মেকুৰী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা: {{Taxobox |name=পোহনীয়া মেকুৰী<ref name="MSW3fc" /> |status=DOM |image=Cat poster 1.jpg |image_width=250px |image_caption=মে...
 
No edit summary
24 নং শাৰী:
}}
 
'''পোহনীয়া মেকুৰী''' {{En|domestic cat}}<ref name="MSW3fc">{{MSW3 Carnivora|id=14000031 |pages=534–535 |heading=Species ''Felis catus''}}</ref><ref name="ITIS F.c.">{{cite web
|url= http://www.itis.gov/servlet/SingleRpt/SingleRpt?search_topic=TSN&search_value=183798
|title=ITIS Standard Report Page: Felis catus
31 নং শাৰী:
|publisher=[[Integrated Taxonomic Information System]]
|location=Reston, Virginia
|accessdate=14 December 2011}}</ref> ('''''Felis catus''''' বা '''''Felis silvestris catus''''')<ref name="ITIS F.c." /><ref name="Driscoll" /> বোৰ হৈছে তুলানামূলকভাৱে আকাৰৰ কিছুমান মাংসভোজী পোহনীয়া স্তন্যপায়ী প্ৰাণী জন্তু। সাধাৰণতে ঘৰুৱাভাৱে পালিত অৱস্থাত ইহঁতক মেকুৰী বুলিয়েই কোৱা হয় আৰু ইহঁতক অন্য মেকুৰীজাতীয় প্ৰাণীৰ পৰা পৃথককৈ চিনাক্তকৰণৰ কোনো প্ৰয়োজন নেথাকে।<ref name="AHD">{{cite book
|url= http://education.yahoo.com/reference/dictionary/entry/housecat
|title=Housecat
42 নং শাৰী:
}}</ref> ইহঁতৰ চিকাৰ ধৰাৰ ক্ষমতা আৰু সংগলাভৰ সুবিধাৰ বাবে ইহঁতক মানুহে অধিক গুৰুত্ব প্ৰদান কৰে।
 
মেকুৰীৰ শক্তিশালী দেহ, দ্ৰুত প্ৰতিক্ৰিয়া প্ৰদৰ্শন কৰে, আৰু সৰু চিকাৰ মাৰিব পৰা তীক্ষ্ণ দাঁত থাকে। ইহঁতে অতি দ্ৰুত প্ৰতিক্ৰিয়া প্ৰদৰ্শন কৰে। ইহঁতে নিগনি বা অন্য ক্ষুদ্ৰ প্ৰাণীয়ে সৃষ্টি কৰা অতি উচ্চ কম্পনাংকৰ শব্দ শুনা পায়, যিবোৰ মানুহে নুশুনে। ইহঁতে প্ৰায় আন্ধাৰতো দেখা পায়। অন্য স্তন্যপায়ীৰ দৰেই ইহঁতে ৰঙৰ পাৰ্থক্য ধৰিব নোৱাৰে আৰু মানুহতকৈ ঘ্ৰাণ শক্তি বেচি প্ৰখৰ।
 
২০০৭ চনৰ এক জিনীয় অধ্যয়ন মতে পোহনীয়া মেকুৰীবোৰ খ্ৰীষ্টপূৰ্ৱ প্ৰায় ৮,০০০ বৰ্ষতে পশ্চিম এছিয়াত [[আফ্ৰিকীয় বনমেকুৰী]]ৰ (''Felis silvestris lybica'') পৰা ৰূপান্তৰিত হৈছিল।<ref name="9500 years">{{cite web
"https://as.wikipedia.org/wiki/মেকুৰী"ৰ পৰা অনা হৈছে