এণ্ড্ৰইড: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

শ্ৰেণী:অপাৰেটিং চিষ্টেম যোগ কৰা হ’ল   হটকেট ব্যৱহাৰৰ জৰিয়তে
টেগ, সংযোগ আদি
1 নং শাৰী:
{{বিস্তাৰ}}
{{Infobox OS
| name = এণ্ড্ৰইড
Line 23 ⟶ 24:
| website = www.android.com
}}
লীনাক্স ভিত্তিক এণ্ড্ৰইড হৈছে সৰ্বাধিক ব্যৱহৃত টাচ স্ক্ৰীন ম’বাইল আৰু টেবলেট কম্পিউটাৰৰ [[অপাৰেটিং চিষ্টেম।চিষ্টেম]]। Android Inc.ক ২০০৫ চনত [[গুগল|গুগলে]] ক্ৰয় কৰে।<ref name="ডিজিট">{{cite journal | title=Encyclopedia Technica A to E | author=thinkdigit.com | journal=ডিজিট | year=২০১২ | month=ডিচেম্বৰ | volume=১২ | issue=১২ | pages=১৭}}</ref> তাৰ পাছৰে পৰা গুগলে অ’পেন হেণ্ডচেট এলায়েঞ্চৰ সৈতে লগ লাগি এই অপাৰেটিং চিষ্টেমটোৰ বিকাশ কৰি আহিছে। আপাচে লাইছেঞ্চৰঅনুজ্ঞাপত্ৰৰ অধীনত গুগলে ইয়াক মুক্ত উৎস হিচাপে মুকলি কৰি দিছে। এণ্ড্ৰইড [[জাভা]] লেংগুৱেকলেংগুৱেজ ভিত্তিক আৰু ইয়াৰ এপ্লিকেচনসমূহ এ ডি টি (এণ্ড্ৰইড ডেভেলপমেন্ট টুল) নামৰ প্লাগ ইনটোৰ সহায়ত সাজিব পৰা যায়। ইয়াৰ উপৰিও এণ্ড্ৰইড লেপটপ, নেটবুক, স্মাৰ্টবুক, কেমেৰা আৰু স্মাৰ্ট টি ভি (গুগল টিভি) সমূহতো ব্যৱহাৰ কৰিব পৰা যায়।<ref name="ডিজিট" />
 
এণ্ড্ৰইডৰ এক বিশাল বিকাশ (ডেভেলপাৰ)ৰ সমাজ আছে, এইসকলে বিকাশ কৰা এণ্ড্ৰইড এপ্লিকেচন সমূহ [[গুগল প্লে]] আৰু [[আমাজ’ন ডট কম‎|আমাজ’ন]] এপ ষ্ট’ৰত পোৱা যায়। এণ্ড্ৰইডৰ বহুল ব্যৱহাৰে জাভা লেংগুৱেজক পৃথিৱীৰ[[পৃথিৱী]]ৰ সকলোতকৈ বেছি ব্যৱহৃত প্ৰ’গ্ৰামিং লেংগুৱেজত পৰিগণিত কৰে। ২০১১ চনত বিশ্বজুৰি ৫০০ নিযুততকৈ অধিক এণ্ড্ৰইড ব্যৱহাৰকাৰী আছিল। যি আছিল টেবলেট আৰু ম’বাইল (স্মাৰ্ট ফোন) ব্যৱহাৰকাৰীৰ মুঠ সংখ্যাৰ ৭৫%।<ref name="ডিজিট" /> চেপ্টেম্বৰছেপ্টেম্বৰ ২০১২ত এণ্ড্ৰইডত ব্যৱহাৰযোগ্য মুঠ এপ্লিকেচনৰ সংখ্যা আছিল প্ৰায় ৬,৭৫,০০০ আৰু তেতিয়া লৈকে এণ্ড্ৰইড ব্যৱহাৰকাৰী সকলে গুগল প্লেৰ পৰা মুঠ ২৫ বিলিয়ন এপ্লিকেচন ডাউনল’ড কৰিছিল।<ref name="ডিজিট" />
লীনাক্স ভিত্তিক এণ্ড্ৰইড হৈছে সৰ্বাধিক ব্যৱহৃত টাচ স্ক্ৰীন ম’বাইল আৰু টেবলেট কম্পিউটাৰৰ অপাৰেটিং চিষ্টেম। Android Inc.ক ২০০৫ চনত [[গুগল|গুগলে]] ক্ৰয় কৰে।<ref name="ডিজিট">{{cite journal | title=Encyclopedia Technica A to E | author=thinkdigit.com | journal=ডিজিট | year=২০১২ | month=ডিচেম্বৰ | volume=১২ | issue=১২ | pages=১৭}}</ref> তাৰ পাছৰে পৰা গুগলে অ’পেন হেণ্ডচেট এলায়েঞ্চৰ সৈতে লগ লাগি এই অপাৰেটিং চিষ্টেমটোৰ বিকাশ কৰি আহিছে। আপাচে লাইছেঞ্চৰ অধীনত গুগলে ইয়াক মুক্ত উৎস হিচাপে মুকলি কৰি দিছে। এণ্ড্ৰইড জাভা লেংগুৱেক ভিত্তিক আৰু ইয়াৰ এপ্লিকেচনসমূহ এ ডি টি (এণ্ড্ৰইড ডেভেলপমেন্ট টুল) নামৰ প্লাগ ইনটোৰ সহায়ত সাজিব পৰা যায়। ইয়াৰ উপৰিও এণ্ড্ৰইড লেপটপ, নেটবুক, স্মাৰ্টবুক, কেমেৰা আৰু স্মাৰ্ট টি ভি (গুগল টিভি) সমূহতো ব্যৱহাৰ কৰিব পৰা যায়।<ref name="ডিজিট" />
 
