Ranjit Sarma
নাম ৰঞ্জিত শৰ্মা
লিংগ পুৰুষ
জন্ম দিন ১২ অক্টোবৰ, ১৯৭৫
জন্ম স্থান মাখিবাহা, নলবাৰী
বৰ্তমানৰ ঠিকনা বোন্দা,গুৱাহাটী
শিক্ষা আৰু নিযুক্তি
পেচা চাকৰি
যোগাযোগ
ই-মেইল sarma.ranjit@gmail.com
ফেইচবুক sarma
Wiki User Ranjit Sarma

জন্মস্থান সম্পাদনা কৰক

জন্মস্থান হ’ল নলবাৰী জিলাৰ মাখিবাহা গাঁৱৰ অধ্যাপকপাৰা (মাজৰ) চুবাত। দেউতাৰ নাম শ্ৰীযুত থানেশ্বৰ শৰ্মা। মাৰ নাম শ্ৰীযুতা কিৰণ দেৱী। জন্মৰ চন ১৯৭৫।

বাসস্থান সম্পাদনা কৰক

বাসস্থান গুৱাহাটীৰ বোন্দাত।বোন্দা নাৰেংগীৰ পৰা চন্দ্ৰপুৰ যোৱা পথত। নাৰেংগীৰ পৰা ২ কিলোমিটাৰ দূৰত্বত। ই পানীখাইটি থানাৰ অন্তৰ্গত।

শিক্ষা সম্পাদনা কৰক

প্ৰাথমিক শিক্ষাঃ ক্ষুদ্ৰ মাখিবাহা ২ নং প্ৰাথমিক বিদ্যালয়৷ উচ্চশিক্ষাঃ মাখিবাহা উচ্চতৰ মাধ্যমিক বিদ্যালয়৷ কলেজীয়া শিক্ষাঃ বি, বৰুৱা মহাবিদ্যালয়, গুৱাহটী, অৰ্থনীতি বিভাগ৷ স্নাতকোত্তৰঃ ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ব বিদ্যালয়, নতুন দিল্লী, গ্ৰাম্য উন্নয়ন বিভাগ৷

কৰ্ম সম্পাদনা কৰক

ৱিকিপিডিয়া আৰু মই সম্পাদনা কৰক

২০১৩ চনৰ আগষ্ট মাহৰ পৰাই মই ৱিকিপিডিয়াৰ লগত জড়িত।

কৰ্মশালা সম্পাদনা কৰক

মোৰ সম্পাদনাসমূহ সম্পাদনা কৰক