সৰ্পদংশন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
fixing dead links
14 নং শাৰী:
MeshID = D012909 |
}}
[[সাপ|সাপে]] খোঁটাৰ ফলত হোৱা আঘাতকে '''সৰ্পদংশন''' ([[ইংৰাজী ভাষা]]ত Snakebite) বুলি কোৱা হয়। দাঁতৰ আঘাতত ঠাইটুকুৰাত বিন্ধাৰ দৰে ক্ষতৰ সৃষ্টি হ'ব পাৰে বা শৰীৰত বিষ বিয়পিব পাৰে (envenomation)। সাপৰ বেছিভাগ প্ৰজাতিৰেই বিষ নাই আৰু সেইবোৰে চিকাৰৰ শৰীৰত চাপ প্ৰয়োগেৰেহে হত্যা কৰে। তুলনামূলকভাৱে কম সংখ্যক সাপ বিষধাৰী আৰু সেইবোৰ [[এণ্টাৰ্কটিকা]]ৰ বাহিৰে আন সকলো মহাদেশত পোৱা যায়।<ref name="Kasturiratne">{{cite journal |last=Kasturiratne |first=A. |coauthors=Wickremasinghe A. R., de Silva N., Gunawardena N. K., Pathmeswaran A., et al. |year=2008 |month=November |title=The Global Burden of Snakebite: A Literature Analysis and Modelling Based on Regional Estimates of Envenoming and Deaths |journal=PloS Medicine |volume=5 |issue=11 |pages= |doi=10.1371/journal.pmed.0050218 |url=http://www.plosmedicine.org/article/info%3Adoi%2F10.1371%2Fjournal.pmed.0050218;jsessionid=66B81B3E56F5DABADB52D86E51BE334F |accessdate=2009-06-24 |quote= }}</ref> [[পৃথিৱী]]ত সাপৰ প্ৰায় ৩০০০ [[প্ৰজাতি (জীৱবিদ্যা)|প্ৰজাতি]] পোৱা যায় যাৰ প্ৰায় ১৫% মানুহৰ বাবে বিপজ্জনক।<ref name="Gold2002">{{cite journal |last=Gold |first=Barry S. |coauthors=Richard C. Dart, Robert A. Barish |date=1 April 2002|title=Bites of venomous snakes |journal=The New England Journal of Medicine |volume=347 |issue=5 |pages=347–56 |issn=00284793 |url=http://content.nejm.org/cgi/content/full/347/5/347?ijkey=/Romzox5/Yq3A&keytype=ref&siteid=nejm |accessdate=2009-06-25 |doi=10.1056/NEJMra013477 |pmid=12151473 }}</ref><ref>{{cite journal |last=Russell |first=F. E. |title=When a snake strikes |journal=Emerg Med |volume=22 |issue=12 |pages=33–4, 37–40, 43 |year=1990}}</ref> সাপে চিকাৰৰ লগতে প্ৰতিৰক্ষাৰ বাবেও দংশন কৰে। যিহেতু সাপ দেখাত বিভিন্ন ৰকমৰ হ'ব পাৰে, সেইবাবে সৰ্পদংশনৰ ক্ষেত্ৰত প্ৰজাতি নিৰ্ণয় কষ্টসাধ্য আৰু ততালিকে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত।