ভূমিকম্প: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
22 নং শাৰী:
*[[হিমালয়]],[[আল্পছ]] আদি [[পৃথিৱী]]ৰ তুষাৰমণ্ডিত ওখ [[পৰ্বত]]ৰ পৰা কিবা কাৰণত বৃহৎ তুষাৰখণ্ড খহি পৰিলে ভূমিকম্প হ'ব পাৰে৷
 
এইবোৰৰ উপৰিও ভূমিগত খনি অঞ্চলত যেতিয়া ওপৰৰ পৰা বিৰাট অংশ একোটা তলৰ খালী ঠাইত খহি পৰে তেতিয়াও ভূমিকম্প হয়৷ <ref name="গ্ৰন্থ ১" />
 
 
47 নং শাৰী:
#'''ভূমধ্যসাগৰীয় অঞ্চল'''
এই অঞ্চলসমূহ হৈছে - আল্পছ,ককেছাছ,হিমালয়ৰ ওচৰ-চুবুৰীয়া অঞ্চল,পশ্চিম ভাৰতীয় দ্বীপপুঞ্জ আৰু মধ্য আমেৰিকাত প্ৰায় ২১ শতাংশ ভূমিকম্প হয়৷ [[পৃথিৱী]]ৰ আন আন অঞ্চলত বাকী ১১শতাংশ ভূমিকম্প হয়৷ ভূমিকম্প সংঘটিত হোৱা ভূমধ্য অঞ্চলৰ ভিতৰত হিমালয়ৰ ওচৰ-চুবুৰীয়া অঞ্চলৰ উত্তৰ-পূব ভাৰত অন্তৰ্ভুক্ত হৈছে৷ [[অসম]],[[অৰুণাচল প্ৰদেশ]],[[মণিপুৰ]],[[মেঘালয়]],মিজো হিলচ,[[নগালেণ্ড]] আৰু [[ত্ৰিপুৰা]] এই অঞ্চলত ধৰা হৈছে৷
বি.চি.এলেনৰ মতে ১৮৯৭ চনৰ ১২ জুনত হোৱা ভূমিকম্পটো আটাইতকৈ ভয়ানক আছিল৷<ref name="গ্ৰন্থ ১" />
 
==ভূমিকম্পৰ ক্ষয়ক্ষতি ঘটোৱাৰ ব্যৱস্থা==
57 নং শাৰী:
*ভূমিকম্প শেষ হোৱাৰ লগে লগে কোঠালিৰ পৰা ওলাই আহি গছ-গছনি নথকা মুকলি ঠাইত থিয় হ'ব লাগে৷
*মোবাইল ফোন,টৰ্চ লাইট,দিয়াচলাই,মমবাতি,দীঘল ৰচী,জখলা,বিস্কুট জাতীয় খাদ্য,পানীৰ বটল,গৰম কাপোৰ আদি সহজে পোৱা ঠাইত ৰাখিব লাগে৷
*ঘৰ-দুৱাৰ সদায় ভূমিকম্প প্ৰতিৰোধক ব্যৱস্থাৰে সজাবলৈ যত্ন কৰিব লাগে৷<ref name="গ্ৰন্থ ১" />
 
==অসমীয়া লোক সাহিত্যত ভূমিকম্প==
"https://as.wikipedia.org/wiki/ভূমিকম্প"ৰ পৰা অনা হৈছে