১১ ডিচেম্বৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

পৃষ্ঠা ডিচেম্বৰ ১১ৰ পৰা ১১ ডিচেম্বৰলৈ Bishnu Saikiaয়ে স্থানান্তৰ কৰিলে
No edit summary
1 নং শাৰী:
'''১১ ডিচেম্বৰ''' {{enwiki|11 December}} দিনটো [[গ্ৰেগৰিয়ান বৰ্ষপঞ্জী]] অনুসাৰে [[বছৰ]]ৰ ৩৪৫ তম ([[অধিবৰ্ষ]]ত ৩৪৬ তম) [[দিন]]৷ বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২০ টা দিন বাকী থাকে৷ অসমীয়া লেখেৰে ২৪ আঘোণ ৷ ২০২১ ভাস্কৰাব্দ আৰু ৫৬৬ শঙ্কৰাব্দ ৷ এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -
 
==ঘটনাৰাজী==
# ১৩৪৭ চনৰ এই দিনটোতে আলাউদ্দিন হাছাৰ [[বাহমনি সাম্ৰাজ্য]] প্ৰতিষ্ঠা হয়।
#প্ৰতিদান- দাৰা আহমেদৰ পৰিচালনাৰে এই অসমীয়া চলচিত্ৰখনে মুক্তি লাভ কৰিছিল ১৯৮৭ চনৰ আজিৰ দিনটোতে ৷
# ১৯৪১ চনৰ আজিৰএই দিনটোত [[জাৰ্মানী]] আৰু [[ইটালী]]ৰ হৈ ক্ৰমে [[হিটলাৰ]] আৰু [[মুছ'লিনি]]য়ে [[মাৰ্কিন যুক্তৰাষ্ট্ৰ]]ৰ বিৰোদ্ধেবিৰুদ্ধে যুদ্ধ ঘোষণা কৰে ৷
# এই দিনটোতে [[দাদৰা আৰু নগৰ হাভেলী]]য়ে ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চল ৰূপে স্বীকৃতি লাভ কৰে ।
# ১৯৯৯ চনৰ এই দিনটোতে শতিকাৰ অন্তিমটো পূৰ্ণ গ্ৰাস [[সূৰ্যগ্ৰহণ]] ভাৰতত দৃশ্যমান হয় ।
 
===জন্ম===
#বিশিষ্ট চিকিৎসা-বিজ্ঞানী১৮৫৮ খ্ৰীষ্টিয়ানচনৰ আইজকমেনৰএই জন্মদিনটোতে হয়নেদাৰলেণ্ডত ১৮৫৮বিশিষ্ট চনৰচিকিৎসা-বিজ্ঞানী আজিৰ[[খ্ৰীষ্টিয়ান দিনটোতেআইজকমেন]]ৰ নেদাৰলেণ্ডতজন্ম হয়। তেওঁ ১৯২৯ চনত সাহিত্যৰ নোবেলন’বেল লাভ কৰে ।
#বৰ্তমান ভাৰতৰ ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ জন্ম হয় ১৯৩৫ বৰ্ষৰ আজিৰ দিনটোতে ।
# ১৯৩৫ বৰ্ষৰ এই দিনটোতে ভাৰতৰ ৰাষ্ট্ৰপতি [[প্ৰণৱ মুখাৰ্জী]]ৰ জন্ম হয়।
#বিশিষ্ট চিকিৎসা-বিজ্ঞানী খ্ৰীষ্টিয়ান আইজকমেনৰ জন্ম হয় ১৮৫৮ চনৰ আজিৰ দিনটোতে নেদাৰলেণ্ডত । তেওঁ ১৯২৯ চনত সাহিত্যৰ নোবেল লাভ কৰে ।
 
===মৃত্যু===
# ১৯৯৯ চনৰ এই দিনটোতে অসমৰ প্ৰখ্যাত সাহিত্যিক [[সত্যেন্দ্ৰনাথ শৰ্মা]]ৰ মৃত্যু হয়।
# ২০০৫ চনৰ এই দিনটোতে অসমৰ প্ৰখ্যাত সঙ্গীত পৰিচালক [[পাৰ্থপ্ৰতিম চৌধুৰী]]ৰ মৃত্যু হয়।
 
== বাহ্যিক সংযোগ ==
==দিৱস==
 
==বাহ্যিক সংযোগ==
{{commons|Category:11 December|১১ ডিচেম্বৰ}}
* [http://news.bbc.co.uk/onthisday/hi/dates/stories/december/11 বিবিচি: এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা]
* {{NYT On this day|month=12|day=11}}
* [https://www.facebook.com/Mahiruh.sss ফেচবুকৰ মহীৰূহ ই-আলোচনী পৃষ্ঠা]
 
{{Months}}