নীলপৱন বৰুৱা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
No edit summary |
Ranjit Sarma (আলোচনা | বৰঙণি) |
||
31 নং শাৰী:
১৯৬৬ চনত কলিকতাৰপৰা নীলপৱন বৰুৱা অসমলৈ আহে আৰু দেউতাকৰ ইচ্ছানুসৰি 'গুৱাহাটী আৰ্ট কলেজ'ত শিক্ষকৰ কামত যোগ দিয়ে।<ref name=bip />
১৯৭১ চনত 'Assam fine arts & Craft Society,Guwahati' [[অসম চাৰু-কাৰু কলা পৰিষদ]]প্ৰতিষ্ঠা কৰে, লগতে 'বসুন্ধৰা কলা নিকেতন' নামে অসমৰ প্ৰথমখন ব্যক্তিগত খণ্ডৰ চিত্ৰ-শিল্পৰ বিদ্যালয় স্থাপন কৰে। ইয়াৰ পাছৰেপৰা বৰুৱাই চিত্ৰ-শিল্প সৃষ্টিৰ কামত লাগি আহিছে।
নীলপৱন বৰুৱাৰ অংকিত চিত্ৰ 'বিৰলা একাডমি অফ্ আৰ্ট এণ্ড কালচাৰ, কলিকতা', 'লক্ষ্ণৌ ললিত কলা একাডেমি', ভূৱনেশ্বৰ আদি ঠাইত প্ৰদৰ্শিত হৈছে। তেখেতৰ অংকতি ছবিয়ে 'ললিত কলা একাডেমি, দিল্লী'-ত অসমক প্ৰতিনিধিত্ব কৰিছে।
|