নিকটদৃষ্টি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
শুধৰণি
13 নং শাৰী:
| MeshID = D009216
}}
''নিটকদৃষ্টি'' (({{lang-en|Myopia}}) বুলিলে চকুৰ এনে এক অৱস্থাক বুজায় য'ত পোহৰ ৰেটিনাৰ পৃষ্ঠাত আপতিত হোৱাৰ সলনি ইয়াৰ সন্মুখত হয়। তাৰ ফলত আঁতৰৰ বস্তু স্পষ্টকৈ দেখা পোৱা নাযায় কিন্তু ওচৰৰ বস্তু স্পষ্টকৈ দেখা পোৱা যায়।
''[[Myopia]]''ক নিকট দৃষ্টিগ্ৰস্ততা বুলিও কোৱা হয ৷ [[Myopia|মায়'পিয়া]] থকা ব্যক্তিয়ে ওচৰৰ বস্ত্তবোৰ স্পষ্টকৈ দেখা নাপায় ৷
 
চকু চিকিৎসকসকলে [[চশমা]] বা [[কন্‌টেক্ট লেন্স]]ৰ সহায়ত নিকটদৃষ্টি শুধৰায়। [[প্ৰতিসাৰক শল্য চিকিৎসা]]ৰেও নিকটদৃষ্টি ঠিক কৰিব পাৰি কিন্তু ইয়াৰ কিছুমান কু-প্ৰভাৱ থাকিব পাৰে। শুধৰণি কৰা লেন্সৰ প্ৰতিসাৰক শক্তি ঋণাত্মক যাতে ই মায়'পিক চকুৰ অতিমাত্ৰা ধনাত্মক ডায়'প্টাৰৰ মোকাবিলা কৰিব পাৰে। ঋণাত্মক ডায়'প্টাৰ নিকটদৃষ্টিৰ মাত্ৰা বুজাবলৈকো উল্লেখ কৰা হয় কাৰণ লেন্সৰ এই নিৰ্দিষ্ট শক্তিয়েহে অৱস্থাটোৰ শুধৰণি কৰে। ''উচ্চ মাত্ৰাৰ নিকটদৃষ্টি'' বুলিলে -৬ ডায়'প্টাৰ বা তাতকৈ বেয়া অৱস্থাক বুজায়।<ref>{{citation|url=http://cat.inist.fr/?aModele=afficheN&cpsidt=21992936|title=Etiopathogenesis and management of high-degree myopia. Part I}}</ref>
 
নিকটদৃষ্টিৰ প্ৰতিৰূপ অৱস্থাক "[[দূৰদৃষ্টি]]" বোলে।
 
==লক্ষণসমূহ ==
{{Double image|right|Human_eyesight_two_children_and_ball_with_myopia.jpg|200|Human eyesight two children and ball normal vision color.jpg|200|ক্ষীণদৃষ্টিনিকটদৃষ্টি (''বামেবাওঁফালে''), সাধাৰণ দর্শনদৃষ্টি (''ডানেসোঁফালে'')||}}মাইওপিয়া
নিকটদৃষ্টি বা ক্ষীণদৃষ্টি আক্রান্তমায়'পিয়াত চকুআক্রান্তজনে খুব কাষৰ বস্তু ভালেই দেখিলেও দূৰৰ বস্তু ভালকৈ নেদেখে। অর্থাৎ এইএনে চকুৰ নিকটবিন্দু ২৫ CMতকৈওছে:মি:তকৈও কম হব পাৰে।
 
== কাৰণ ==
পৰম্পৰাগতভাৱে মানি লোৱা এই বিকাৰৰ কাৰণসমূহকিছুমান হৈছে-কাৰণ:
(ক) চকুৰ লেন্ছৰলেন্সৰ অত্যধিক বক্ৰতা
(খ) অক্ষিগোলকৰ দীঘল অৱষ্ঠা।অৱস্থা।<ref>[http://www.eyecollege.com/causes_of_myopia.asp মাইওপিয়ামায়'পিয়া সৃষ্টিৰ কাৰণ]</ref>
 
২০১২ চনত কৰা এক পৰ্যালোচনাই কোনো কাৰণৰে পক্ষত শক্তিশালী প্ৰমাণ পোৱা নাই।<ref name="Sivak2012">{{cite journal|last1=Sivak|first1=Jacob|title=The cause(s) of myopia and the efforts that have been made to prevent it|journal=Clinical and Experimental Optometry|volume=95|issue=6|year=2012|pages=572–582|issn=08164622|doi=10.1111/j.1444-0938.2012.00781.x|pmid=22845416}}</ref> যঁজা সন্তান আৰু সম্পৰ্কীয় লোক একে পৰিবেশত নিকটদৃষ্টিত বেছিকৈ ভোগাৰ আশংকা থকা বাবে বংশগত কাৰকৰ কথা ভবা হৈছে। আকৌ উন্নত দেশসমূহত এই বিকাৰ বেছিকৈ হোৱাৰ বাবে পৰিবেশজনিত কাৰকো জড়িত থাকিব পাৰে।<ref name="Dolgin">[http://www.nature.com/news/the-myopia-boom-1.17120 Nature News Feature: The myopia boom. Short-sightedness is reaching epidemic proportions. Some scientists think they have found a reason why. Elie Dolgin. Nature, 519:276–278. 19 March 2015. doi:10.1038/519276a]</ref>
 
== প্ৰতিকাৰ ==
[[চিত্র:Myopia.svg|thumb|right|সহায়ক লেন্স ব্যাবহাৰব্যৱহাৰ কৰি মাইওপিয়ানিকটদৃষ্টি ত্রুটি দূৰীকৰণ]]
উপযুক্ত ক্ষমতাৰ অৱতল লেন্ছৰলেন্সৰ ব্যৱহাৰ কৰি এই বিকাৰ প্ৰতিকাৰ কৰিব পাৰি ৷<ref>[http://www.medicinenet.com/myopia/page2.htm নিকটদৃষ্টিৰ প্রভাৱ]</ref><ref>[http://www.sciencedirect.com/science/article/pii/S1350946204000564 ৰেটিনা আৰু চকু বিষয়ক বৈজ্ঞানিক অগ্রগতি]</ref>
[[চিত্র:Briller2.JPG|thumb|right|প্ৰতিকাৰৰ বাবে ব্যৱহাৰ কৰা অৱতল চশমা]]
<ref>[http://www.medicinenet.com/myopia/page2.htm মাইওপিয়াৰ প্রভাব]</ref>
 
<ref>[http://www.sciencedirect.com/science/article/pii/S1350946204000564 ৰেটিনা & চকু বিষয়ক বৈজ্ঞানিক অগ্রগতি]</ref>
 
== তথ্যসূত্র ==
Line 45 ⟶ 49:
<!-- {{Eye pathology}} -->
 
[[শ্রেণী:চিকিৎসা বিজ্ঞান]]
[[বিষয়শ্রেণী:দৃষ্টি]]