হোৱাৎছএপ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
40 নং শাৰী:
২০১৩ চনৰ নৱেম্বৰৰ তথ্য অনুসৰি হোৱাট্‌ছ্‌এপৰ মাহেকীয়া সক্ৰিয় ব্যৱহাৰকাৰীৰ সংখ্যা ১৯০ নিযুত, ইয়াত দৈনিক ৪০০ নিযুত ছবি আৰু ১০০ কোটিৰো অধিক বাৰ্তাৰ আদান-প্ৰদান হয়।<ref>{{Citation | title = What’s app: 190 million monthly active users | url = http://www.theverge.com/2013/10/22/4865328/whatsapp-350-million-monthly-active-users | newspaper = The Verge | date = 2013-08-06 | accessdate = 2013-10-22}}.</ref><ref name="Parmy">{{cite news|title=Teenagers say goodbye to Facebook and hello to messenger apps|url=http://www.theguardian.com/technology/2013/nov/10/teenagers-messenger-apps-facebook-exodus?CMP=EMCNEWEML6619I2|accessdate=11 November 2013|newspaper=The Guardian|date=10 November 2013|author=Parmy Olson}}</ref> ২০১৩ চনৰ ডিচেম্বৰৰ এটা ব্লগ প'ষ্টত হোৱাট্‌ছ্‌এপে দাবী কৰা মতে প্ৰতিমাহে ৪০০ নিযুতৰো অধিক সক্ৰিয় লোকে তেওঁলোকৰ সেৱা ব্যৱহাৰ কৰে।<ref>{{cite web|title=400 Million Stories|url=http://blog.whatsapp.com/index.php/2013/12/400-million-stories/?lang=de|work=WhatsApp Blog|publisher=WhatsApp|accessdate=17 January 2014|author=Jan Koum|date=19 December 2013}}</ref>
 
২০১৪ চনৰ ১৯ ফেব্ৰুৱাৰীত [[ফে'চবুকফেচবুক|ফে'চবুকেফেচবুকে]] ঘোষণা কৰে যে তেওঁলোকে ১৯০ কোটি আমেৰিকান ডলাৰৰ বিনিময়ত হোৱাট্‌ছ্‌এপ্‌ ক্ৰয় কৰিছে। ইয়াৰ ভিতৰত ফে'চবুকে ৪০ কোটি ডলাৰ নগদ দিব, ১২০ কোটি ডলাৰ ফে'চবুক শ্বেয়াৰৰ যোগেদি দিব আৰু চাৰিবছৰ জুৰি ৩০ কোটি ডলাৰৰ সংৰক্ষিত ষ্টক হোৱাট্‌ছ্‌এপৰ প্ৰতিষ্ঠাতা আৰু কৰ্মচাৰীসকলক প্ৰদান কৰিব।<ref name="wsj20140220" /><ref name="fb-buyout">{{cite web|title=Facebook to Acquire WhatsApp|url=http://newsroom.fb.com/News/805/Facebook-to-Acquire-WhatsApp February 2014|date=19 February 2014}}</ref>
 
==তথ্য সংগ্ৰহ==
"https://as.wikipedia.org/wiki/হোৱাৎছএপ"ৰ পৰা অনা হৈছে