অসমৰ লোকবাদ্য: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

উদ্ধৃতি সজ্জা আদি
47 নং শাৰী:
==ভোৰতাল==
{{Main|ভোৰতাল}}
[[চিত্ৰ:ভোৰতালVur tal.jpg|right|thumb|150Px|ভোৰতাল]]
অসমৰ লোকবাদ্যসমূহৰ মাজত কাহ [[ধাতু]]ৰে তৈয়াৰী ধন বাদ্যবোৰৰ ভিতৰত '''ভোৰতাল''' অন্যতম৷ এই বাদ্য দুখন সমান বৃত্তাকাৰ কাঁহেৰে সজা হয় য’ত মাজ অংশ অৱতল কৰি ক্ষূদ্ৰ আকাৰৰ এডাল ৰছী লগোৱোৰ সুবিধা থাকে৷ ভোৰতালৰ ওজন সাধাৰনতে ২.৫ কিলোগ্ৰামৰ পৰা ৬.৫ কিলোগ্ৰাম পৰ্যন্ত হয় আৰু বহলে প্ৰায় ৪৫ ছেমিৰ পৰা ৬০ ছেমিলৈ থাকে<ref name="anveshaHome">{{cite web|url=http://www.anvesha.co.in/taal_en.htm |title=Taal |publisher=Anvesha.co.in |date= |accessdate=2013-03-06}}</ref>৷ বিভিন্ন প্ৰকাৰৰ [[তাল (বাদ্য)|তাল]] যেনে খঞ্জৰী বা খঞ্জৰীকা, খুটি তাল, পাতি তাল, মন্দিৰা তাল, ৰামতাল আদিৰ মাজত ভোৰতালৰ আকাৰেই সকলোতকৈ ডাঙৰ আকৃতিৰ হয়৷ এই তালক সেয়ে '''বৰতাল''' বা ''' ব্ৰহ্মতাল''' বুলিও জনা যায়<ref name="anveshaHome"/>৷ '''ভূট তাল''' ভোৰতালৰ আন এক নাম৷ [[ভূটান]], [[তিব্বত]] আদিত বৌদ্ধসংগীতত ভোৰতালৰ লেখীয়া বাদ্যযন্ত্ৰৰ ব্যৱহাৰ দেখি অনুমান কৰা হয় যে এই বাদ্য ভূটানৰ পৰা আমদানি কৰা হৈছিল<ref name="anveshaHome"/>৷
[[ধাতু]]ৰে তৈয়াৰী ধন বাদ্যবোৰৰ ভিতৰত [[ভোৰতাল]] অন্যতম ৷ তাল কেইবাবিধো-
* সৰু তাল (খঞ্জৰী বা খঞ্জৰীকা, খুটি তাল, পাতি তাল, মন্দিৰা তাল)
* ডাঙৰ তাল (ৰাম তাল, ব্ৰহ্ম তাল বা ভোৰ তাল)
[[ভূটান]], [[তিব্বত]] আদিত [[বৌদ্ধ]] [[সংগীত]]ত ভোৰতালৰ লেখীয়া বাদ্যযন্ত্ৰৰ ব্যৱহাৰ দেখি কোনো কোনোৱে ভাবে যে [[ভোট দেশ]]ৰ পৰা আমদানি কৰা তালেই ভোট তাল বা ভোৰ তাল৷ আচলতে, ডাঙৰ অৰ্থ বুজাবলৈ বৰ তাল বা ভোৰ তালৰ সৃষ্টি ৷ [[বৈষ্ণৱ]]ৰ [[নাম]]-[[কীৰ্তন]], [[থিয় নাম]], [[পাল নাম]], [[চেওঁ চাপৰি নাম]] প্ৰভৃতি পৰিৱেশনত [[ভোৰ তাল]] আৱশ্যকীয় অংগ ৷ ইয়াৰ গুৰু-গম্ভীৰ নাদে শ্ৰোতাৰ অন্তৰত কেনে ভাবৰ জোৱাৰ তোলে তাক শব্দৰ দ্বাৰা প্ৰকাশ কৰাতো প্ৰায় অসম্ভৱ ৷ থিয় অথবা [[পাল নাম]]ত একোজনা বাদকে কেইবাজোৰো [[ভোৰ তাল]] একেলগে বজাই শ্ৰোতা আৰু দৰ্শক মণ্ডলীক মুগ্ধ কৰে৷<ref>অসমীয়া সংস্কৃতিৰ কণিকা – সম্পাদনাৰ- ড০ পৰমানন্দ ৰাজবংশী, ড০ নাৰায়ন দাস (পৃষ্ঠা- ২৬৯) </ref>
 
==খ্ৰাম==