মিচিং ভাষা
ভাৰতত প্ৰচলিত চীনা-তিব্বতীয় ভাষা
মিচিং ভাষা (Mising) বা ভৈয়ামৰ মিৰি বা তাকাম এক চীনা-তিব্বতীয় টানি ভাষা যি মিচিং লোকে কয়। মিচিং ভাষা প্ৰায় ৫ লাখ লোকে কয় আৰু মিচিং ভাষী লোকৰ বেছিভাগ অসমৰ লখিমপুৰ, শোণিতপুৰ, ধেমাজী, ডিব্ৰুগড়, মাজুলী, শিৱসাগৰ, যোৰহাট, গোলাঘাট, তিনিচুকীয়া জিলাত থাকে। মিচিং আগম কেবাং (Mising Agom Kébang) মিচিং ভাষাৰ ঘাই সাহিত্যিক অনুষ্ঠান।[2]
মিচিং | |
---|---|
মিচিং–পাদাম–মিনয়ঙ (Mising-Padam-Minyong) | |
অঞ্চল | অসম, অৰুণাচল |
জাতীয়তা | মিচিং জনগোষ্ঠী |
স্থানীয় ভাষিক |
e18 |
ভাষা পৰিয়াল |
|
ভাষা সংকেত | |
ISO 639-3 | mrg |
গ্লোটোলগ | misi1242 [1] |
ভৌগোলিক বিতৰণ
সম্পাদনা কৰকমিচিং ভাষী লোক অসম আৰু অৰুণাচল প্ৰদেশত বাস কৰে।[3] মিচিং ভাষী লোক অসমৰ:এই ঠাইসমূহত বাস কৰে:
মিচিং ভাষী লোক অৰুণাচল প্ৰদেশৰ এই ঠাইসমূহত বাস কৰে
- ডাপ'ৰিজ'
- পাচিঘাট
- জিৰ'
তথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ Hammarström, Harald; Forkel, Robert; Haspelmath, Martin, eds (2017). "Mising". Glottolog 3.0. প্ৰকাশক Jena, Germany: Max Planck Institute for the Science of Human History. http://glottolog.org/resource/languoid/id/misi1242.
- ↑ "মিচিং আগম কেবাঙৰ ৱেবচাইট". https://makassam.org/.
- ↑ ethnologue