আন্তৰ্জাতিক যোগ দিৱস: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা: {{under construction}} {{Infobox holiday | holiday_name = আন্তৰ্জাতিক যোগ দিৱস | type = আন্তৰ্জা...
 
র -> ৰ
21 নং শাৰী:
 
 
[[ৰাষ্ট্ৰসংঘ]]ৰ [[ৰাষ্ট্রসংঘৰৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদ|সাধাৰণ পৰিষদে]] ২০১৪ চনৰ ১১ ডিচেম্বৰ তাৰিখে ২১ জুন তাৰিখটোক '''আন্তৰ্জাতিক যোগ দিৱস''' ({{lang-en|International Yoga Day}}) হিচাপে ঘোষণা কৰে।<ref>[http://www.unic.org.in/display.php?E=13712&K=Yoga UN Declared 21st June as International Day of Yoga]</ref> [[যোগ]] হ'ল প্ৰাচীন [[ভাৰত]]ত আৰম্ভ হোৱা এক শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক ক্ৰিয়া। [[ভাৰতৰ প্ৰধানমন্ত্ৰী]] [[নৰেন্দ্ৰ মোদী]]য়ে ৰাষ্ট্ৰসংঘত ২১ জুন তাৰিখটো আন্তৰ্জাতিক যোগ দিৱস হিচাপে ঘোষণা কৰিবলৈ প্ৰস্তাৱ আগবঢ়ায়। ২১ জুন দিনটো [[উত্তৰ গোলাৰ্দ্ধ]]ত বছৰৰ আটাইতকৈ দীঘল দিন।<ref>[http://timesofindia.indiatimes.com/india/un-declares-june-21-as-international-day-of-yoga/articleshow/45480636.cms UN declares June 21 as 'International Day of Yoga']</ref>
 
==তথ্যসূত্ৰ==