উৰ্ট মেঘ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
reference, link |
অ ref fixed |
||
1 নং শাৰী:
[[Image:Kuiper oort-en.svg|thumb|upright=1.3|শিল্পীৰ তুলিকাত ওৰ্ট মেঘ আৰু [[কাইপাৰ বেষ্টনী]] (ইন্ছে'ট)।]]
'''ওৰ্ট মেঘ''' বা '''অ'পিক-ওৰ্ট মেঘ''' ({{IPAc-en|ˈ|ɔr|t}} বা {{IPAc-en|ˈ|ʊər|t}}<ref>{{OED|Oort}}</ref>) জ্যোৰ্তিবিজ্ঞানীসকলৰ মতে সূৰ্য্যৰ চাৰিওফালে ১,০০,০০০ জ্যোৰ্তিবিজ্ঞান একক (A.U.) দূৰত্বত [[সূৰ্য্য]]ক প্ৰদক্ষিণ কৰি থকা গ্ৰহাণুপুঞ্জ আৰু [[ধূমকেতু]]ৰ অঞ্চল বা পটী৷
}}</ref> নেডাৰলেণ্ডৰ জ্যোৰ্তিবিজ্ঞানী জা হেন্দ্ৰিক ওৰ্ট আৰু ইষ্ট'নিয়ান জ্যোতিৰ্বিজ্ঞানী আৰ্নেষ্ট অ'পিকৰ নামেৰে নামাকৰণ কৰা এই অঞ্চল সূৰ্য্যৰ পৰা ২০০০ ৰ পৰা ৫০০০ জ্যোৰ্তিবিজ্ঞান একক (A.U.) ৰ পৰা 50,000 জ্যোৰ্তিবিজ্ঞান একক (A.U.) লৈ বিস্তৃত, য'ত নেকি প্লুট' বাওনা গ্ৰহৰ দূৰত্ব মাথো ৩০ ৰ পৰা ৪৯ জ্যোৰ্তিবিজ্ঞান একক (A.U.)৷
|