মিচিং ভাষা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

পৃষ্ঠা মিচিং ভাষালগতে চাওকতথ্য সংগ্ৰহবাহ্যিক সংযোগৰ পৰা মিচিং ভাষালৈ IKHazarikaয়ে স্থানান্তৰ ক...
No edit summary
1 নং শাৰী:
'''মিচিং  '''বা '''ভৈয়ামৰ মিৰি '''বা''' তাকাম '''এক তানি ভাষা যি মিচিং লোকৰ দ্বাৰা কথিত। মিচিং ভাষা প্ৰায় ৫ লাখ লোকৰ দ্বাৰা কথিত আৰু মিচিং ভাষী লোকৰ অধিকাংশ  অসমৰ লখিমপুৰ, শোণিতপুৰ, ধেমাজী, ডিব্ৰুগড়, শিবসাগৰ, যোৰহাট, গোলাঘাট, তিনিচুকীয়া জিলাত বাস কৰে। ''মিচিং আগম কেবাং'' মিচিং ভাষাৰ মুখ্য সাহিত্যিক অনুষ্ঠান।<ref>[http://mishingagomkebang.org/ মিচিং আগম কেবাঙৰ ৱেবচাইট</ref>
 
==ভৌগোলিক বিতৰণ==
মিচিং ভাষী লোক অসম আৰু অৰুণাচল প্ৰদেশত বাস কৰে।<ref>ethnologue</ref>
মিচিং ভাষী লোক অসমৰ:এই ঠাইসমূহত বাস কৰে:
* লখিমপুৰ
* শোণিতপুৰ
* ধেমাজী
* ডিব্ৰুগড়
* শিবসাগৰ
* যোৰহাট
* গোলাঘাট
* তিনিচুকীয়া
 
মিচিং ভাষী লোক অৰুণাচল প্ৰদেশৰ এই ঠাইসমূহত বাস কৰে
* ডাপ'ৰিজ'
* পাচিঘাট
* জিৰো
 
==তথ্য সংগ্ৰহ==
{{Reflist}}