প্ৰজনন তন্ত্ৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
6 নং শাৰী:
}}
প্ৰজনন তন্ত্ৰ হৈছে জীৱৰ বংশবৃদ্ধিৰ বাবে সংগঠিত ভাৱে কাৰ্য কৰা যৌন অংগৰ সমষ্টি। বহুতো অজৈৱ পদাৰ্থ যেনে- তৰল, হৰমন, ফেৰমন আদিয়েও প্ৰজনন তন্ত্ৰত সহযোগী হিচাপে কাৰ্য কৰে। জীৱৰ লিংগভেদে প্ৰজনন তন্ত্ৰ মাজত যথেষ্ট ভিন্নতা পৰিলক্ষিত হয়, যিটো অন্য অংগ তন্ত্ৰৰ ক্ষেত্ৰত দেখা নাযায়। এই ভিন্নতাই একে প্ৰজাতিৰ দুটা ভিন্ন জীৱৰ আনুবংশিক পদাৰ্থৰ মিলন সম্ভৱ কৰে, ফলত নতুন অপত্যই বিশেষ আনুবংশিক সামৰ্থতা লাভ কৰে।<ref name=Adam>[http://www.besthealth.com/besthealth/bodyguide/reftext/html/repr_sys_fin.html Reproductive System 2001] Body Guide powered by Adam</ref>
==উদ্ভিদ==
==উদ্বিদ==
কেৱল উচ্চ শ্ৰেণীৰ উদ্বিদৰবে প্ৰজনন তন্ত্ৰ বুলি নিৰ্দিষ্ট তন্ত্ৰ থাকে। নিম্ন শ্ৰেণীৰ উদ্ধিদৰ কাণ্ড, পাত, শিপা আদি সকলোতে প্ৰজনন সংঘটিত হয়। সাধাৰণতে প্ৰজননৰ বাবে উদ্ভিদৰ ফুল ফুলে। ফুলত পৰাগ ৰেণু, পৰাগ ধানী, পুংদণ্ড, পৰাগ নলী, ডিম্বক, স্ত্ৰীদণ্ড, গৰ্ভমুণ্ড, গৰ্ভাশয় আদি থাকে। ফুলৰ পৰা ফল আৰু বীজ সৃষ্টি হয়।