ৱিণ্ড'জ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা: <center>''এই প্ৰবন্ধ বৰ্তমান লিখি থকাঘৈছে, সম্পূৰ্ণ নহয়'' </center> {{Infobox OS |...
 
35 নং শাৰী:
==সংস্কৰণসমূহৰ বুৰঞ্জী==
===প্ৰাৰম্ভিক সংস্কৰণসমূহ===
[[File:Windows1.0.png|thumb|300px|[[ৱিণ্ড'জ 1.0]]]]
 
১৯৮১ চনত চেচ বিচপৰ বরঙণিৰেবৰঙণিৰে, ১৯৮৩ চনত ৱিণ্ড'জ ১.০ৰ কথা ঘোষণা কৰা হ'ল। পিচে ই মুক্তি পালে ১৯৮৫ চনতহে।<ref>[http://windows.microsoft.com/en-in/windows/history A history of Windows] (at microsoft.com)</ref> ই এপলৰ অ-এছৰ তুলনাত অধিক জনপ্ৰিয়তা লাভ কৰিব নোৱাৰিলে। ই এক পূৰ্ণ অ-এছ নহয়, এম-এছ ড'চৰ বৰ্দ্ধিত সংস্কৰণহে। এই সংস্কৰণত [[Microsoft Calculator|Calculator]], Calendar, [[Cardfile]], [[ClipBook Viewer|Clipboard viewer]], Clock, [[Control Panel (Windows)|Control Panel]], [[Notepad (Windows)|Notepad]], [[Microsoft Paint|Paint]], [[Reversi]], [[Terminal emulator|Terminal]] andআৰু [[Windows Write|Write]] প্ৰদান কৰা হৈছিল।
 
১৯৮৭ চনত ৱিণ্ড'জ ২.০ই মুক্তি লাভ কৰিলে। ই পূৰ্বৰ সংস্কৰণতকৈ অধিক জনপ্ৰিয় হ'ল। ৱিণ্ড'জ ২.০ত এটি ৱিণ্ড'ৰ ওপৰত আন ৱিণ্ড' খুলিব পৰা সুবিধা কৰা হ'ল। এই সুবিধাৰ স্বত্বক লৈ [[এপল|এপলে]] মাইক্ৰ'চফ্টৰ বিৰুধ্ধেবিৰুদ্ধে আইনৰ কাষ চাপিলে।.<ref>{{cite web |url=http://lowendmac.com/orchard/06/apple-vs-microsoft.html |title=The Apple vs. Microsoft GUI Lawsuit |year=2006 |accessdate=March 12, 2008}}</ref><ref>{{cite web |url=http://home.earthlink.net/~mjohnsen/Technology/Lawsuits/appvsms.html |title=Apple Computer, Inc. v. MicroSoft Corp., 35 F.3d 1435 (9th Cir. 1994) |accessdate=March 12, 2008}}</ref> ৱিণ্ড'জৰ এই সংস্কৰণে জটিলতৰ [[চাবি ফকল]]ৰ চুটিপথ আৰু বৰ্দ্ধিত মেমৰি ব্যৱহাৰ কৰিচিল।কৰিছিল।
 
ৱিণ্ড'জ ২.১ দুই সংস্কৰণত মুক্ত কৰা হ'ল। এই সংস্কৰণসমূহ বেলেগকৈ ইনষ্টল নকৰি এম-এছ ড'চৰ লগতে ব্যৱহাৰ কৰিব পৰা গৈছিল।
"https://as.wikipedia.org/wiki/ৱিণ্ড%27জ"ৰ পৰা অনা হৈছে