বাসুদেৱ থান: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
29 নং শাৰী:
|website =
}}
বাসুদেৱ থান [[লখিমপুৰ]] জিলাৰ [[ঢকুৱাখনা]] ৰ পূৱ প্ৰান্তত অৱস্থিত এখন বুৰঞ্জী প্ৰসিদ্ধ থান। [[ঢকুৱাখনা]] চাৰিআলিৰ পৰা পশ্চিমমূৱাকৈ প্ৰায় ১০ কি:মি: গ'লে এই প্ৰসিদ্ধ থানখন পোৱা যায়। থানখনত এটা বিষ্ণুৰ অতি প্ৰাচীন সোণৰ মূৰ্তি আছে। থানখনৰ লগতে বাসুদেৱৰ এখন নামঘৰ আছে।
 
==ইতিহাস আৰু প্ৰবাদ==
প্ৰবাদ আছে যে ইয়াত যি প্ৰাৰ্থনা কৰে তেওঁৰ মনোকামনা পূৰ্ণ হয়। অসমৰ দূৰ-দূৰণিৰ ভক্ত ৰ লগতে [[নেপাল]] ৰ অসংখ্য ভক্তই আহি ইয়াত প্ৰাৰ্থনা কৰা দেখা যায়। থানখনৰ কথা নেপালত কেনেকৈ ইমান প্ৰসিদ্ধ হ'ল ইয়াৰ বিৱৰণ ক'তো পোৱা নাযায়।
[[File:বাসুদেৱ.jpg|thumb|গাড়ী আস্থান]]
[[File:বাসুদেৱ থান.jpg|thumb|মূল থান]]
Line 36 ⟶ 37:
[[File:Pukhuri.jpg|thumb|পুখুৰী]]
[[File:বাসুদেৱ বাহিৰৰ পৰা.jpg|thumb|বাসুদেৱ বাহিৰৰ পৰা]]
==অতিশিশালা==
 
বাসুদেৱত এটা অতি সুন্দৰ অতিশিশালা আছে। দূৰণিৰ ভক্তসকলৰ বাবে ইয়াত থকা আৰু খোৱাৰ সু-ব্যৱস্থা আছে।
==যাতায়ত==
বাসুদেৱলৈ আহিবলৈ হ'লে দুটা ৰাস্তা আছে। এটা [[ঘিলামৰা]]ৰ বৰদৈবামৰ পৰা আৰু আনটো [[ঢকুৱাখনা]] পৰা।
==তথ্য সংগ্ৰহ==
{{Reflist}}