<ref name="SVDK">{{Cite journal|year=2007 |title=Snake Venom Detection Kit: Detection and Identification of Snake Venom |publisher=CSL Limited|url=http://www.csl.com.au/docs/92/398/SVDK_Product_Leaflet.pdf|accessdate=2009-11-24 |quote=The physical identification of Australian and Papua New Guinean snakes is notoriously unreliable. There is often marked colour variation between juvenile and adult snakes and wide size, shape and colour variation between snakes of the same species. Reliable snake identification requires expert knowledge of snake anatomy, a snake key and the physical handling of the snake|archiveurl=http://web.archive.org/web/20080721155355/http://www.csl.com.au/docs/92/398/SVDK_Product_Leaflet.pdf|archivedate=2008-07-21}} {{Dead link|date=September 2010|bot=H3llBot}}</ref><ref name="White2006">{{Cite journal|last1=White |first1=Julian|year=2006 |title=Snakebite & Spiderbite: Management Guidelines |publisher=Department of Health, Government of South Australia |location=Adelaide |pages=1–71 |url=http://www.health.sa.gov.au/DesktopModules/SSSA_Documents/LinkClick.aspx?tabid=57&mid=403&table=SSSA_Documents&field=ItemID&id=257&link=C%3A%5CDocuments+and+Settings%5Cdhc000033%5CDesktop%5CA+HEAT+(Store)%5CSA+Snakebite+Guide+screenres.pdf |isbn=0730895513 |accessdate=2009-11-24 |quote=The colour of brown snakes is very variable and misleading for identification purposes. They may be brown, red brown, grey, very dark brown and may be plain in color, have speckling, stripes or bands, or have a dark or black head}}</ref>
 
সৰ্পদংশনৰ ফলাফল বহুতো কাৰকৰ ওপৰত নিৰ্ভৰ কৰে, যেনে- সাপৰ প্ৰজাতি, দংশন কৰা শৰীৰৰ স্থান, প্ৰবেশ কৰা বিষৰ পৰিমাণ, আৰু আক্ৰান্তৰ স্বাস্থ্য। সৰ্পদংশনৰ পিছত ব্যক্তিজন প্ৰায়েই আতঙ্কগ্ৰস্ততাত ভোগে। তাৰোপৰি [[অট'ন'মিক নাৰ্ভাছ চীষ্টেম]]ৰ দ্বাৰা টেকীকাৰ্ডিয়া, বুকুৰ ধপ‌ধপনি আৰু বমিৰ ভাৱ হ'ব পাৰে।<ref name="Gold2002"/><ref name="Kitchens1987">{{cite journal | author = Kitchens C, Van Mierop L | title = Envenomation by the Eastern coral snake (Micrurus fulvius fulvius). A study of 39 victims | journal = JAMA | volume = 258 | issue = 12 | pages = 1615–18 | year = 1987 | pmid = 3625968 | doi = 10.1001/jama.258.12.1615}}</ref> বিষ নথকা সাপে খোঁটাৰ ফলত দাঁতৰ আঘাতৰ পৰা বা বীজাণুৰ সংক্ৰমণৰ পৰা ক্ষতৰ সৃষ্টি হ'ব পাৰে। সৰ্পদংশনৰ পৰা হ'ব পৰা [[এনাফাইলেক্সিছ]]ৰ ফলত মানুহ মৃত্যুমুখত পৰিব পাৰে। সৰ্পদংশনৰ প্ৰাথমিক চিকিৎসা সাধাৰণতে সেই অঞ্চলত বসবাস কৰা সাপৰ প্ৰজাতিৰ ওপৰত নিৰ্ভৰ কৰে, কাৰণ এটা প্ৰজাতিৰ সাপৰ বাবে কৰা চিকিৎসা আন এটাৰ বাবে কাৰ্যকৰী নহ'বও পাৰে।
 
