সম্পাদনা সাৰংশ নাই
Justabot123 (আলোচনা | বৰঙণি) অ (র-ৰ পেট কাটি ৰ কৰা হ'ল) |
দিব্য দত্ত (আলোচনা | বৰঙণি) No edit summary |
||
{{Calendar|month=12|lk=on|prevnext=on|float=right}}
{{Time stub}}
'''ডিচেম্বৰ''' (December) জুলিয়ান আৰু [[গ্ৰেগৰিয়ান বৰ্ষপঞ্জী|গ্ৰেগৰিয়ান কেলেণ্ডাৰ]] বা সাধাৰণভাৱে ইংৰাজী কেলেণ্ডাৰ অনুসৰি বছৰৰ দ্বাদশ
ডিচেম্বৰ মাহৰ কেইটামান উল্লেখযোগ্য ঘটনা-দিৱস হ'লঃ [[বিশ্ব এইডছ দিৱস]] (১ ডিচেম্বৰ), [[ভূপালৰ গেছ দুৰ্ঘটনা]] (২ ডিচেম্বৰ, ১৯৮৪), [[মানৱ অধিকাৰ দিৱস]] (১০ ডিচেম্বৰ), বছৰটোৰ আটাইতকৈ চুটি দিন (২২ ডিচেম্বৰ), [[বৰদিন]] (২৫ ডিচেম্বৰ)
▲'''ডিচেম্বৰ''' (December) জুলিয়ান আৰু [[গ্ৰেগৰিয়ান কেলেণ্ডাৰ]] বা সাধাৰণভাৱে ইংৰাজী কেলেণ্ডাৰ অনুসৰি বছৰৰ দ্বাদশ মাহ । এই মাহটো ৩১ দিনীয়া । ডিচেম্বৰ শব্দটো লেটিন শব্দ 'ডিচেম'ৰ (Decem) পৰা আহিছে । ইয়াৰ অৰ্থ দহ । প্ৰাচীন ৰোমান কেলেণ্ডাৰ মতে ই দশম মাহ আছিল । সেই কেলেণ্ডাৰত মাৰ্চ মাহ আছিল বছৰৰ প্ৰথম মাহ । পাচত জুলিয়ান আৰু গ্ৰেগৰিয়ান কেলেণ্ডাৰ মতে ডিচেম্বৰ দ্বাদশ মাহত পৰিণত হয় । মাহটোৰ নামৰ পিচত ব্যৱহাৰ হোৱা 'বৰ' (Ber) শব্দৰ অৰ্থ জনা নাযায় । এই মাহ অসমীয়া কেলেণ্ডাৰ মতে আঘোণ আৰু পুহ মাহত পৰে ।
▲ডিচেম্বৰ মাহৰ কেইটামান উল্লেখযোগ্য ঘটনা-দিৱস হ'লঃ [[বিশ্ব এইডছ দিৱস]] (১ ডিচেম্বৰ), [[ভূপালৰ গেছ দুৰ্ঘটনা]] (২ ডিচেম্বৰ, ১৯৮৪), [[মানৱ অধিকাৰ দিৱস]] (১০ ডিচেম্বৰ), বছৰটোৰ আটাইতকৈ চুটি দিন (২২ ডিচেম্বৰ), [[বৰদিন]] (২৫ ডিচেম্বৰ) আদি ।
==তথ্য সংগ্ৰহ==
|