কোষ (জীৱবিজ্ঞান): বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

শ্ৰেণী:জীৱবিজ্ঞান যোগ কৰা হ’ল   হটকেট ব্যৱহাৰৰ জৰিয়তে
চিত্ৰ সংযোগ
1 নং শাৰী:
 
[[File:Wilson1900Fig2.jpg|right|thumb|350px|Onion ([[Allium]]) cells in different phases of the cell cycle]]
'''কোষ''' ({{lang-en|cell}}) জীৱনৰ মূল একক৷ আমাৰ চাৰিওফালে থকা [[জীৱ]]সমূহৰ দেহটো কোষেৰে গঠিত৷ এই কোষবিলাক বিভিন্ন আকাৰ-আকৃতিৰ হয় আৰু বিভিন্ন সজীৱ-নিৰ্জীৱ বস্তুৰে গঠিত৷ জীৱসমূহৰ কিছুমানৰ দেহটো এটা কোষেৰে গঠিত যাক [[এককোষী জীৱ]](unicellular organism) বোলে (যেনে-[[এমিবা]])৷ আনহাতে বহুতো কোষেৰে গঠিত [[জীৱ]]বোৰক [[বহুকোষী জীৱ]](multicellular organism) বোলে (যেনে-[[মানুহ]])৷ [[বহুকোষী জীৱ]]ৰ ক্ষেত্ৰত কোষবোৰেই হ'ল দেহ গঠনৰ মূল একক৷ ৫৫৮ খৃ:ত কনৰাড জেছনাৰ নামৰ [[বিজ্ঞানী]]জনে পোনপ্ৰথমে কোষ সম্বন্ধে ধাৰণা প্ৰকাশ কৰে৷ পিছত ১৬৬৫ খৃ:ত '''ৰবাৰ্ট হুকে''' প্ৰথমে কোষ আৱিষ্কাৰ কৰে৷
[[File:Wilson1900Fig2.jpg|right|thumb|350px|Onion ([[Allium]]) cells in different phases of the cell cycle]]
[[Image:celltypes.svg|thumb|350px|right|The cells of [[eukaryote]]s (left) and [[prokaryote]]s (right)]]
 
==কোষ মতবাদ==
[[File:Wilson1900Fig2.jpg|right|thumb|350px|Onion ([[Allium]]) cells in different phases of the cell cycle]]
 
কোষ সম্বন্ধে নানা তথ্য প্ৰকাশ পোৱাৰ পিছত'''স্লেইডন আৰু স্ব'ৱানে''' ১৮৩৯ খৃ:ত কোষ মতবাদ প্ৰৱৰ্তন কৰে৷ এই মতবাদ মতে প্ৰত্যেক [[জীৱ]]দেহ কোষৰ দ্বাৰা গঠিত আৰু প্ৰতিটো কোষে এককভাৱে কাম কৰিব পাৰে৷ গতিকে,কোষ হ'ল কোনো [[জীৱ]]দেহৰ গঠনগত আৰু কাৰ্যকাৰিতাৰ একক(structural and functional unit)৷ প্ৰত্যেক [[জীৱ]]ৰ [[জীৱন]]ক্ৰিয়া আৰম্ভ হয় এটা মাত্ৰ কোষৰ পৰা আৰু পূৰ্বতে সৃষ্টি হোৱা কোষৰপৰা অপত্য কোষৰ উদ্ভৱ হয়৷
 
Line 52 ⟶ 54:
 
===প্ৰকোষকেন্দ্ৰীয় কোষ===
[[Image:Average prokaryote cell- en.svg|thumb|300px|right|Diagram of a typical [[prokaryotic]] cell]]
 
যিবোৰ কোষত সুসংগঠিত [[কোষকেন্দ্ৰ]] নাথাকে তাক প্ৰকোষকেন্দ্ৰীয় কোষ বোলে৷ যেনে-মাইকা'প্লাজমা,[[বেক্টেৰিয়া]] আদি৷ কোনো [[জীৱ]]দেহ প্ৰকোষকেন্দ্ৰীয় কোষৰ দ্বাৰা গঠিত হ'লে তেনে [[জীৱ]]ক প্ৰকেৰিঅ'টছ(prokaryotes) বোলে৷ গঠনগতভাৱে প্ৰকোষকেন্দ্ৰীয় কোষ সৰল আৰু অনুন্নত ধৰণৰ৷ এইবিলাকৰ প্ৰধান বৈশিষ্ট্যবোৰ হ'ল-
 
Line 70 ⟶ 72:
 
===সংকোষকেন্দ্ৰীয় কোষ===
[[Image:Animal cell structure en.svg|thumb|275px|left|Structure of a typical animal cell]][[Image:Plant cell structure svg.svg|thumb|275px|right|Structure of a typical [[plant cell]]]]
 
যিবোৰ [[জীৱ]]ৰ কোষত [[কোষকেন্দ্ৰ]]টো স্পষ্ট আৰু সুসংগঢিত তাক সংকোষকেন্দ্ৰীয় কোষ বোলে৷ এইধৰণৰ কোষ প্ৰ'ট'জ'ৱা,[[ভেঁকুৰ]],বেছিভাগ [[শেলাই]],সকলো উন্নত প্ৰকাৰৰ [[উদ্ভিদ]] আৰু [[প্ৰাণী]]দেহত দেখা যায়৷ এইধৰণৰ কোষৰ সংগঠন পদ্ধতি জটিল৷ স্পষ্ট আৰু সুসংগঠিত কোষকেন্দ্ৰযুক্ত অৰ্থাৎ আদৰ্শ কোষকেন্দ্ৰযুক্ত [[জীৱ]]ক ইউকেৰিঅ'টছ(eukaryotes) বোলে৷ এইবিলাকৰ প্ৰধান বৈশিষ্ট্যবোৰ হ'ল-