বৃক্ক: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
No edit summary টেগ্: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা |
added Category:অংগ using HotCat |
||
28 নং শাৰী:
প্ৰত্য়েক স্তন্যপায়ী প্ৰাণীৰ উদৰ গহ্বৰৰ সন্মুখৰ ফালে পৃষ্ঠভাগত ৰাজহাড়ৰ দুয়োফালে এটাকৈ উৰহী গুটিৰ দৰে ৰঙা বৰণৰ বৃক্ক থাকে। বৃক্কৰ এপিঠি উত্তল আন পিঠি অৱতল। অৱতল পৃষ্ঠক [[বৃক্কীয় নাভি]](hilus) বোলে। এই অংশৰ মাজেৰে ৰক্তনলী স্নায়ু আৰু মূত্ৰনলী বৃক্কৰ ভিতৰলৈ সোমায়। বৃক্ক সংযোগী কলাৰদ্বাৰা আবৃত হৈ থাকে। ইয়াক [[বৃক্কীয় কেপচুল]](Renal Capsule) বোলে। হিলাচৰ চুপিসদৃশ বহল অংশক ৰিনেল পেলভিচ (Renal Pelvis) বোলে। ইয়াৰ পশ্চাদ অংশৰ পৰা এডাল দীঘল মিহি নলী মূত্ৰনলী ওলায়। ইয়াৰদ্বাৰা মূত্ৰ বৃক্কৰ পৰা ওলাই মূত্ৰথলীত জমা হয়। সময়ত মূত্ৰথলীৰ সংকোচনৰ ফলত মূত্ৰ দেহৰ বাহিৰলৈ পঠোৱা হয়।
==আভ্যন্তৰীণ গঠন==
[[শ্ৰেণী:অংগ]]
|