গীটাৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

fixed redirect
No edit summary
1 নং শাৰী:
{{Infobox instrument
#REDIRECT [[গিটাৰ]]
|name=গিটাৰ
|names=
|image=GuitareClassique5.png
|image_capt=A [[classical guitar|শাস্ত্ৰীয় গিটাৰ (নাইলন ষ্ট্ৰীং)]]
|background=ষ্ট্ৰীং
|classification=[[তাৰযুক্ত বাদ্য]]
|hornbostel_sachs=৩২১.৩২২
|hornbostel_sachs_desc=Composite [[chordophone]]
|range= [[Image:Range guitar.svg|130px|center]]<div class="center">(a standard tuned guitar)</div>
|related=*[[Bowed string instrument|Bowed]] and [[plucked string instrument|plucked]] string instruments
|articles=}}
 
'''গিটাৰ''' এবিধ তাৰযুক্ত বাদ্য যি তাৰৰ সহায়ত [[সংগীত]] সৃষ্টি কৰে।<ref>http://www.phys.unsw.edu.au/~jw/guitarintro.html</ref>
[[চিত্ৰ:Guitar 1.jpg|4-3px|thumbnail|গিটাৰ]]
 
==ইতিহাস==
যদিও গিটাৰ ৪০০০ বছৰ পুৰণি বাদ্য যন্ত্ৰ 'কিথাৰা'ৰ পৰা অহা বুলি কোৱা হয়, এই তথ্যৰ একেই মাথো প্ৰমাণ আছে যে কিথাৰা আৰু স্পেনীয় ভাষাৰ শব্দ 'quitarra' শুনিবলৈ একে।<ref>http://www.guyguitars.com/eng/handbook/BriefHistory.html</ref> পৃথিৱীৰ আতাইতকৈ পুৰণি তাৰযুক্ত বাদ্য যন্ত্ৰ bowl harps আৰু tanburs বুলি জানিব পৰা যায়। ক্ৰমাৎ উন্নত হৈ গ'ল এই যন্ত্ৰ। [[আৰব]]ৰ ফালে এই যন্ত্ৰত ফ্ৰেট ব্যৱহাৰ হোৱা নাছিল যদিও ইউৰোপীয় সকলে ইয়াত ফ্ৰেট লগায় ইয়াক 'লুট' নাম দিলে। এই লুটেই গৈ গিটাৰ হ'লগৈ।<ref>http://www.guyguitars.com/eng/handbook/BriefHistory.html</ref>
 
==নাম==
গিটাৰ নাম সংস্কৃত শব্দ 'তাৰ'ৰ পৰা অহা। [[এছিয়া]]ত বিভিন্ন এনে তাৰ ব্যৱহাৰ কৰা বাদ্য আছে যাৰ নামতো 'তাৰ' আছে, যেনে দুতাৰ, চিতাৰ, চাৰতাৰ আদি।<ref>http://www.guyguitars.com/eng/handbook/BriefHistory.html</ref>
 
==অংগ==
[[চিত্ৰ:Classical Guitar labelled english.jpg|thumbnail|left|গিটাৰৰ অংগ]]তলত গিটাৰৰ কিছু মূল অংগৰ বিষয়ে দিয়া হৈছে--
* হেড্ ষ্টক্ - হেড্ ষ্টক হ'ল গিটাৰ টিউন কৰা পেগ্চ ধৰি ৰখা অংগ।
* টিউনিং পেগ্চ - টিউনিং পেগ্চ তাৰ ধৰি ৰখাত আৰু গিটাৰ টিউন কৰাত ব্যৱহাৰ হয়।
* নাট - নাটে তাৰসমোহ নিজৰ নিজৰ ঠাইত ধৰি ৰাখে।
* নেক - হেড্ ষ্টককে ধৰি ব'ডিৰ ওপৰৰ সকলো নেক।
* ফ্ৰেট ব'ৰ্ড - ফ্ৰেট ব'ৰ্ডে ফ্ৰেট সমোহ নিজৰ নিজৰ ঠাইত ধৰি ৰাখে।
* ফ্ৰেট সমোহ - ফ্ৰেটসমোহ ফ্ৰেট ব'ৰ্ডত পথালিকৈ থাকে।
* ব'ডি - এজন সোঁহতীয়াই গিটাৰ ধৰিলে সোঁফালে যি বৃহৎ অংশ থাকে, সেয়েই ব'ডি।
* ব্ৰিজ - ব্ৰিজে তাৰসমোহ ব'ডিত ধৰি ৰাখে।<ref>http://www.guitarlessons.com/guitar-lessons/alternate-tunings-guitar-maintenance-and-jams/basic-guitar-parts/</ref>
 
==তাৰ সমূহ==
গিটাৰত ৬ডাল তাৰ থাকে যাক ষ্ট্ৰিংচ্ বুলি কোৱা যায়। প্ৰতি ডাল তাৰৰে স্বৰ বেলেগ বেলেগ। তাৰ কেইডালৰ নাম হ'ল---> ই,বি,জি,ডি,এ,ই। এই ক্ৰম গিটাৰৰ আতাইতকৈ ক্ষীণ তাৰৰ পৰা আতাইতকৈ মোটা তাৰলৈকে।<ref>http://www.cuug.ab.ca/~lukivr/String.html</ref>
 
==প্ৰকাৰ==
মূলত গীটাৰ তিনি প্ৰকাৰৰ। যেনে-
# স্প্যানিছ গিটাৰ
# হা্ৱাইন গিটা্ৰ
#REDIRECT [[ বেছ গিটাৰ]]
 
ইয়াৰ বাদেও স্প্যানিছ গিটাৰক ক্লাছিকেল, একোৱেষ্টক আৰু ইলেকট্ৰিক আদি ভাগত ভাগ কৰা হয়।
 
==তথ্য সংগ্ৰহ==
{{Reflist}}
 
[[শ্ৰেণী:বাদ্যযন্ত্ৰ]]
"https://as.wikipedia.org/wiki/গীটাৰ"ৰ পৰা অনা হৈছে