অচেতন মন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
1 নং শাৰী:
{{refimprovestub}}
'''অচেতন মনৰমন'''ৰ ধাৰণাটো [[মনোবিজ্ঞান]] অথবা মনোবিশ্লেষণৰ[[মনোবিশ্লেষণ]]ৰ অন্তৰ্গত।মনৰঅন্তৰ্গত। মনৰ যিটো অংশ আমাৰ জাগ্ৰত চেতনা বাহিৰত অথবা আমাৰ প্ৰত্যক্ষ নিয়ন্ত্ৰণৰ বাহিৰত তাকে সাধাৰণ অৰ্থত অচেতন মন বুলি কোৱা হয়।অচেতন মনে আমাৰ জৈৱিক প্ৰয়োজনৰ যেনে ভোক,পিয়াহ,টোপনি,যৌন-ক্ষুধা আদিৰ বাৰ্তা আমাৰ চেতনালৈ অথবা চেতন মনলৈ কঢ়িয়াই আনে।ইয়াৰোপৰি মানুহে চেতন অৱস্থাত যিবোৰ চিন্তা,ভাৱ-অনুভূতিৰ অনুশীলন কৰে সেইবোৰ ক্ৰমান্বয়ে প্ৰাক-চেতন মনলৈ গৈ শেষত অচেতন মনত জমা হয়গৈ।অচেতনহয়গৈ। অচেতন মন অযুক্তিকৰ লগতে ই কিছুমান অদ্ভূত অবাস্তৱ চিন্তা ভাৱনাৰো ভাণ্ডাৰ।এনেভাণ্ডাৰ। এনে চিন্তা-ভৱনাবোৰ মাজে সময়ে আমাৰ চেতন মনৈ আহি আমাক আমনি কৰেহি।অচেতন মনৰ এনে চিন্তা-ভাবনাবোৰ আমাৰ মন অথবা মস্তিষ্কৰ ভিতৰত থকা প্ৰতিৰক্ষা ব্যবস্থাই পুনৰ অৱচেতন মনলৈ অৱদমন কৰে।কৰে<ref>http://www.simplypsychology.org/unconscious-mind.html</ref>।
 
==তথ্য সংগ্ৰহ==
{{Reflist}}
{{Reflist}}http://www.simplypsychology.org/unconscious-mind.html
 
[[শ্ৰেণী:মনোবিজ্ঞান]]
"https://as.wikipedia.org/wiki/অচেতন_মন"ৰ পৰা অনা হৈছে