এককোষী জীৱ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
1 নং শাৰী:
[[File:Ventricaria ventricosa.JPG|thumb|''[[:en:Valonia ventricosa|ভেল'নিয়া ভেণ্ট্ৰিক'ছা]]'' এবিধ বৃহৎ এককোষী জীৱ।]]
 
'''এককোষী জীৱ''' হল, সেইবোৰ [[জীৱ]] যিবোৰ জীৱৰ [[দেহ]] মাত্ৰ এটা [[কোষ]]ৰ দ্বাৰা গঠিত হয়।, আনহাতে [[বহুকোষী জীৱবোৰৰজীৱ]]বোৰৰ শৰীৰত একাধিক কোষ থাকে। ঐতিহাসিক ভাবে সৰল এককোষী জীৱ বোৰক '''ম'নাড''' বুলিও কয়।<ref>{{citation|url=http://www.biology-online.org/dictionary/Monad|title=Monad|publisher=Biology online|accessdate=2011-06-30}}</ref> [[বেক্টেৰিয়া]], [[আৰ্কিয়া]], [[প্ৰট'জৱা]], এককোষী [[শেলাই]] আৰু এককোষী [[ভেঁকুৰ]] আদি এককোষী জীৱৰ প্ৰধান গোট। এককোষী জীৱবোৰ দুটা ভাগত ভাগ কৰা হয়: [[প্ৰকোষকেন্দ্ৰীক]] জীৱ আৰু [[সংকোষকেন্দ্ৰীক]] জীৱ। এককোষী জাৱবোৰক জীৱনৰ পুৰণা ৰূপ বুলি গন্য কৰা হয়, সম্ভৱতঃ প্ৰায় ৩৮ নিযুত বছৰৰ আগৰ পৰাই বিদ্যমান।<ref>{{citation|url=http://library.thinkquest.org/27819/ch1_5.shtml|title=An Introduction to Cells|publisher=ThinkQuest|accessdate=2013-05-30}}</ref>
 
সংকোষকেন্দ্ৰীক জীৱ, বেছিভাগ [[প্ৰটিষ্টা]], আৰু কিছুমান [[ভেঁকুৰ]] এককোষী। যদিও এনে কিছুমান জীৱ সংঘবদ্ধ হৈ থাকে, তথাপি সিহঁত এককোষী। এনে জীৱবোৰ একেলগে জীৱন নিৰ্বাহ কৰে। সিহঁত প্ৰত্যেকেই পৰস্পৰে নিৰ্ভৰশীল হৈ জীয়াই থাকে।
17 নং শাৰী:
==তথ্য সংগ্ৰহ==
{{Reflist}}
[[শ্ৰেণী:জীৱবিজ্ঞান]]