১৩ জুলাই: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা: আজিৰ দিনত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা- (১)২০১২ চনৰ আজিৰ দিন...
 
No edit summary
1 নং শাৰী:
'''১৩ জুলাই''' দিনটো [[গ্ৰেগৰিয়ান বৰ্ষপঞ্জী]] অনুসাৰে [[বছৰ]]ৰ ১৯৪ তম ([[অধিবৰ্ষ]]ত ১৯৫ তম) দিন। বছৰটো শেষ হ’বলৈ আজিৰ পৰা মুঠ ১৭১ টা দিন বাকী থাকে। আজিৰ দিনত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
 
==জন্ম ==
(১)২০১২ চনৰ আজিৰ দিনটোতে [[গুৱাহাটী]]ত হোৱা যুৱতীৰ শালীনতা হানিৰ ঘটনাত দেশজুৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বিভিন্ন দল সংগঠনে ।
# ১৯৩৯ চনৰ আজিৰ দিনটোত ভাৰতীয় চলচ্চিত্ৰ জগতৰ এজন বিশিষ্ট প্ৰযোজক তথা পৰিচালক [[প্ৰকাশ মেহৰা]]ৰ জন্ম হয় (মৃত্যু - ২০০৯)।
 
==মৃত্যু==
(২) ২০১১ চনৰ আজিৰ দিনটোতে মুম্বাইৰ তিনিটা স্থানত সন্ত্ৰাসবাদীয়ে ঘটোৱা বোমা বিস্ফোৰণত ২৬ জন লোকৰ মৃত্যু হয় আৰু ১৩০ জন লোক আহত হয় ।
(৮)# ১৮১২ চনৰ আজিৰ দিনটোত বিশিষ্ট জাৰ্মান জ্যোতিৰ্বিদ [[হেইনৰিখ লুই দা অৰেষ্ট]]ৰ মৃত্যু হয় ১৮১২ চনৰ আজিৰ দিনটোত। [[নেপচুন গ্ৰহ]]ৰ সন্ধান পোৱা তেওঁইতেওঁয়েই প্ৰথম ব্যক্তি।
(৯)# ১৯২১ চনৰ আজিৰ দিনটোত ফৰাচী বিজ্ঞানী [[গেব্ৰিয়েল লিপমান]]ৰ মৃত্যু হয় ১৯২১ চনৰ আজিৰ দিনটোত।হয়। তেওঁ ১৯০৮ চনত পদাৰ্থবিদ্যাৰ নোবেল বঁটা লাভ কৰিছিল।
(৫)# ১৯৯৫ চনৰ আজিৰ দিনটোত সাহিত্যিক, ভাৰতীয় [[জ্ঞানপীঠ বঁটা]] বিজয়ী প্ৰথম মহিলা [[আশাপূ্ৰ্ণা দেৱী]]ৰ মৃত্যু হয় ১৯৯৫ চনৰ আজিৰ দিনটোত।
 
==অনান্য==
(৩) আজিৰ দিনটোতে ২০১২ চনত [[কৰ্ণাটক]]ৰ মুখ্যমন্ত্ৰী ৰূপে [[জগদীশ চেট্টাৰে]] শপত গ্ৰহণ কৰে ।
(১)# ২০১২ চনৰ আজিৰ দিনটোতে [[গুৱাহাটী]]ত হোৱা যুৱতীৰ শালীনতা হানিৰ ঘটনাত দেশজুৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বিভিন্ন দল সংগঠনে ।
(২)# ২০১১ চনৰ আজিৰ দিনটোতে মুম্বাইৰ তিনিটা স্থানত সন্ত্ৰাসবাদীয়ে ঘটোৱা বোমা বিস্ফোৰণত ২৬ জন লোকৰ মৃত্যু হয় আৰু ১৩০ জন লোক আহত হয় ।
(৩)# আজিৰ২০১২ দিনটোতেচনৰ ২০১২আজিৰ চনতদিনটোতে [[কৰ্ণাটক]]ৰ মুখ্যমন্ত্ৰী ৰূপে [[জগদীশ চেট্টাৰে]] শপত গ্ৰহণ কৰে ।
(৪)# ১৯৭৭ চনত আজিৰ দিনতে কেন্দ্ৰত চৰকাৰ সলনি হোৱা বাবে ১৯৮০ চনলৈকে পদ্ম সন্মান প্ৰদান বন্ধ।
(৬)# ২০০৫ চনৰ আজিৰ দিনটোতে [[পাকিস্তান]]ৰ সিন্ধু প্ৰদেশত সংঘটিত ৰে'ল দুৰ্ঘটনাত ৩০০ লোক নিহত হয় আৰু ১০০০ তকৈও অধিক লোক আহত হয় ।
(৭)# ২০১২ চনৰ আজিৰ দিনটোতে [[ছিৰিয়া]]ৰ হামা চহৰত সেনাবাহিনীৰ আক্ৰমণত ২০০ তকৈও অধিক লোকৰ মৃত্যু হয় ।
 
== বাহ্যিক সংযোগ ==
(৪) ১৯৭৭ চনত আজিৰ দিনতে কেন্দ্ৰত চৰকাৰ সলনি হোৱা বাবে ১৯৮০ চনলৈকে পদ্ম সন্মান প্ৰদান বন্ধ।
{{commons|Category:13 July}}
* [http://news.bbc.co.uk/onthisday/hi/dates/stories/july/13 বিবিচি: এই দিনত]
----
{{Months}}
{{-}}
 
[[শ্ৰেণী:বৰ্ষপঞ্জি]]
(৫) সাহিত্যিক, ভাৰতীয় জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম মহিলা [[আশাপূ্ৰ্ণা দেৱী]]ৰ মৃত্যু হয় ১৯৯৫ চনৰ আজিৰ দিনটোত।
[[শ্ৰেণী:জুলাই]]
 
(৬) ২০০৫ চনৰ আজিৰ দিনটোতে [[পাকিস্তান]]ৰ সিন্ধু প্ৰদেশত সংঘটিত ৰে'ল দুৰ্ঘটনাত ৩০০ লোক নিহত হয় আৰু ১০০০ তকৈও অধিক লোক আহত হয় ।
 
(৭) ২০১২ চনৰ আজিৰ দিনটোতে [[ছিৰিয়া]]ৰ হামা চহৰত সেনাবাহিনীৰ আক্ৰমণত ২০০ তকৈও অধিক লোকৰ মৃত্যু হয় ।
 
(৮) বিশিষ্ট জাৰ্মান জ্যোতিৰ্বিদ [[হেইনৰিখ লুই দা অৰেষ্ট]]ৰ মৃত্যু হয় ১৮১২ চনৰ আজিৰ দিনটোত। [[নেপচুন গ্ৰহ]]ৰ সন্ধান পোৱা তেওঁই প্ৰথম ব্যক্তি।
 
(৯) ফৰাচী বিজ্ঞানী [[গেব্ৰিয়েল লিপমান]]ৰ মৃত্যু হয় ১৯২১ চনৰ আজিৰ দিনটোত। তেওঁ ১৯০৮ চনত পদাৰ্থবিদ্যাৰ নোবেল বঁটা লাভ কৰিছিল।
"https://as.wikipedia.org/wiki/১৩_জুলাই"ৰ পৰা অনা হৈছে