Mrigunath
নমস্কাৰ, "Mrigunath"
অসমীয়া ৱিকিপিডিয়ালৈ আপোনাক আদৰণি জনাইছোঁ! আপোনাৰ আগ্ৰহৰ বাবে ধন্যবাদ। আশা কৰোঁ আপুনি সদায় আমাৰ লগত জড়িত হৈ থাকিব। নৱাগত সকলৰ বাবে তলত দিয়া পৃষ্ঠাকেইখন অতি উপযোগী, অনুগ্ৰহ কৰি পৃষ্ঠাকেইখন এবাৰ চকু ফুৰাই চাই যেন। ৱিকিপিডিয়াত সম্পাদনাৰ সহায়
|
বিষ্ণু শইকীয়া⇒✉ 08:45, 3 নৱেম্বৰ 2014 (UTC) বিষ্ণু শইকীয়া⇒✉ 10:10, 20 অক্টোবৰ 2014 (UTC)
ৱিকি উদ্যোগী ৱিকিপদক
সম্পাদনা কৰকতৃতীয় অসমীয়া ৱিকিসন্মিলন (গুৱাহাটী) ৰ ৱিকিপদক(২৫ অক্টোবৰ, ২০১৪, অসম অভিযান্ত্ৰিক মহাবিদ্যালয়, গুৱাহাটী) | ||
বন্ধুবৰ, উক্ত ৱিকিসন্মিলনত আপোনাৰ অৱদানৰ বাবে এই সামান্যতম সন্মান জনালোঁ। আপুনি তথা আপোনাৰ সীমিত সহযোগীৰ আপোনালোকৰ ক্লাৱৰ সৌজন্যত নিস্বাৰ্থ প্ৰয়াসৰে যেনেদৰে এই ৱিকিসন্মিলন সাফল্যমণ্ডিত কৰি তুলিলে তাৰ বাবে আমি সকলো অসমীয়া ৱিকিপিডিয়ান অত্যন্ত কৃতজ্ঞ। আশাকৰো অসমীয়া ৱিকিপিডিয়াৰ লগত এনেদৰেই জড়িত হৈ থাকি ইয়াক সমৃদ্ধিশালী কৰি তুলিব। অসমীয়া ৱিকিপিডিয়া সমাজৰ হৈ বিষ্ণু শইকীয়া⇒✉ 11:38, 5 নৱেম্বৰ 2014 (UTC)|} 2021 Wikimedia Foundation Board elections: Eligibility requirements for votersসম্পাদনা কৰকGreetings, The eligibility requirements for voters to participate in the 2021 Board of Trustees elections have been published. You can check the requirements on this page. You can also verify your eligibility using the AccountEligiblity tool. MediaWiki message delivery (বাৰ্তা) 16:27, 30 June 2021 (ইউ.টি.চি.) Note: You are receiving this message as part of outreach efforts to create awareness among the voters. |