২৭ ছেপ্টেম্বৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

শ্ৰেণী:ছেপ্টেম্বৰ যোগ কৰা হ’ল   হটকেট ব্যৱহাৰৰ জৰিয়তে
র-ৰ পেট কাটি ৰ কৰা হ'ল
2 নং শাৰী:
# ১৭৬০ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে মীৰজাফৰক গাদীচ্যুত কৰি মীৰকাচিম বংগৰ নৱাব হয় ।
# ১৮৩৩ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে সমাজ সংস্কাৰক ৰাজা ৰামমোহন ৰায়ৰ মৃত্যু হয় ।
# ১৯০৭ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে স্বাধীনতা আন্দোলনৰ সংগ্রামীসংগ্ৰামী নেতা ভগৎ সিঙৰ জন্ম হয় ।
# ১৯৫৮ চনৰ আজিৰ দিনটোতে ভাৰতৰ মিহিৰ সেনে ইংলিছ চেনেল সাঁতুৰি অতিক্ৰম কৰে । ইংলিছ চেনেল সাঁতুৰি পাৰ হোৱা তেৱেই প্ৰথম ভাৰতীয় ।
# ১৯৩২ চনৰ আজিৰ দিনটোতে ভাৰতীয় চলচ্চিত্রচলচ্চিত্ৰ পৰিচালক য়শ চোপ্ৰাৰ জন্ম হয় ।
# ১৮২৫ খ্ৰীষ্টাব্দৰ আজিৰ তাৰিখতে ইংলেণ্ডৰ ষ্টকটন আৰু ডাৰলিংটন চহৰৰ মাজত ভাপচালিত ইঞ্জিনে টনা পৃথিৱীৰ প্ৰথম যাত্ৰীবাহী আৰু মালবাহী ৰে'লগাড়ীৰ চলাচল আৰম্ভ হয় ।
# ইটালীৰ গল্প লেখিকা আৰু ঔপন্যাসিক গ্ৰাছিয়া ডেলেড্ডাৰ জন্ম হয় ১৮৭০ চনৰ আজিৰ দিনটোতে। ১৯২৬ চনত তেওঁ সাহিত্যৰ নোবেল বঁটা লাভ কৰিছিল।