অধিজগৎ (জীৱ বিজ্ঞান): বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
16 নং শাৰী:
}}
 
[[জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন]]ত '''অধিজগৎ''' বুলিলে, আমেৰিকান অনুজীৱবিদ আৰু জৈৱপদাৰ্থবিদ কাৰ্ল ৱেইছৰ '''ত্ৰি-সাম্ৰাজ্য পদ্ধতি'''ৰ সৰ্বোচ্চ বৰ্গীয় স্থানক বুজায় । ১৯৯০ চনত তেওঁ প্ৰকাশ কৰা তিনি অধিজগতৰ জীৱন বৃক্ষৰ মতে, তিনিখন অধিজগৎ হ'ল - আৰ্কিয়া, [[বেক্টেৰিয়া]] আৰু ইউকাৰিয়া (সংকোষকেন্দ্ৰীয়) ।<ref>{{Cite journal| author = Woese C, Kandler O, Wheelis M | title = Towards a natural system of organisms: proposal for the domains Archaea, Bacteria, and Eucarya. | url=http://www.pnas.org/cgi/reprint/87/12/4576 | accessdate=11 February 2010 | journal = Proc Natl Acad Sci USA | volume = 87 | issue = 12 | pages = 4576–9 | year = 1990 | pmid = 2112744 | doi = 10.1073/pnas.87.12.4576 | pmc=54159 | bibcode=1990PNAS...87.4576W}}</ref> ইয়াৰে প্ৰথম দুখন অধিজগতৰ সকলো সদস্য প্ৰকোষকেন্দ্ৰীয় অনুজীৱ বা কোষকেন্দ্ৰহীন এককোষী অনুজীৱ । সুনিৰ্দিষ্ট কোষকেন্দ্ৰ থকা আৰু প্ৰায় সকলো বহুকোষী জীৱ সংকোষকেন্দ্ৰীয় অধিজগতৰ অন্তৰ্ভুক্ত । অধিজগৎ সমূহক কেইবাখনো [[জগৎ (জীৱবিজ্ঞান)|জগত]]ত ভাগ কৰা হৈছে
 
==বিকল্প শ্ৰেণীবিভাজন সমূহ==
24 নং শাৰী:
* '''ইউকাইট হাইপ'থেছিছঃ''' বেক্টেৰিয়া আৰু আৰ্কিয়া (আৰ্কিয়া আৰু ইউকাৰিয়াক সাঙুৰি) নামৰ দুখন অধিজগতত ভাগ কৰা হৈছিল । এই প্ৰস্তাৱটো জেমছ অ্যা লেক আৰু সংগীসকলে, ১৯৮৪ চনত আগবঢ়াইছিল ।<ref name=Archibald>{{cite journal |first1=John M. |last1=Archibald |title=The eocyte hypothesis and the origin of eukaryotic cells |journal=PNAS |volume=105 |issue=51 |pages=20049–20050 |date=23 December 2008 |url=http://www.pnas.org/content/105/51/20049.full |doi=10.1073/pnas.0811118106}}</ref><ref name=Lake>{{cite journal |first1=James A. |last1= Lake |first2=Eric |last2=Henderson |first3=Melanie |last3=Oakes |first4=Michael W. |last4=Clark |title=Eocytes: A new ribosome structure indicates a kingdom with a close relationship to eukaryotes |journal=PNAS |volume=81 |pages=3786–3790 |date=June 1984 |url=http://www.pnas.org/content/81/12/3786.short |doi=10.1073/pnas.81.12.3786}}</ref><ref name=2domains>{{cite journal |first1=Tom A. |last1= Williams |first2=Peter G. |last2=Foster |first3=Cymon J. |last3=Cox |first4=T. Martin |last4=Embley |title=An archaeal origin of eukaryotes supports only two primary domains of life |journal=Nature |volume=504 |issue=7479 |pages=231–236 |date=December 2013 |url=http://www.nature.com/nature/journal/v504/n7479/full/nature12779.html |doi=10.1038/nature12779 |pmid=24336283}}</ref>
 
==ভাইৰাছৰ[[ভাইৰাছ]]ৰ বহিষ্কৰণ==
উপৰৰ কোনো এটা পদ্ধতিতে কোষবিহীন জীৱসমূহ অন্তৰ্ভুক্ত কৰা হোৱা নাই । ২০১১ চনত ভাইৰাছ সমূহকলৈ এখন চতুৰ্থ অধিৰাজ্যৰ সম্ভাৱনাৰ কথা আলোচনা কৰা হৈছিল ।