খনিজ পদাৰ্থ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
1 নং শাৰী:
'''খনিজ পদার্থ''' হৈছে প্রাকৃতিকভাৱে উপলব্ধ ৰাসায়নিক পদার্থ ।পদার্থ। ই সাধাৰণ অৱস্থাত কঠিন আৰু ৰাসায়নিকভাৱে সুস্থিৰ ।সুস্থিৰ। খনিজ পদার্থৰ সংজ্ঞা সম্পর্কে ৰাসায়নবিদ সকলৰ মাজত বহুমত আছে যদিও ইয়াৰ কেইটা মান বৈশিষ্ট্যক সংজ্ঞা নিৰূপণৰ বাবে ধৰি ল’ব পৰা যায় ।যায়। সেই বৈশিষ্ট কেইটা হৈছে ,-
== সংজ্ঞা - খনিজ পদার্থ কি ? ==
খনিজ পদার্থ হৈছে প্রাকৃতিকভাৱে উপলব্ধ ৰাসায়নিক পদার্থ । ই সাধাৰণ অৱস্থাত কঠিন আৰু ৰাসায়নিকভাৱে সুস্থিৰ । খনিজ পদার্থৰ সংজ্ঞা সম্পর্কে ৰাসায়নবিদ সকলৰ মাজত বহুমত আছে যদিও ইয়াৰ কেইটা মান বৈশিষ্ট্যক সংজ্ঞা নিৰূপণৰ বাবে ধৰি ল’ব পৰা যায় । সেই বৈশিষ্ট কেইটা হৈছে ,-
 
# ই প্রাকৃতিক ভাৱে উপলব্ধ ।
Line 10 ⟶ 9:
 
== অৱস্থিতি ==
খনিজ পদার্থসমূহ [[পৃথিৱী]]ৰ [[মাটি]], পানী আৰু বায়ুমণ্ডলত সকলোতে অৱস্থিত ।অৱস্থিত। সাধাৰণতে খনিজ পদার্থ অজৈৱ হয় যদিওঁ, জৈৱিক খনিজ পদার্থওঁ আছে আৰু জৈৱিক খনিজ পদার্থসমূহ আমাৰ শৰীৰৰ বাবে আতিকৈ দৰকাৰী । সেয়েহে, আমাৰ দৈনন্দিন খাদ্যবস্তুৰ লগত কম বেছি পৰিমানে জৈৱিক খনিজ পদার্থ মিহলি হৈ থকাটো বাঞ্চনীয় ।বাঞ্চনীয়।
 
== ভৌতিক আৰু ৰাসায়নিক গুণসমূহ ==
যিকেইটা প্রধান ভৌতিক গুণৰ ওপৰত ভিত্তি কৰি খনিজ পদার্থসমূহ বিভিন্ন শ্রেণীত বিভক্ত কৰা হয়, সেইকেইটা হ’ল, ভৌত ষ্ফটিক গঠন, কঠোৰতা, দিপ্তী, বৰণ ঘনত্ব ইত্যাদি ।ইত্যাদি।
খনিজ পদার্থৰ ৰাসায়নিক গুণসমূহ নিৰূপণ কৰিবলৈ ইয়াক প্ৰথমতে পাতল অম্ল দ্রৱৰ সৈতে বিক্রিয়া কৰিবলৈ দিয়া হয় ।হয়। সেই বিক্রিয়াৰ ফলাফলৰ ওপৰত ভিত্তি কৰি ইয়াৰ ৰাসায়নিক গুণসমূহ শ্রেণীভুক্তকৰণ কৰা হয় ।হয়।
 
== খনিজ পদার্থৰ প্রকাৰসমূহ ==