ভাইৰাছ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
24 নং শাৰী:
#[[জীৱ]]দেহৰ বাহিৰত এইবিলাকৰ [[প্ৰকৃতি]] জড় [[পদাৰ্থ]]ৰ দৰে আৰু এইবিলাকৰ স্ফটিকলৈ ৰূপান্তৰিত কৰিব পাৰি৷
#ভাইৰাছ অতি সূক্ষ্ম,যিয়ে মাইক্ৰ'ফিল্টাৰৰ মাজেৰে সহজে পাৰ হৈ যাব পাৰে৷
#এইবিলাকৰ দেহটো [[প্ৰটিনপ্ৰ'টিন]] আৰু DNA অথবা RNA ৰে গঠিত৷
#ভাইৰাছৰ নিজস্ব কোনো বিপাক ক্ৰিয়া কৰাৰ ক্ষমতা আৰু চলনক্ষমতা নাই৷
#ভাইৰাছৰ জীৱন চক্ৰত দুটা দশা বিদ্যমান-বহি:কোষীয় (extracellular) আৰু অন্ত:কোষীয় (intracellular)৷
#এইবিলাক অন্ত:কোষী অবিকল্পী পৰজীৱী (obligate parasite)৷
#ভাইৰাছ অতি উচ্চ আণবিক ভৰসম্পন্ন [[প্ৰটিনপ্ৰ'টিন]] কণা৷
#ভাইৰাছ [[জীৱ]] আৰু জড়ৰ মধ্যাৱস্থা৷
#[[প্ৰতিজৈৱিক]] (antibiotic) ৰ দ্বাৰা ভাইৰাছ ধ্বংস নহয়৷
#এইবিলাকৰ উচ্চ অম্লতা (acidity) বা ক্ষাৰকীয়তা সহ্য কৰিব পৰা ক্ষমতা প্ৰৱল৷
#উচ্চ উষ্ণতাত এইবিলাক ধ্বংস নহয়৷
"https://as.wikipedia.org/wiki/ভাইৰাছ"ৰ পৰা অনা হৈছে