সৰ্পদংশনৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ পৰিমাণ ভৌগোলিক স্থানভেদে বেলেগ বেলেগ হয়। [[অষ্ট্ৰেলিয়া]], [[ইউৰোপ]] আৰু [[উত্তৰ আমেৰিকা]]ত মৃত্যুৰ হাৰ নগণ্য,<ref name="Kasturiratne"/><ref name="Chippaux 1998">{{Cite journal |last=Chippaux |first=J.P. |year=1998 |title=Snake-bites: appraisal of the global situation |journal=Bulletin of the World Health Organization |volume=76 |issue=5 |pages=515–24 |url=http://www.kingsnake.com/aho/pdf/menu6/chippaux1998.pdf |accessdate=2009-07-03|pmid=9868843|pmc=2305789}}</ref><ref name="Gutierrez2007"/> কিন্তু বিশ্বৰ আন বহু ঠাইত, বিশেষকৈ চিকিৎসা সেৱাৰ সুবিধা নথকা গ্ৰামাঞ্চলত সৰ্পদংশনৰ ফলত হোৱা শাৰীৰিক ক্ষতি আৰু মৃত্যু এটা গুৰুতৰ স্বাস্থ্যজনিত সমস্যা। [[দক্ষিণ এছিয়া]], [[দক্ষিণ-পূব এছিয়া]] আৰু [[নিম্ন-ছাহাৰা আফ্ৰিকা]]ত সৰ্পদংশনৰ ঘটনা বিশ্বৰ ভিতৰতে সৰ্বাধিক। নৱগ্ৰীষ্মপ্ৰধান, বিষুবীয় আৰু গ্ৰীষ্মপ্ৰধান অঞ্চলতো সাপে খোঁটাৰ ঘটনা প্ৰায়েই ঘটি থাকে।<ref name="Kasturiratne"/><ref name="Chippaux 1998"/><ref name="Gutierrez2007">{{cite journal |last=Gutiérrez |first=José María |coauthors=Bruno Lomonte, Guillermo León, Alexandra Rucavado, Fernando Chaves, Yamileth Angulo |year=2007 |month=October |title=Trends in Snakebite Envenomation Therapy: Scientific, Technological and Public Health Considerations |journal=Current Pharmaceutical Design |volume=13 |issue=28 |pages=2935–50 |url=http://www.icp.ucr.ac.cr/~blomonte/2007_Antivenenos_CurrPharmDesign_Gutierrez_therapy_review.pdf |accessdate=2009-07-01 |quote=|archiveurl=http://web.archive.org/web/20110428034152/http://www.icp.ucr.ac.cr/~blomonte/2007_Antivenenos_CurrPharmDesign_Gutierrez_therapy_review.pdf|archivedate=2011-04-28}}</ref> প্ৰতিবছৰে বিশ্বজুৰি প্ৰায় ২০০০০-৯৪০০০ মানুহ সৰ্পদংশনৰ ফলৰ মৃত্যুমুখত পৰে।<ref name="Kasturiratne"/> সুৰক্ষা থকা বিশেষ জোতা পৰিধান কৰি আৰু সাপৰ প্ৰাদুৰ্ভাৱ থকা অঞ্চল পৰিহাৰ কৰি সৰ্পদংশনৰ ঘটনা কমাব পাৰি।
 
