলৈ সক্ষম হৈছিল। ছিয়া সম্প্ৰদায়ী মুছলমান যদিও বিছমিল্লা খান আছিল শিৱ আৰু সৰস্বতীৰ একান্ত সাধক। তেওঁ ১৯৯৬ চনত এচিয় সংগীতানুষ্ঠান ৰোস্তম বঁটা লাভ কৰিছিল। তেওঁ নেপাল একাডেমী বঁটাৰ উপৰিও ভাৰত চৰকাৰে তেওঁক পদ্মশ্ৰী, পদ্মভূষণ আৰু পদ্ম-বিভূষণৰে সন্মানিত কৰিছিল।<ref name="বিছমিল্লা খান">{{cite book | title=ভাৰত-ৰত্ন | publisher=অজয় কুমাৰ দত্ত, ষ্টুডেণ্টচ্ ষ্ট'ৰচ্| author=সমীন কলিতা | pages=১৬৭,১৬৮}}</ref>
'''বিছমিল্লা খান'''
 
 
==জন্ম আৰু পৰিয়াল==
বিছমিল্লা খানৰ জন্ম হয় ১৯১৬ চনৰ ২১ চনৰ মে মাহত বিহাৰৰ ডুমৰাও নামে ঠাইত। বিছমিল্লাৰ পূৰ্বপুৰুষ বিহাৰৰ ৰাজসভাৰ সংগীতজ্ঞ আছিল। পূৰ্বপুৰুষৰ ৰক্তপ্ৰবাহৰ সিক্ত হোৱা বিছমিল্লাইও সংগীত সাধনাকে জীৱনৰ ব্ৰত হিচাপে গ্ৰহণ কৰে।