কেন্দ্ৰীয় শাসিত অঞ্চল: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

পৃষ্ঠা কেন্দ্ৰ শাসিত অঞ্চলৰ পৰা কেন্দ্ৰীয় শাসিত অঞ্চললৈ Bishnu Saikiaয়ে স্থানান্তৰ কৰিলে: প্ৰচলি...
শুদ্ধৰণি
1 নং শাৰী:
{{India States and Territories Labelled Map|float=right}}
{{India States and Territories Labelled Map|float=right}}'''কেন্দ্ৰকেন্দ্ৰীয় শাসিত অঞ্চল''' [[ভাৰত]]ৰ এক প্ৰশাসনিক বিভাগ। ভাৰতীয় ৰাজ্যসমূহৰ নিজৰ নিৰ্বাচিত চৰকাৰ থাকে, কিন্তু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহ প্ৰত্যক্ষভাৱে [[ভাৰত চৰকাৰ|ভাৰত চৰকাৰে]] শাসন কৰে, সেয়েহে নামটো 'কেন্দ্ৰীয় শাসিত অঞ্চল'। [[ভাৰতৰ ৰাষ্ট্ৰপতি]]য়ে প্ৰতি কেন্দ্ৰকেন্দ্ৰীয় শাসিত অঞ্চলৰ বাবে এক চৰকাৰী প্ৰশাসক বা [[উপ ৰাজ্যপাল]] মনোনিতমনোনীত কৰে, যিয়ে সেই কেন্দ্ৰ শাসিত অঞ্চলত ৰাষ্ট্ৰপতিক প্ৰতিনিধিত্ব কৰে।<ref>[http://india.gov.in/knowindia/union_territories.php কেন্দ্ৰ শাসিত অঞ্চল] ভাৰতীয় ৰাষ্ট্ৰীয় প'ৰ্টেলত</ref> চন [[২০১০]]ত ভাৰতত ৭ কেন্দ্ৰীয় শাসিত অঞ্চল আছিল।<ref name="mha">[http://www.mha.gov.in/unio.htm কেন্দ্ৰ শাসিত অঞ্চল] ভাৰতীয় গৃহ মন্ত্ৰালয়</ref> ভাৰতৰ ৰাজধানী [[নতুন দিল্লিদিল্লী]], যি দিল্লিদিল্লী নামেৰে এক কেন্দ্ৰকেন্দ্ৰীয় শাসিত অঞ্চল আছিল, আৰু [[পুদুচেৰী]] (পণ্ডিছেৰী)ক আংশিক [[ৰাজ্য]]ৰ দৰ্জাস্বীকৃতি দিয়া হৈছে। দিল্লিকদিল্লীক ৰাষ্ট্ৰীয় ৰাজধানী প্ৰদেশ<ref>http://indiacode.nic.in/coiweb/amend/amend69.htm</ref> হিচাপে পুনৰ পৰিভাষিত কৰা হৈছে। দিল্লিদিল্লী আৰু পুদুচেৰীৰ নিজৰ নিৰ্বাচিত [[বিধানসভা]], মন্ত্ৰিমণ্ডলমন্ত্ৰীমণ্ডল আদি আছে<ref>http://delhiassembly.nic.in/index.asp এয়া দিল্লিৰ বিধান সভাৰ আন্তৰ্জাল চাইট</ref><ref>http://legislativebodiesinindia.nic.in/States/pondichery/pondicherry-w.htm</ref>, যদিও তাঁহাঁতৰসিহঁতৰ শক্তি সীমিত।
 
==ভাৰতীয় কেন্দ্ৰকেন্দ্ৰীয় শাসিত প্ৰদেশৰ তালিকা<ref>http://www.knowledgeblast.com/India_Quizzes/List_of_Union_Territories_In_India/</ref>==
# [[আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ|আন্দামান আৰু নিকোবাৰ দ্বীপপুঞ্জ]]
# [[চণ্ডীগড়]]
# [[চণ্ডিগঢ়]]
# [[দাদৰা আৰু নগৰ হাৱেলি]]
# [[দমন আৰু দিউ]]
# [[লাক্ষাদ্বীপ]]
# [[লক্ষদ্বীপ]]
# পুদুচেৰী
# দিল্লী
# দিল্লি
 
==তথ্য সংগ্ৰহ==
{{reflist}}
 
==বাহ্যিক সংযোগ==
{{Commons cat|States and territories of India|ভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহ}}
{{ভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহ}}
 
[[শ্ৰেণী:ভাৰতৰ ৰাজ্য]]