আচমানী কিতাপ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
1 নং শাৰী:
{{stub}}
আচমানী কিতাপ বা ঐশ্বিক গ্রন্থ বুলিলে এনে কিছুমান গ্রন্থক বুজায় যিবোৰ ইছলাম ধর্মত মুচলমানসকলে ঈশ্বৰপ্রদত্ত গ্রন্থ বুলি বিশ্বাস কৰে। ইছলাম ধর্মত যি ৭টি মৌলিক বিষয়ৰ ওপৰত বিশ্বাস স্থাপন কৰিব লাগে তাৰ মাজত সকলো আচমানী কিতাপ, যিবোৰ প্রত্যক্ষভাবে ঈশ্বৰৰ পক্ষৰ পৰা অবতীর্ণ হৈছে।