বাৰাক অ'বামা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

ছবি আদি, ভাল প্ৰবন্ধ টেগ আদি
80 নং শাৰী:
 
==সাহিত্যকৃতি==
বাৰাক অ’বামাই ১৯৯৫ চনত আত্মজীৱনীমূলক গ্ৰন্থ “Deams from My Father” (মোৰ দেউতাৰ সপোন) প্ৰকাশ কৰে। তেখেতৰ দ্বিতীয় গ্ৰন্থ হ’ল “The Audacity of Hope” (আশাৰ সাহস), যিখন ২০০৬ চনত মুকলি কৰা হয়। দুয়ুখনদুয়োখন কিতাপেই গ্ৰেমী [[:en: Grammy Award|(Grammy Award)]]ৰ "বেষ্ট স্পকে’ন ৱৰ্ড এলবাম"ৰ খিতাপ লাভ কৰে। <ref name = “ ইনফপ্লীজ”></ref>
 
== তথ্য সংগ্ৰহ==