"মিচিং ভাষা"ৰ বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

857 বাইট যোগ দিয়া হ’ল ,  4 বছৰৰ পূৰ্বে
সম্পাদনা সাৰংশ নাই
(পৃষ্ঠা মিচিং ভাষালগতে চাওকতথ্য সংগ্ৰহবাহ্যিক সংযোগৰ পৰা মিচিং ভাষালৈ IKHazarikaয়ে স্থানান্তৰ ক...)
'''মিচিং  '''বা '''ভৈয়ামৰ মিৰি '''বা''' তাকাম '''এক তানি ভাষা যি মিচিং লোকৰ দ্বাৰা কথিত। মিচিং ভাষা প্ৰায় ৫ লাখ লোকৰ দ্বাৰা কথিত আৰু মিচিং ভাষী লোকৰ অধিকাংশ  অসমৰ লখিমপুৰ, শোণিতপুৰ, ধেমাজী, ডিব্ৰুগড়, শিবসাগৰ, যোৰহাট, গোলাঘাট, তিনিচুকীয়া জিলাত বাস কৰে। ''মিচিং আগম কেবাং'' মিচিং ভাষাৰ মুখ্য সাহিত্যিক অনুষ্ঠান।<ref>[http://mishingagomkebang.org/ মিচিং আগম কেবাঙৰ ৱেবচাইট</ref>
 
==ভৌগোলিক বিতৰণ==
মিচিং ভাষী লোক অসম আৰু অৰুণাচল প্ৰদেশত বাস কৰে।<ref>ethnologue</ref>
মিচিং ভাষী লোক অসমৰ:এই ঠাইসমূহত বাস কৰে:
* লখিমপুৰ
* শোণিতপুৰ
* ধেমাজী
* ডিব্ৰুগড়
* শিবসাগৰ
* যোৰহাট
* গোলাঘাট
* তিনিচুকীয়া
 
মিচিং ভাষী লোক অৰুণাচল প্ৰদেশৰ এই ঠাইসমূহত বাস কৰে
* ডাপ'ৰিজ'
* পাচিঘাট
* জিৰো
 
==তথ্য সংগ্ৰহ==
{{Reflist}}
1,401

টা সম্পাদনা