ৰাসায়নিক অভিযান্ত্ৰিকী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
3 নং শাৰী:
[[Image:Colonne distillazione.jpg|thumb|right|250px|Chemical engineers design, construct and operate plants.]]
 
'''ৰাসায়নিক অভিযান্ত্ৰিকী''' ({{lang-en|Chemical Engineering}}, কেমিকেল ইঞ্জিনিয়াৰিং) হ'ল প্ৰকৃতি অথবা ব্যৱহাৰিক বিজ্ঞান ([[ৰসায়ন বিজ্ঞান]] আৰু [[পদাৰ্থ বিজ্ঞান]]), জৈৱ বিজ্ঞান ([[জীৱবিজ্ঞান]], [[অণুজীৱবিজ্ঞান]], [[জৈৱৰসায়ন]])ৰ সতে [[গণিতবিদ্যা]] আৰু [[অৰ্থনীতি]]ৰ সমন্বয়ত গঢ় লোৱা অভিযান্ৰিক বিষয়ৰ এটা শাখা য'ত বিভিন্ন ৰাসায়নিক পদাৰ্থ আৰু শক্তিৰ উৎপাদন, পৰিৱৰ্তন, পৰিবহণ আৰু সঠিক প্ৰয়োগৰ বিষয়ে শিকোৱা হয়। এই বিভাগত ঘাইকৈ বিভিন্ন ৰাসায়নিক পদাৰ্থ,শক্তি আৰু উৎপাদন পদ্ধতিৰ বিষয়ে আলোচনা কৰা হয়। আধুনিক ৰসায়নিক অভিযন্তাসকল ন ন প্ৰায়োগিক পদ্ধতি আৰু পদাৰ্থৰ সতে জড়িত যিবোৰ [[নেন'প্ৰযুক্তি]], [[ইন্ধন কোষ]] আৰু [[জৈৱ অভিযান্ত্ৰিকী ]]বিষয়সমূহৰ বাবে অতীৱ প্ৰয়োজনীয় ।
 
==Etymology==