২৯ অক্টোবৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

তাৰিখ
Content deleted Content added
নতুন পৃষ্ঠা: ১/ ১৭৪০ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে স্কটলেণ্ডৰ সাহিত্যিক , জীৱ...
(কোনো পাৰ্থক্য নাই)

11:38, 29 October 2014ৰ সংস্কৰণ

১/ ১৭৪০ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে স্কটলেণ্ডৰ সাহিত্যিক , জীৱনীকাৰ জেছ বছৱেলৰ জন্ম হয় ।

২/ ১৭৯৫ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে ইংৰাজ কবি জন কীটছৰ জন্ম হয় ।

৩/ ১৮৯৭ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে হিটলাৰৰ অধীনৰ জাৰ্মানীৰ প্ৰচাৰমন্ত্ৰী যোছেফ গোৰৱেলছ জন্ম হয় ।

৪/ ১৯১৭ চনৰ আজিৰ দিনটোতে নাট্যকাৰ সত্যপ্ৰসাদ বৰুৱাৰ জন্ম হয় ।

৫/ ১৯২০ চনৰ আজিৰ দিনটোতে প্ৰখ্যাত মাৰ্কিন বিজ্ঞানী বাৰুজ বেনাকেৰৰাফৰ জন্ম হয় ।

৬/ ১৯২৩ চনৰ আজিৰ দিনটোতে তুৰস্কক গণতান্ত্ৰিক ৰাষ্ট্ৰ ৰূপে ঘোষণা কৰা হয় । ইস্তানবুলৰ পৰা আংকাৰালৈ দেশখনৰ ৰাজধানী স্থানান্তৰিত কৰা হয় ।

৭/ ১৯৩৩ চনৰ আজিৰ দিনটোতে ফৰাচী বিজ্ঞানী এলবাৰ্ট কামেটৰ মৃত্যু হয় । ।১৯০৮ চনত আন এজন বিজ্ঞানী ডাঃ কেমিলি গুৰিনৰ সৈতে যুটীয়াভাৱে গৱেষণা কৰি তেওঁ আৱিষ্কাৰ কৰে যক্ষ্মা ৰোগৰ প্ৰতিষেধক ছিটা বি চি জি ।

৮/ ১৯৫৮ চনৰ আজিৰ দিনটোতে জ্ঞান-মালিনী কবি খ্যাত মৌলবী ]]মফিজুদ্দিন আহমদ হাজৰিকা]]ৰ মৃত্যু হয় ।

৯/ ১৯৯৮ চনৰ আজিৰ দিনটোতে ৭৭ বছৰীয়া মহাকাশচাৰী জন জনগ্লেনৰ মৃত্যু হয় ।

১০/ ২০০২ চনৰ আজিৰ দিনটোতে ভাৰতৰ দশম পঞ্চবাৰ্ষিক পৰিকল্পনা আৰম্ভ হয় ।