নমস্কাৰ,

মোৰ নাম বৃতুল শৰ্মা | মোৰ ঘৰ বৰপেটা জিলাত | চাকৰিসূত্ৰে ম‍ই বৰ্ত্তমান গোলাঘাট জিলাত সংস্থাপিত |

অসমীয়া ৱিকিপিডিয়া মুক্ত বিশ্বকোষখন গঢ়ি তোলাত কিছু সহায় সহযোগিতা আগবঢ়াবলৈ ইয়াৰ সদস্যভুক্ত হ'লো ।


ধন্যবাদেৰে, বৃতুল শৰ্মা |

ই-মেইল : britul@live.in