৩১ জুলাই: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা: '''৩০ জুলাই''' দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ২১২...
 
No edit summary
1 নং শাৰী:
'''৩০ জুলাই''' দিনটো [[গ্ৰেগৰিয়ান বৰ্ষপঞ্জী]] অনুসাৰে [[বছৰ]]ৰ ২১২ তম ([[অধিবৰ্ষ]]ত ২১৩ তম) [[দিন]]। বছৰটো শেষ হ’বলৈ আজিৰ পৰা মুঠ ১৫৩ টা দিন বাকী থাকে। আজিৰ দিনত ঘটা কেইটামান
==উল্লেখযোগ্য ঘটনা-==
*১৯৩৩ - পুণেৰপৰা প্ৰথম প্ৰকাশিত হয় [[মহাত্মা গান্ধী]]ৰ ‘হৰিজন’ কাকত।
# *২০০৪ চনৰ আজিৰ দিনটোতে - [[তুলসী দাস]]লৈ ২০০৪ চনৰ নাট্যসূৰ্য বঁটা প্ৰদান কৰা হয়।বঁটা।
 
==জন্ম==
*১৮১২ - [[এলেন অক্টোভিয়ান হিউম]], [[ভাৰতীয় জাতীয় কংগ্ৰেছ]]ৰ প্ৰতিষ্ঠাতা
# ১৮১২ চনৰ আজিৰ দিনটোত [[ভাৰতীয় জাতীয় কংগ্ৰেছ]]ৰ প্ৰতিষ্ঠাতা [[এলেন অক্টোভিয়ান হিউম]]ৰ জন্ম হৈছিল।
# *১৮৮০ চনৰ আজিৰ দিনটোতে ভাৰতীয় সাহিত্যিক- [[মুন্সী প্ৰেমচান্দ]], জন্মভাৰতীয় হৈছিল।সাহিত্যিক
 
==মৃত্যু==
# *১৯৭০ চনৰ আজিৰ দিনটোত নটসূৰ্য- [[ফণী শৰ্মা]], মৃত্যুূঅসমীয়া হয়।অভিনেতা
*১৯৮০ - [[মহম্মদ ৰফি]], ভাৰতীয় সঙ্গীত শিল্পী
# ১৯৮০ চনৰ আজিৰ দিনটোতে [[মহম্মদ ৰফি]]ৰ মৃত্যু হয়। তেখেত ভাৰতীয় সঙ্গীতশিল্পী হিচাবে এসময়ত সমগ্ৰ উপমহাদেশত অত্যন্ত জনপ্ৰিয় ব্যক্তিত্ব আছিল। সঙ্গীত কলাত অসামান্য অৱদান ৰখাৰ বাবে শ্ৰেষ্ঠ গায়ক হিচাবে জাতীয় পদক আৰু ৬-বাৰ ফিল্মফেয়াৰ পুৰস্কাৰেৰে বিভূষিত হৈছে। ইয়াৰ উপৰি, ১৯৬৭ চনত ভাৰত চৰকাৰৰ দ্বাৰা প্ৰদত্ত পদ্মশ্ৰী সন্মান লাভ কৰিছিল।
*২০০৪ - [[অজান বৰুৱা]], অসমৰ চিনেমাট'গ্ৰাফাৰ তথা পৰিচালক
# ২০০৪ চনৰ আজিৰ দিনটোত অসমৰ অন্যতম চিনেমাটেগ্ৰাফাৰ তথা পৰিচালক [[অজান বৰুৱা]]ৰ মৃত্যু হয় ।
 
 
==অনান্য==
# ১৯৩৩ চনৰ আজিৰ দিনটোত পুণেৰপৰা প্ৰথম প্ৰকাশিত হয় [[মহাত্মা গান্ধী]]ৰ ‘হৰিজন’ কাকত। উল্লেখ্য যে এই বছৰৰে ১ ফেব্ৰুৱাৰী তাৰিখে সবৰমতী আশ্ৰমক 'হৰিজন আশ্ৰম' ৰূপে নামকৰণ কৰা হয়।
# ২০০৪ চনৰ আজিৰ দিনটোতে [[তুলসী দাস]]ক ২০০৪ চনৰ নাট্যসূৰ্য বঁটা প্ৰদান কৰা হয়।
 
== বাহ্যিক সংযোগ ==
"https://as.wikipedia.org/wiki/৩১_জুলাই"ৰ পৰা অনা হৈছে