দীপালী বৰঠাকুৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
(edited with ProveIt)
29 নং শাৰী:
নৱম শ্ৰেণীৰ ছাত্ৰী হৈ থাকোঁতে তেখেতে বাণীবদ্ধ কৰিছিল ''বন্ধু সময় পালে আমাৰ ফালে এবাৰ আহি যাবা''। ইয়াৰ পাছতে তেখেতৰ কণ্ঠই জনপ্ৰিয়তা লাভ কৰে।<ref name=aa />
 
দীপালী বৰঠাকুৰে [[পদ্মশ্ৰী]] সন্মান (১৯৯৮)<ref>{{cite web|url=http://www.artslant.com/ind/events/show/131548-hieroglyphs |title=October 16th, 2010 - October 28th, 2010, The Strand Art Room, Neel Pawan Baruah |publisher=ArtSlant |date= |accessdate=2013-04-01}}</ref><ref>{{cite web|url=http://www.rediff.co.in/news/1998/jan/27padma.htm |title=Rediff On The NeT: Nani Palkhivala, Lakshmi Sehgal conferred Padma Vibushan |publisher=Rediff.co.in |date=1998-01-27 |accessdate=2013-04-01}}</ref>, [[অসম চৰকাৰ]]ৰ [[শিল্পী বঁটা]](২০১০)<ref>{{cite web|author=TI Trade |url=http://www.assamtribune.com/scripts/details.asp?id=jan1810/at04 |title=The Assam Tribune Online |publisher=Assamtribune.com |date=2010-01-18 |accessdate=2013-04-01}}</ref>, 'লিঅ' এক্সপো শিল্পী সন্মান (২০০৭) লাভ কৰিছে। ইয়াৰোপৰি প্ৰতি মাহে ৫,০০০ টকাকৈ অসম চৰকাৰৰ ফালৰপৰা পেন্সন লাভ কৰে।<ref name=aa />।
 
দীপালী বৰঠাকুৰৰ কণ্ঠৰ কেইটামান জনপ্ৰিয় গানঃ<ref name="assamspider3374">{{cite web | url=http://www.assamspider.com/resources/3374-Deepali-Borthakur.aspx | title=Deepali-Borthakur | publisher=assamspider.com | accessdate=April 02, 2013}}</ref>
39 নং শাৰী:
 
==উপসংহাৰ==
১৯৬৯ চনত তেখেতে শেষবাৰৰ বাবে পৰিৱেশন কৰিছিল 'লুইত নেযাবি ঐ।'<ref name=aa /> এইখিনি সময়তে দীপালী বৰঠাকুৰ ''[[মটৰ নিউৰণ ৰোগ]]''ত আক্ৰান্ত হয় আৰু গান গোৱাৰ ক্ষমতা হেৰোৱাৰ লগতে চলা-ফুৰা কৰিবলৈকো হুইল চকীৰ আশ্ৰয় ল'বলগীয়া হয়। ১৯৭৬ চনত শিল্পীগৰাকী অসমৰ খ্যাতনামা চিত্ৰশিল্পী [[নীলপৱন বৰুৱা]]ৰ লগত বিবাহ পাশত আৱদ্ধ হয়।হয়<ref name=art"telegraphindia.com">{{cite journal | url=http://www.telegraphindia.com/1031226/asp/guwahati/story_2719265.asp | title=A tribute to marriage of arts & minds - Book on celebrity couple | journal=The Telegraph | year=2003 | month=December 26}}</ref>
 
==তথ্য সংগ্ৰহ==