চ্যু-হ্যুণ-মু'ঙ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

Stub tag removed, sufficient data in page
1 নং শাৰী:
{{Assam bio stub}}
{{Infobox royalty|Monarch
| name = চুহুংমুং
Line 5 ⟶ 4:
| image =
| caption =
| succession = [[Kingdomআহোম of Assamৰাজ্য|অসমৰ ৰজা]]
| reign = ১৪৯৩-১৪৯৭
| coronation =
Line 21 ⟶ 20:
| religion =
|}}
 
{{আহোম ৰাজবংশ}}
ৰজা [[চুপিম্ফা]]ৰ (১৪৯৩-১৪৯৭ খ্ৰীঃ) মৃত্যুৰ পাছতে ১৪৯৭ খ্ৰীঃত তেওঁৰ পুতেক [[চুহুংমুং]] আহোম ৰাজপাটত উঠে। [[দিহিঙ্গীয়া ফৈদ]]ৰ কোঁৱৰসকলৰ ভিতৰত এওঁকে সৰ্বশ্ৰেষ্ঠ বুলি কোৱা হয়। তেওঁক দিহিঙ্গীয়া ৰজা বা ওপৰজনা দিহিঙ্গীয়া ৰজাও বোলে। [[হিন্দুধৰ্ম]]ৰ লোকসকলৰ মতে তেওঁৰ নাম আছিল স্বৰ্গনাৰায়ণ। তেওঁৰ দিনৰপৰাই ৰাজকীয় কাম-কাজত ৰজাসকলে কাগজে-পত্ৰে স্বৰ্গদেৱ উপাধি ব্যৱহাৰ কৰিবলৈ লয়। এওঁ [[বকতা]]ত ৰাজধানী পাতিছিল। <ref name="satsori">সাতসৰী অসম বুৰঞ্জী (পৃষ্ঠা: ৬৭ প্ৰৱন্ধ পেৰাগ্ৰাফ ২; ৭০, ৭১ প্ৰ: পে: ৬) - ড. সূৰ্য্যকুমাৰ ভূঞা সম্পাদিত (১৯৬৪ চনত গুৱাহাটী বিশ্ববিদ্যালয় প্ৰকাশন বিভাগৰদ্বাৰা প্ৰকাশিত)</ref> <ref name="asom">অসম দেশৰ বুৰঞ্জী (পৃষ্ঠা: ১৯৫, ২০৭ প্ৰ:পে: ১; ১৯৮, ২০৪, ২০৫ প্ৰ:পে: ৩) - ড° লক্ষ্মী দেৱী (১৯৭৫ চনত গুৱাহাটীৰ আমবাৰীৰ এল বি এছ পাব্লিকেশ্যনৰদ্বাৰা প্ৰকাশিত। পঞ্চম প্ৰকাশ ১৯৮৭)</ref><ref name="tai">টাই সংস্কৃতিৰ ৰূপৰেখা (২২৩, ২২৭ >প্ৰ:পে: ৪) - ড° লীলা গগৈ (১৯৮৫ চনত ডিব্ৰুগড়ৰ বনলতা প্ৰকাশনৰদ্বাৰা প্ৰকাশিত। চতুৰ্থ সংস্কৰণ ১৯৯৪)</ref><ref name="bharatar">ভাৰতৰ বুৰঞ্জী (পৃষ্ঠা ১৩২, প্ৰ:পে: ২,৫) - এম. এল. কাথবৰুৱা, নীলমণি ফুকন (আৰ্য বিদ্যাপীঠ কলেজ), হৰি প্ৰসাদ দাস (উত্তৰ গুৱাহাটী কলেজ), দেৱকান্ত দত্তবৰুৱা (বৰতলা হাইস্কুল)- (বৰুৱা এজেঞ্চি, গুৱাহাটীৰদ্বাৰা প্ৰকাশিত, মে' ১৯৮৬)</ref>
 
==শাসনকাল==
{{আহোম ৰাজবংশ}}
স্বৰ্গদেৱ চুহুংমুঙেই বুঢ়াগোঁহাই আৰু বৰগোঁহাইৰ সমমৰ্যদাৰে বৰপাত্ৰগোঁহাই পদবীৰ সৃষ্টি কৰে। একেদৰে যথাক্ৰমে [[শদিয়া]] আৰু মৰঙ্গীৰ বাবে শদিয়াখোৱা গোঁহাই আৰু মৰঙ্গীখোৱা গোঁহাই পদবীৰো সৃষ্টি কৰে। এওঁৱেই ৰাজকোঁৱৰসকলক দিহিঙ্গীয়া, তুংখুঙ্গীয়া, টিপমীয়া আৰু চাৰিঙ্গীয়া এই চাৰি ভাগত ভগাই থাপিছিল।<ref name="bharatar"/><ref name="asom"/>
 
36 নং শাৰী:
১৪৯৭ খ্ৰীঃত বৰকোঁৱৰ [[চুক্লেনমং]]ৰ ষড়যন্ত্ৰত শুই থকা অৱস্থাতে তেওঁ প্ৰাণ হেৰুৱায়।<ref name="asom"/>
 
{{Clear}}
==তথ্য সংগ্ৰহ==
{{Reflist}}