এণ্ড্ৰইডৰ এক বিশাল বিকাশ(ডেভেলপাৰ)ৰ সমাজ আছে, এইসকলে বিকাশ কৰা এণ্ড্ৰইড এপ্লিকেচন সমূহ [[গুগল প্লে]] আৰু [[আমাজ’ন ডট কম‎|আমাজ’ন]] এপ ষ্ট’ৰত পোৱা যায়। এণ্ড্ৰইডৰ বহুল ব্যৱহাৰে জাভা লেংগুৱেজক পৃথিৱীৰ সকলোতকৈ বেছি ব্যৱহৃত প্ৰ’গ্ৰামিং লেংগুৱেজত পৰিগণিত কৰে। ২০১১ চনত বিশ্বজুৰি ৫০০ নিযুততকৈ অধিক এণ্ড্ৰইড ব্যৱহাৰকাৰী আছিল। যি আছিল টেবলেট আৰু ম’বাইল (স্মাৰ্ট ফোন) ব্যৱহাৰকাৰীৰ মুঠ সংখ্যাৰ ৭৫%।<ref name="ডিজিট" /> চেপ্টেম্বৰ ২০১২ত এণ্ড্ৰইডত ব্যৱহাৰযোগ্য মুঠ এপ্লিকেচনৰ সংখ্যা আছিল প্ৰায় ৬,৭৫,০০০ আৰু তেতিয়া লৈকে এণ্ড্ৰইড ব্যৱহাৰকাৰী সকলে গুগল প্লেৰ পৰা মুঠ ২৫ বিলিয়ন এপ্লিকেচন ডাউনল’ড কৰিছিল।<ref name="ডিজিট" />
 
===এণ্ড্ৰইডৰ বিভিন্ন সংষ্কৰণ আৰু ব্যৱহাৰকৰ্তা===
113 নং শাৰী:
|}
 
==তথ্য সংগ্ৰহ==
==তথ্যসূত্ৰ==
<references/>
 
==বাহ্যিক সংযোগ==
{{Commons category|Android|এণ্ড্ৰয়ড}}
* {{Official website|http://www.android.com/}}
* {{youtube|1FJHYqE0RDg|Sergey Brin introduces the Android platform}}
 
[[শ্ৰেণী:লীনাক্স]]
"https://as.wikipedia.org/wiki/এণ্ড্ৰইড"ৰ পৰা অনা হৈছে