==চিহ্ন আৰু লক্ষণসমূহ==
34 নং শাৰী:
কিছুমান অষ্ট্ৰেলিয়ান ইলেপিড আৰু ভাইপাৰৰ বিষ শৰীৰত প্ৰবেশ কৰিলে তেজ গোট মৰাত সমস্যাৰ সৃষ্টি হয় আৰু ভুক্তভোগীৰ মুখ, নাক বা পুৰণি শুকোৱা ঘাঁৰপৰাও প্ৰচন্ড ৰক্তক্ষৰণ হ'ব পাৰে।<ref name="Gutierrez2007"/> আভ্যন্তৰীণ অঙ্গ যেনে মগজু আৰু অন্ত্ৰৰ পৰা ৰক্তক্ষৰণ হৈ ব্যক্তিজনৰ চালত [[ইকাইম'চিচ]] (একপ্ৰকাৰৰ ক্ষত)ৰ সৃষ্টি কৰিব পাৰে।
 
ইলেপিড যেনে সাগৰীয় সাপ, ক্ৰেইট, ফেঁটীসাপ, ৰজাফেঁটী, মাম্বা আৰু বহু অষ্ট্ৰেলিয়ান প্ৰজাতিৰ বিষে স্নায়ুতন্ত্ৰক আক্ৰমণ কৰে।<ref name="Gold2002"/><ref name="Gutierrez2007">{{Cite journal|last=Gutiérrez |first=José María |coauthors=Bruno Lomonte, Guillermo León, Alexandra Rucavado, Fernando Chaves, Yamileth Angulo |year=2007|title=Trends in Snakebite Envenomation Therapy: Scientific, Technological and Public Health Considerations |journal=Current Pharmaceutical Design |volume=13 |issue=28 |pages=2935–50 |url=http://www.icp.ucr.ac.cr/~blomonte/2007_Antivenenos_CurrPharmDesign_Gutierrez_therapy_review.pdf |accessdate=2009-07-01 |doi=10.2174/138161207782023784 |pmid=17979738|archiveurl=http://web.archive.org/web/20110428034152/http://www.icp.ucr.ac.cr/~blomonte/2007_Antivenenos_CurrPharmDesign_Gutierrez_therapy_review.pdf|archivedate=2011-04-28}}</ref><ref name="Phillips2002">{{Cite journal |last=Phillips |first=Charles M. |year=2002|title=Sea snake envenomation |journal=Dermatologic Therapy |volume=15|issue=1 |pages=58–61(4)|doi=10.1046/j.1529-8019.2002.01504.x |url=http://www.kingsnake.com/aho/pdf/menu6/phillips2002.pdf|accessdate=2009-07-24}}</ref> ভুক্তভোগীয়ে চকুৰে দেখাত , উশাহ লোৱাত, কথা কোৱাত আৰু শৰীৰৰ যিকোনো ঠাইত উদ্দীপনা অনুভৱ কৰাত সমস্যা হ'ব পাৰে।<ref name="Gold2002"/> স্নায়ুতন্ত্ৰৰ বেমেজালিত এইসমূহৰ বাহিৰেও আৰু বহুতো লক্ষণে দেখা দিব পাৰে। সোনকালে চিকিৎসা নকৰিলে উশাহ লোৱাৰ অসমৰ্থতাত ব্যক্তিজন মৃত্যুমুখত পৰিব পাৰে।
 
কিছুমান ফেঁটীসাপৰ প্ৰজাতি, প্ৰায় সকলোবোৰ ভাইপাৰ, কিছুমান অষ্ট্ৰেলিয়ান ইলেপিড আৰু কিছুমান সাগৰীয় সাপে মাংসপেশীৰ কলাৰ [[নেক্ৰ'চিছ]] কৰে।<ref name="Gutierrez2007"/> গোটই শৰীৰ জুৰি মাংসৰ কলাবোৰ মৰিবলৈ ধৰে যাক [[ৰেব্দ'মায়'লাইচিছ]] বুলি কোৱা হয়। ইয়াৰ ফলত বৃক্কৰ নলীকাত মায়'গ্ল'বিন জমা হৈ বৃক্কৰো ক্ষতি কৰে। [[নিম্নৰক্তচাপ]]ৰ সৈতে মিলি ই বৃক্কৰ অসমৰ্থতাৰ সৃষ্টি কৰে আৰু চিকিৎসাৰ ব্যৱস্থা নকৰিলে ব্যক্তিজন মৃত্যুমুখত পৰে।<ref name="Gutierrez2007"/>
