ৱিকিপিডিয়া:ইতিবৃত্ত: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
10 নং শাৰী:
 
==ইতিহাস==
ৱিকিপিডিয়া আৰম্ভ কৰা হৈছিল নিউপিডিয়াৰ এক বৰ্ধিত প্ৰকল্প হিচাবে। নিউপিডিয়া হ’ল ইংৰাজী ভাষাৰ মুক্ত বিশ্বকোষ য’ত অভিজ্ঞতা সম্পন্ন লিখক সকলে বিভিন্ন লিখনি লিখে আৰু এক সুনিৰ্দিষ্ট পদ্ধতি অনুসৰি লিখাসমুহ সম্পাদনা কৰা হয় । Bomis, Inc নামৰ এক প্ৰতিষ্ঠানে ৯ মাৰ্চ, ২০০০ চনত নিউপিডিয়াৰ কাৰ্যক্ৰম আৰম্ভ কৰে । যাৰ মুল মূল ব্যক্তি আছিল Bomic ৰ পৰিচালক [[জিমি ৱেলচ্‌]] (Jimmy Wales) আৰু প্ৰধান সম্পাদক লেৰী চেংগাৰ (Larry Sanger) যি পৰৱৰ্ত্তীকালত উইকিপিডিয়াৰ কামৰ স’তে জড়িত হ’ল ।
 
==বিভিন্ন ভাষাত ৱিকিপিডিয়া==