ডাইন’চৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা: {{Taxobox |name = ডাইন’চৰ |fossil_range = {{fossilrange|231.4|0|Late TriassicPresent, 231.4 - 0 Mya| | earliest=243}} |image = D...
 
No edit summary
21 নং শাৰী:
** [[Theropoda]]
}}
'''ডাইন’চৰ''' {{En|Dinosaur}} হৈছে প্ৰায় ২৩১.৪ নিযুত বছৰ আগতে ট্ৰায়াছিক যুগত পৃথিৱীত থকা '''Dinosauria''' গোত্ৰৰ কিছুমান জীৱ। এই স্থলজ [[মেৰুদণ্ডী]]বোৰে [[জুৰাছিক]] যুগৰ আৰম্ভণিৰ পৰা (প্ৰায় ২০০&nbsp;নিযুত বছৰ আগতে) [[ক্ৰিটাচিয়াছ]] যুগৰ সামৰণিলৈকে (৬৬&nbsp;নিযুত বছৰ আগতে) প্ৰায় ১৩৫&nbsp;নিযুত বছৰ কাল পৃথিৱীত আধিপত্য বিস্তাৰ কৰিছিল। [[ক্ৰিটাচিয়াছ–পেলজিনক্ৰিটাচিয়াছ–পেল'জিন বিলুপ্তিকৰণ পৰিঘটনা]]ৰ দ্বাৰা [[মেছজইকমেছ'জইক যুগ]]ৰ সমাপ্তিৰ লগতে বহু ডাইন’চৰৰ গোট (আৰু পৃথিৱীৰ তিনি-চতুৰ্থাংশ উদ্ভিদ আৰু প্ৰাণী প্ৰজাতি)পৃথিৱীৰ পৰা বিলুপ্ত হৈ যায়। [[জীৱাশ্ম]]ৰ সাক্ষ্যৰ ভিত্তিত [[চৰাই]]বোৰ জুৰাছিক যুগত [[Theropoda|থেৰপদথেৰ'পদ]] ডাইন’চৰৰ পৰা বিৱৰ্তিত হৈছিল বুলি অনুমান কৰা হয়, সেইবাবে ইহঁতক আধুনিক [[fবৈশিষ্টপূৰ্ণবৈশিষ্টপূৰ্ণ ডাইন’চৰ]] বুলি বিবেচনা কৰা হয়।<ref name="SCI-20140731">{{cite journal |authors=Lee, MichaelS.Y.; Cau, Andrea; Naish, Darren; Dyke, Gareth J. |title=Sustained miniaturization and anatomical innovation in the dinosaurian ancestors of birds |url=http://www.sciencemag.org/content/345/6196/562 |date=1 August 2014 |journal=[[Science (journal)|Science]] |volume=345 |number=6196 |pages=562–566 |doi=10.1126/science.1252243 |accessdate=August 2, 2014 }}</ref>
 
==তথ্য সংগ্ৰহ==
"https://as.wikipedia.org/wiki/ডাইন’চৰ"ৰ পৰা অনা হৈছে