৫ নৱেম্বৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা: '''৫ নৱেম্বৰ''' {{enwiki|5 November}} দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে ...
 
No edit summary
1 নং শাৰী:
'''৫ নৱেম্বৰ''' {{enwiki|5 November}} দিনটো [[গ্ৰেগৰিয়ান বৰ্ষপঞ্জী]] অনুসাৰে [[বছৰ]]ৰ ৩০৯ তম ([[অধিবৰ্ষ]]ত ৩১০ তম) [[দিন]]৷ বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৫৬ টা দিন বাকী থাকে৷ এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
 
==ঘটনাৰাজী==
১/ ১৫৫৬ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে পাণিপথৰ দ্বিতীয় যুদ্ধত আকবৰৰ মোগল বাহিনীৰ হাতত আফগান সেনাপতি হিমু নিহত হয় ।
 
Line 9 ⟶ 10:
৪/ ১৯১৪ চনৰ আজিৰ দিনটোতে গ্ৰেট ব্ৰিটেইনে [[চাইপ্ৰাছ]] অধিকাৰ কৰে ।
 
৫/ ১৯১৬ চনৰ আজিৰ দিনটোতে [[পোলেণ্ড|পোলেণ্ডে]] স্বাধীনতা লাভ কৰে ।
 
৬/ ১৯২০ চনৰ আজিৰ দিনটোতে [[ভাৰতীয় ৰেডক্ৰছ সন্থা]] গঠন কৰা হয় ।
Line 19 ⟶ 20:
৯/ ১৯৯৫ চনৰ আজিৰ দিনটোতে ইজৰাইলৰ প্ৰধানমন্ত্ৰী ইটঝাক ৰাবিনক হত্যা কৰা হয় ।
 
১০/ ১৯৯৯ চনৰ আজিৰ দিনটোতে ৱেষ্ট ইণ্ডিজৰ বেগী বলাৰ [[মেলকম মাৰ্শেলৰমাৰ্ছেল]]ৰ ৪১ বছৰ বয়সত মৃত্যু হয় ।
 
১১/ ২০০৫ চনৰ আজিৰ দিনটোতে সাহিত্যাচাৰ্য , অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি [[যতীন্দ্ৰনাথ গোস্বামী]]ৰ মৃত্যু হয় ।
 
১২/ ২০১১ চনৰ আজিৰ দিনটোতে সুধাকণ্ঠ , বিশ্ববৰণ্য শিল্পী , অসম ৰত্ন ড০ [[ভূপেন হাজৰিকা]]ৰ পৰলোক প্ৰাপ্তি হয় ।
 
 
== বাহ্যিক সংযোগ ==
"https://as.wikipedia.org/wiki/৫_নৱেম্বৰ"ৰ পৰা অনা হৈছে