বহুকোষী জীৱ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

774 বাইট যোগ দিয়া হ’ল ,  6 বছৰৰ পূৰ্বে
181.28.6.140 (আলোচনা) সম্পাদিত 154008 সংশোধনটি বাতিল কৰক
No edit summary
(181.28.6.140 (আলোচনা) সম্পাদিত 154008 সংশোধনটি বাতিল কৰক)
| page = 480}}</ref>
 
কিছুমান এককোষী জীৱৰ বাদে খালি চকুৰেও দেখা পোৱা সকলোবোৰ (প্ৰায় ২০ নিযুত) জীৱয়েই বহুকোষী জীৱ। বিশেষকৈ সকলো প্ৰজাতিৰ [[প্ৰাণী]], স্থলজ [[উদ্ভিদ]], ফিলামেণ্টযুক্ত [[ভেঁকুৰ]] আৰু বহুতো [[শেলাই]] বহুকোষী। '''ডাইক্ট'ষ্টেলিয়াম'''ৰ দৰে কিছুমান জীৱ, পৰিস্থিতি সাপেক্ষে এককোষী আৰু বহুকোষী দুয়োটা ৰূপতে পোৱা যায়।
Chinos?
 
বহুকোষী জীৱবোৰ;— যেনে উদ্ভিদ, প্ৰাণী, ভেঁকুৰ আৰু মূগা বৰণীয়া শেলাই— এটা কোষৰ পৰা বহুকোষী জীৱলৈ বিকশিত হয়।