43 নং শাৰী:
কেতিয়াবা সময়ৰ হেৰ-ফেৰ হৈ সাপৰ দাঁত শৰীৰত ভালকৈ প্ৰবেশ নকৰাৰ ফলতো অনাৰ্দ্ৰ দংশন হয়।<ref name="Young2002"/> বিষ নথকাকৈও [[:en:Boidae|বয়ডি]] আৰু [[:en:Pythonidae|পাইথ'নিডি]] পৰিয়ালৰ সাপৰ দংশনে গুৰুতৰ ক্ষতি কৰে; সাপটো বা চিকাৰ নিজেই আঁতৰি যোৱাৰ ফলত মাংসপেশীত সোমাই থকা বেজীৰ দৰে তীক্ষ্ন দাঁতে ঠাইটুকুৰা চিৰাচিৰ কৰিব পাৰে। বিষধাৰী সাপৰ দৰে মৃত্যুদায়ক নহ'লেও এনে আঘাত অস্থায়ীভাৱে ক্ষতিকৰ আৰু চিকিৎসাৰ অভাৱত ভয়ংকৰ সংক্ৰমণ হ'ব পাৰে।
 
বেছিভাগ সাপেই দংশন কৰিবলৈ মুখ খুলিব লাগে। কিন্তু [[:en:Atractaspididae|এট্ৰেক্‌টেস্পিডি]] পৰিয়ালৰ আফ্ৰিকান আৰু মধ্যপূৰ্বৰ সাপে বিষদাঁত ভাঁজ কৰি কাষলৈ আনি মুখ নেমেলাকৈয়ে দংশন কৰিব পাৰে।<ref name="Deufel2003">{{Cite journal |last=Deufel |first=Alexandra |coauthors=David Cundall |year=2003 |title=Feeding in Atractaspis (Serpentes: Atractaspididae): a study in conflicting functional constraints |journal=Zoology |volume=106 |issue=1 |pages=43–61 |url=http://www.minotstateu.edu/biology/pdf/AtractaspisReprint.pdf|accessdate=2009-08-25 |doi=10.1078/0944-2006-00088 |pmid=16351890|archiveurl=http://web.archive.org/web/20060909142314/http://www.minotstateu.edu/biology/pdf/AtractaspisReprint.pdf|archivedate=2006-09-09}}</ref>
 
=== সাপৰ বিষ ===
49 নং শাৰী:
সাপৰ বিষ প্ৰধানতঃ চাৰি প্ৰকাৰৰ - [[নিউৰ'টক্সিন]], [[হিম'টক্সিন]], [[মায়'টক্সিন]] আৰু [[চাইট'টক্সিন]]। নিউৰ'টক্সিনে স্নায়ুতন্ত্ৰত আৰু হিম'টক্সিনে তেজৰ কোষবোৰত আক্ৰমণ কৰে। অৱশ্যে দুইপ্ৰকাৰ বিষেই মগজুৰ [[নিউৰ'ণ]] বোৰৰ ৰাসায়নিক সংযোগবোৰ বন্ধ কৰি ক্ৰিয়া কৰে। আনহাতে মায়'টক্সিনে মাংসপেশীত আৰু চাইট'টক্সিনে সৰু স্থানত কমকৈ ক্ৰিয়া কৰে। এনে বিষাক্ত সাপ, যেনে [[নিউৰ'টক্সিন]] উৎপন্ন কৰা [[ফেঁটীসাপ]] দিয়ে [[হীম'টক্সিন]] উৎপন্ন কৰা [[পিট্‌ভাইপাৰ]]ৰ দংশনৰ প্ৰায় ১০-২০ মিনিটৰ ভিতৰতে যদি [[চিকিৎসা সেৱা]] পোৱা নাযায়, তেন্তে ৰোগীৰ সাধাৰণতে মৃত্যু হয়। নিউৰ'টক্সিনৰ প্ৰভাৱত শ্বাস-প্ৰশ্বাস বন্ধ হৈ আৰু হিম'টক্সিনৰ বাবে অন্তৰ্ৱৰ্তী ৰক্তক্ষৰণ হৈ আক্ৰান্তৰ মৃত্যু হয়।
 
জীৱবিজ্ঞানীসকলৰ মতে [[মিন'চিন]] কালৰ সময়তে সাপৰ বিষ তৈয়াৰ কৰিব পৰা ক্ষমতাৰ উদ্ভৱ হয়।<ref name="Jackson2003">{{Cite journal |last=Jackson |first=Kate |year=2003|title=The evolution of venom-delivery systems in snakes |journal=Zoological Journal of the Linnean Society |volume=137 |issue=3 |pages=337–354 |doi=10.1046/j.1096-3642.2003.00052.x |url=http://www.kingsnake.com/aho/pdf/menu2/jackson2002.pdf |accessdate=2009-07-25}}</ref> মধ্য-তৃতীয়াংশ কালত বেছিভাগ সাপেই চাপ প্ৰয়োগেৰে চিকাৰ কৰা [[:en:Henophidia|হেন'ফিডিয়া]] পৰিয়ালৰ আছিল। যেতিয়া বিশ্বৰ কোনো কোনো অংশত হাবিৰ ঠাই ঘাঁহনিয়ে ল'বলৈ ধৰিলে, তেতিয়া কিছুমান সাপৰ পৰিয়াল সৰু আৰু অধিক আক্ৰমণাত্মকৰূপে বিকশিত হ'বলৈ ধৰিলে। কিন্তু সৰু সাপৰ বাবে চিকাৰ কৰাটো কঠিন হোৱা বাবে সাপৰ বিষৰ বিকাশ ঘটা আৰম্ভ হ'ল।<ref name="Jackson2003"/> বেছিভাগ জীৱিত সৰীসৃপৰে আদিৰূপ বুলি ভবা [[টক্সিক'ফেৰা]] নামৰ গোটটোৰ ওপৰত কৰা আন আন গৱেষণাৰ পৰা এই কথা প্ৰতীয়মান হয় যে শেষ ক্ৰেটাচিয়ান যুগত প্ৰায় দহ মিলিয়ন বছৰৰ আগতে সাপৰ বিষৰ বিকাশ হয়।<ref name="Fry2006">{{Cite journal |last=Fry |first=Bryan G.|coauthors=Nicolas Vidal, Janette A. Norman, Freek J. Vonk, Holger Scheib, S. F. Ryan Ramjan, Sanjaya Kuruppu, Kim Fung, S. Blair Hedges, Michael K. Richardson, Wayne. C. Hodgson, Vera Ignjatovic, Robyn Summerhayes, Elazar Kochva |year=2006|title=Early evolution of the venom system in lizards and snakes |journal=Nature |volume=439 |issue=7076 |pages=584–8 |pmid=16292255 |doi=10.1038/nature04328 |url=http://www.venomdoc.com/downloads/2005_BGF_Nature_squamate_venom.pdf |accessdate=2009-09-18 |archiveurl=http://web.archive.org/web/20051221171907/http://www.venomdoc.com/downloads/2005_BGF_Nature_squamate_venom.pdf|archivedate=2005-12-21}}</ref>
 
সাধাৰণতে লেলাউটি নিঃসৰণ কৰা বিকশিত [[পেৰ'টিড গ্লেণ্ড]]ত সাপৰ বিষ প্ৰস্তুত হয়। চকুৰ পিছফালে থকা [[wikt:alveolus|এল্‌ভিঅ'লাই]]ত ই সঞ্চিত হৈ থাকে আৰু ফোপোলা চুঙাকৃতিৰ [[বিষদাঁত]]লৈ সৈচ্চিকভাৱে নিঃসৰিত হয়। এশৰ পৰা এহেজাৰ পৰ্যন্ত বিভিন্ন [[প্ৰ'টিন]] আৰু [[এন্‌জাইম|এন্‌জাইমে]]ৰে এই বিষ গঠিত হয়। সেইবোৰৰ কামো ভিন ভিন যেনে- চিকাৰৰ হৃদতন্ত্ৰৰ কামত আউল লগোৱা বা বিষ সোনকালে প্ৰবেশ কৰিবলৈ কলাৰ শোহন ক্ষমতা বৃদ্ধি কৰা আদি।
"https://as.wikipedia.org/wiki/সৰ্পদংশন"ৰ পৰা অনা হৈছে